Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Shocking Murder in Dhakuakhana:ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুনমূৰ

সুনীল গগৈক মষ্ট ওৱানটেড ঘোষণা আৰক্ষীৰ, ডিএনএ পৰীক্ষাৰ প্রতিবেদনে নিশ্চিত কৰিলে খণ্ডিত মৃতদেহ ৰাজমিস্ত্রি জাহাংগীৰহে, সুনীল গগৈৰ পৰিয়ালৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষী থানাত গোচৰ ৰুজু, IPCৰ 120(B)/302/201/34 ধাৰাত 48/24 নম্বৰত গোচৰ ৰুজু, আৰক্ষীয়ে থানালৈ তলৱ কৰিছিল গগৈৰ পৰিয়ালক, থানাত উপস্থিত পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈ, মাতৃ আৰু ভতিজাক জয়ন্ত গগৈ, আটাইকে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা, জাহাংগীৰৰ হুছেইনৰ ভাতৃয়ো থানাত উপস্থিত হৈ দিলে সাক্ষ্য

publisher by publisher
June 19, 2024
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Shocking Murder in Dhakuakhana:ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুনমূৰ
3
SHARES
26
VIEWS
ShareShareShareShare

Shocking Murder in Dhakuakhana:

সম্পূর্ণ বিপৰীত পাক ল’লে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত যোৱা পহিলা জুনত সংঘটিত লোমহর্ষক হত্যাকাণ্ডটোৱে। ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাত যিজন বিজেপি নেতা তথা ব্যৱসায়ী সুনীল গগৈক দুর্বৃত্তই চৰম নৃশংসতাৰ পৰিচয় দি হত্যা কৰাতে ক্ষান্ত নাথাকি খণ্ডিত মৃতদেহ জ্বলাই দিয়া বুলি বিগত ১৭ টা দিন চর্চা চলি আহিছিল সেয়া মিথ্যা বুলি মঙলবাৰে স্পষ্ট হ’ল। লখিমপুৰৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে যি তথ্য সদৰি কৰে তাৰ পৰা এইটোৱে স্পষ্ট হৈছে যে সুনীল গগৈয়েহে জাহাংগীৰ হুছেইন নামৰ এজন ৰাজমিস্ত্রীজনক হত্যা কৰি জ্বলাই দিছিল।

ADVERTISEMENT

শুকান বাঁহেৰে জ্বলাই দিয়া মৃতদেহটোৰ শৰীৰৰ এঙাৰ সদৃশ যি অৱশিষ্ট উদ্ধাৰ হয় তাৰ পৰা সংগ্ৰহ কৰা নমুনা আৰু জাহাংগীৰৰ ভ্ৰাতৃৰ পৰা লোৱা নমূনাৰ ডিএনএ পৰীক্ষাা জৰিয়তে এই কথা স্পষ্ট হৈছে। আৰক্ষী অধীক্ষক নটৰাজনে সদৰী কৰা অনুসৰি, দুয়োটা নমুনাৰ ডিএনএত মিল পোৱা গৈছে। গতিকে মৃতদেহটো জাহাংগীৰ হুছেইনৰ।

RelatedPosts

Shocking murder in Guwahati: মহানগৰীত সংঘটিত হত্যাকাণ্ডত চাঞ্চল্য

Guwahati murder: গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড

Shocking murder in Gitanagar:অপৰাধীৰ নগৰলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ

উল্লেখ্য যে ,সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো সাংবাদিকৰ আগত সদৰী কৰিছিল যে জ্বলাই দিয়া মৃতদেহটে জাহাংগীৰৰ বুলি আৰক্ষী প্রায় ৯০ শতাংশ নিশ্চিত ৷

ইয়াৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰে ৷ঢকুৱাখনাৰ লোমহৰ্ষক হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। ৰাজনৈতিক হত্যাকাণ্ড। এই অভিযোগ ঢকুৱাখনাৰ জলজীৱন মিছনৰ সন্ধানহীন ঠিকাদাৰ সুনীল গগৈৰ পত্নীৰ। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱৰ চুমনীত অৰ্ধদগ্ধ মৃতদেহ সুনীলৰ নহয় ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ বুলি নিশ্চিত হোৱাৰ পাছত এই মন্তব্য কৰে শোণিতৰ পত্নী পুষ্পা গগৈয়ে।

ঢকুৱাখনা সদৰ থানাত নতুনকৈ পঞ্জীভূত এটা গোচৰৰ ( IPCৰ 120(B)/302/201/34 ধাৰাত 48/24 নম্বৰত ) ভিত্তিত বুধবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হোৱাৰ পূৰ্বে এই মন্তব্য কৰে সুনীলৰ পত্নীয়ে। সদৰ থানাত মঙলবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩০২/২০১/৩৪ ধাৰাত পঞ্জীভূত গোচৰৰ আচামী সুনীলৰ পত্নী পুষ্পা গগৈ,বয়স্ক মাতৃ,ভাতৃ জয়ন্ত গগৈ আৰু পুত্ৰ সৌৰভ গগৈক থানালৈ আনি গোচৰৰ সাক্ষ্য গ্ৰহণ কৰে। সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে সাক্ষ্য গ্ৰহণ কৰে।

আনহাতে আজি পুৱাতে ঢকুৱাখনা থানাত পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈ, মাতৃ আৰু সুনীল গগৈৰ ভতিজাক জয়ন্ত গগৈ জাহাংগীৰৰ হুছেইনৰ ভাতৃয়ো উপস্থিত হয় ৷ উল্লেখ্য যে,আজি পুৱা ১০ বজাৰ লগে লগে সুনীলৰ পৰিয়ালৰক থানাত হাজিৰৰ নিৰ্দেশ দিছিল ঢকুৱাখনা আৰক্ষীয়ে।

ঢকুৱাখনা আৰক্ষীয়ে ইতিমধ্যে সুনীলৰ পৰিয়ালক জেৰা কৰাৰ অন্তত যিকোনো মুহূৰ্তত সুনীলৰ পত্নী,পুত্ৰ আৰু ভতিজাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

মনকৰিবলগীয়া যে,ভুক্তভোগী বুলি দেখুৱাই ঢকুৱাখনাৰ লোমহর্ষক হত্যাকাণ্ড সংঘটিত কৰা হৈছিল সুদূৰ প্ৰসাৰী পৰিকল্পনাৰে ৷ বীমাৰ ধনৰ লোভ নে আন কাৰণত হত্যা? সকলোবোৰ এতিয়া নিৰ্ভৰ কৰিছে আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে ৷ইপিনে,মঙলবাৰে আৰক্ষী অধীক্ষক নটৰাজনে আনুষ্ঠানিকভাৱে সাংবাদিকৰ আগত সদৰি কৰে যে হায়দৰাবাদৰ পৰীক্ষাগাৰৰ পৰা অহা প্রতিবেদন বিয়লি প্রথমতে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ হাতত পৰে। তাৰ পাছত সেই তথ্য ৰাজহুৱা কৰে আৰক্ষী অধীক্ষকজনে।

#পৰিকল্পিত হত্যা: নটৰাজন

ডিএনএ পৰীক্ষাৰ তথ্য সদৰী কৰি আৰক্ষী অধীক্ষক নটৰাজনে জনায় যে ইয়াৰ পাছত সুনীল গগৈৰ বিৰুদ্ধে হত্যাৰ এটা নতুন গোচৰ পঞ্জীয়ন কৰা হ’ব। এইবাৰ তদন্ত সেই গোচৰটোৰ আধাৰত চলিব। গোচৰটোৰ আওতালৈ গগৈৰ পত্নীসহ সম্পর্কিত সকলো আহিব। দোষী হ’লে সেই সকলোকো গ্ৰেপ্তাৰ কৰা হ’ব। সমগ্র হত্যাকাণ্ডটো সম্পূর্ণ পৰিকল্পিতভাৱে কৰা হৈছিল বুলি উল্লেখ কৰি নটৰাজনে কয়, ‘ইয়াৰ বাবে এখন নাটক ৰচনা কৰা হৈছিল। এই নাটকত সুনীল গগৈক কোনে কোনে সহায় কৰিছিল তাৰ তদন্ত নতুন গোচৰটোৰ জৰিয়তে কৰা হ’ব। সুনীল গগৈক হত্যা কৰা বুলি তেওঁৰ পত্নীয়ে থানাত যি এজাহাৰ দিছিল, তাৰ বিপৰীতে নতুন গোচৰটো লোৱা হ’ব। সুনীল গগৈ এতিয়া পলাতক। গতিকে তেওঁৰ পৰিয়ালৰ মানুহক সোধপোছ কৰা হ’ব। দোষী পালে গ্ৰেপ্তাৰ কৰা হ’ব। ডিএনএ পৰীক্ষাৰ পাছত আমাৰ তদন্তৰ দিশ স্পষ্ট হৈছে।’ সুনীল গগৈক হত্যাৰ এটা মিছা কাহিনী সাজি লোৱা হৈছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য করে।

#মিছা কাহিনীৰ অংশ কি কি আছিল?

আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্যত পৰিকল্পিত হত্যাকাণ্ডটোক লৈ কে’বাটাও তথ্য পোহৰলৈ আহে। তাৰ ভিতৰত জালিয়াতিৰে ধন সংগ্ৰহ অন্যতম। নটৰাজনে কয়, ‘সুনীল গগৈয়ে নতুনকৈ জীৱন বীমা কৰিছিল। ম’বাইল ফোনৰ নতুন নম্বৰ লৈছিল। বীমা আঁচনিৰে মৃত্যু হোৱা বুলি দেখুৱাই বীমাৰ ধন আদায়ৰ পৰিকল্পনা কৰা বুলি সন্দেহ কৰা হৈছে।’

#জাহাংগীৰৰ পৰিয়ালৰ দাবী সঁচা প্রমাণিত

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফলিমাৰী দুই নম্বৰ গাঁৱৰ বাসিন্দা আছিল জাহাংগীৰ হুছেইন। বিগত এবছৰে সুনীলৰ ঠিকাৰ কামৰ প্ৰধান ৰাজমিস্ত্রি হিচাপে কাম কৰি অহা জাহাংগীৰৰ ঘৰত পত্নীৰ লগতে দুই কন্যা আছে। জাহাংগীৰৰ ভ্ৰাতৃয়েও লখিমপুৰতে মিস্ত্ৰিৰ কাম কৰে। সেইজন ভ্রাতৃৰ শৰীৰৰ পৰাই ডিএনএ পৰীক্ষাৰ নমুনা লোৱা হৈছিল। পৰিয়ালৰ লোকে দাবী কৰি আহিছে যে জাহাংগীৰক সুনীলে হত্যা কৰিছে। সেই দাবীয়েই আজি সঁচা প্রমাণিত হয়। তদুপৰি টকাৰ বাবেই জাহাংগীৰক হত্যাৰ অভিযোগো পৰিয়ালৰ লোকে কৰি আহিছে। কাৰণ জাহাংগীৰক কামৰ বিনিময়ত কে’বালাখ টকা সুনীলে আদায় দিবলগীয়া আছে বুলি পৰিয়ালৰ লোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে।

ইপিনে, জাহাংগীৰক জ্বলাই দিয়া ঘটনাটো সংঘটিত হৈছিল পহিলা জুনৰ নিশা। আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে সেইদিনা নিশা চাৰে আঠ বজাৰ পৰা এক বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল; কিন্তু জাহাংগীৰৰ পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক জনাইছে যে ৩০ মে’ৰ পৰাই মানুহজনৰ লগত তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈ আছে। লক্ষ্যণীয়ভাৱে সুনীলৰ পত্নী পুষ্পা গগৈয়েও আৰক্ষীক জনাইছে যে ৩০ মে’ৰ পৰাই জাহাংগীৰৰ কোনো খবৰ তেওঁলোকে পোৱা নাছিল। ইয়াৰ এক আনুমানিক কাৰণো তেওঁ দর্শাইছিল। সেই অনুসৰি জাহাংগীৰৰ সাপতীয়া চেতিয়া গাঁৱৰ সমীপৰ এখন গাঁৱৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলাৰ লগত সম্পর্ক গঢ়ি উঠিছিল। সেইগৰাকী মহিলাক নানান বাধাৰ মাজেৰেও জাহাংগীৰে বিয়া কৰাবলৈ আগবাঢ়িছিল। গতিকে তেনে কোনো কাৰণতে জাহাংগীৰে সকলোৰে পৰা হয়তো আঁতৰি ফুৰিছিল। এই ধৰণৰ ভাষ্যৰ মাজতে আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে যে পহিলা জুনৰ দিনাও ঘটনাস্থলীৰ আশে-পাঁশে জাহাংগীৰৰ ম’বাইল ফোনৰ লোকেচন পোৱা গৈছিল।

#পৰিকল্পিত হত্যা এয়া

হত্যাকাণ্ডটো অতি পৰিকল্পিতভাৱে কৰা হৈছিল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰাৰ পাছত আৰক্ষীৰ এক সূত্রই সেই সন্দর্ভত কে’বাটাও তথ্য সদৰী কৰে। সেই অনুসৰি সুনীল গগৈয়ে মৃতদেহটো যে তেওঁৰ সেই কথা প্ৰমাণ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল। সেই কাৰণেই মূৰটো কাটি লৈ গৈছিল। তদুপৰি হাত দুখন জ্বলাই দিবলৈ বেছি চেষ্টা কৰিছিল। সেই ক্ষেত্রত সফলো হয়। হাতৰ আঙুলিৰ ছাপ যাতে সংগ্ৰহ কৰিব নোৱাৰে সেই কাৰণেই তেনে কৰা বুলি আৰক্ষী নিশ্চিত হৈছে। আকৌ দেহটো যাতে সোনকালে পুৰি যায় আৰু প্ৰমাণ সংগ্ৰহৰ কোনো সুযোগ নাথাকে তাৰ বাবে ৰাসায়নিক পদার্থও ব্যৱহাৰ কৰিছিল। তেনে কি পদার্থ ব্যৱহাৰ কৰিছিল সেয়া ফৰেনচিক পৰীক্ষাৰ প্রতিবেদনত স্পষ্ট হ’ব বুলি নটৰাজনে সদৰী কৰে। ইমানখিনিলৈ পৰিকল্পনা মতেই হৈছিল; কিন্তু অপৰাধী যিমানেই দুর্ধর্ষ নহওক কিয় ক’ৰবাত নহয়, ক’ৰবাত দুর্বলতা সদায় ৰৈ যায়। তদন্ত সঠিকভাৱে আগবাঢ়িলে সেই দুৰ্বলতা ধৰা পৰিব।

সুনীল গগৈৰ ক্ষেত্ৰতো সেয়াই হ’ল। জাহাংগীৰে কঁকালত মৰা পেণ্টৰ বেল্টৰ লকেটটো তদন্তকাৰী দলে জুই জ্বলাই দিয়া স্থানৰ পৰা উদ্ধাৰ কৰে। লকেটটো জাহাংগীৰৰ বুলি চিনাক্ত কৰে সুনীলৰ পুত্ৰই। তাৰ পাছতে তদন্ত নতুন গতিপথত আগবাঢ়ে। দৰাচলতে সেই লকেটটোৰ পৰাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ দলে মৃতদেহটোৰ পৰিচয়ৰ ওপৰত সন্দেহৰ উদ্রেক হয়। সেই সন্দেহেই আজি সঁচা প্রমাণিত হয়।

#পুষ্পা গগৈৰ প্ৰতিক্রিয়া

ইপিনে, সুনীলৰ পত্নী পুষ্পা গগৈয়ে কয় যে যদি তেওঁৰ স্বামী দোষী, তেন্তে জীৱিত অথবা মৃত অৱস্থাত উলিয়াই দিব লাগে। সুনীল গগৈক বিচাৰি উলিওৱাত ইমান দিনে কিয় সংশ্লিষ্ট পক্ষবোৰ ব্যৰ্থ হৈছে বুলিও তেওঁ প্রশ্ন কৰে।

#কিয় এই ভয়ংকৰ পৰিকল্পনা

সুনীল গগৈয়ে জাহাংগীৰক লৈ কিয় এনে এক ভয়ংকৰ পৰিকল্পনা কৰিছিল? ইয়াৰ নিৰ্দিষ্ট তথ্য অদ্যাপি উদ্ধাৰ হোৱা নাই। তথাপি আৰক্ষীয়ে সন্দেহ কৰিব পৰা কে’বাটাও দিশ পাইছে। তাৰে এটা হ’ল জালিয়াতিৰে বীমাৰ ধন সৰকোৱা। সেই কাৰণে সুনীলে ঘটনাটোৰ অলপ দিন পূর্বে নিজৰ নামত জীৱন বীমা কৰিছিল। তদুপৰি এক গুলিত দুই চিকাৰ কৰাৰ দৰে জাহাংগীৰক আদায় দিবলগীয়া ধনৰ পৰাও ৰেহাই পাব বিচাৰিছিল। কাৰণ পৰিয়ালৰ দাবী মতে, জাহাংগীৰে সুনীলৰ পৰা কে’বালাখ টকা পাবলৈ আছিল। বাৰম্বাৰ খুজি থকা সত্ত্বেও জাহাংগীৰক ধন আদায় দিয়া নাছিল। অথচ কামত খটুৱাইআছিল। যোৱা ঈদৰ পূৰ্বে জাহাংগীৰে প্ৰাপ্য ধন আদায় দিবলৈ সনীলক হেঁচা দিয়াৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। আকৌ বহু মানুহক সুনীলে ধন ঘূৰাই দিবলগীয়া আছিল। সেই মানুহবোৰে ধন বিচাৰি সুনীলক হেঁচা দি আহিছিল। গতিকে সকলো মিলাই জাহাংগীৰক সহজ লক্ষ্য কৰি লোৱা হৈছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে এই কথাও সদৰী কৰে যে নিজৰ ঘৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ নিলগত ঘটনাটো সংঘটিত কৰা হয়। নিজৰ মাটিতে সুনীলে সেই কাণ্ড সংঘটিত কৰে।

#আৰু কোনোবা জড়িত নেকি!

চিআইডিয়ে তদন্তত এই দিশটোও পৰীক্ষা কৰিছে যে আৰু কোনোবা এই হত্যাকাণ্ডত জড়িত আছে নেকি? কাৰণ অকলে এজনে আন এজন সুস্থ লোকক হত্যা কৰি দেহটো টুকুৰা টুকুৰ কৰা, মূৰটো কাটি লৈ যোৱা, দেহৰ বাকী অংশটো পৰিকল্পিতভাৱে জ্বলাই দিয়াৰ দৰে কাণ্ড সহজে কৰাটো বহু সময়ত সম্ভৱ নহ’ব পাৰে। সেই কাৰণে আন কোনো লোকো ইয়াত জড়িত থকাৰ দিশটো তদন্তকাৰী দলে চাইছে।

#পৰিয়ালৰ কোনোবা জড়িত নেকি?

সুনীল গগৈৰ পৰিকল্পনাত পৰিয়ালৰ কোনো লোকেও সহযোগ কৰিছিল নেকি? এই প্রশ্নৰ উত্তৰ পাবলৈ আৰক্ষীয়ে পত্নী পুষ্পা গগৈকে ধৰি কে’বাজনকো সোধপোছ কৰিব। সুনীলৰ মৃত্যু হোৱা বুলি ইতিমধ্যে পত্নীয়ে শিৰৰ সেন্দূৰ মচি পেলোৱাৰ লগতে দহা আৰু শ্রাদ্ধও পাতিছে তথাপি তদন্তকাৰী দলে এইবোৰক সহজভাৱে ল’ব বিচৰা নাই। এইবোৰকো পৰিকল্পনাৰ অংশ বুলিয়েই এই সময়ত সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্রই যুক্তি দিয়ে যে যদি পৰিকল্পনা অনুসৰি সুনীল গগৈ সফল হ’লহেঁতেন, তেন্তে কেতিয়াবা ঘৰলৈ উভতিব পাৰিলেহেঁতেন নে? হত্যাৰ পৰিকল্পনাটো অতি গভীৰ আৰু সুদূৰপ্ৰসাৰী আছিল বুলি সূত্ৰটোৱে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dhakuakhana PoliceJahangir HussainPolice Declared Him Most WantedShocking Murdersunul Gogoi
publisher

publisher

Related Posts

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
India

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

April 27, 2026
Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d