Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Heartbreak Insurance Fund : হৃদয় ভঙাৰ বীমা : প্ৰেমিকাই প্ৰেম সম্পৰ্ক ভংগ কৰাত যুৱকে লাভ কৰিলে বীমাৰ ধন

publisher by publisher
March 21, 2023
in India, News
Reading Time: 2 mins read
0
Heartbreak Insurance Fund : হৃদয় ভঙাৰ বীমা : প্ৰেমিকাই প্ৰেম সম্পৰ্ক ভংগ কৰাত যুৱকে লাভ কৰিলে বীমাৰ ধন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Heartbreak Insurance Fund :

প্ৰেম বিচ্ছেদৰ সমান ভয়াৱহ বেদনা এই পৃথিৱীত নাই। এই কথা একমাত্র ভালদৰে অনুভৱ কৰিব পাৰে প্ৰেমিক-প্রেমিকাই। কিন্তু আজি কালি প্রেম বিচ্ছেদৰ পাছতো বহু প্রেমিক-প্রেমিকাই আনন্দ- স্ফূৰ্তি কৰে।

ADVERTISEMENT

আনকি ‘ব্রেক আপ পাৰ্টি’ৰো আয়োজন কৰে। প্রেমাস্পদৰে এটা সম্পৰ্কৰ অৱসান ঘটিলেও দুখ কৰি নাথাকি অনেকে এতিয়া নতুন সংগী বা সম্পৰ্কৰ সন্ধান কৰে।

https://twitter.com/Prateek_Aaryan/status/1636254607163949057?s=20

কিন্তু প্রেম বিচ্ছেদৰ বিনিময়ত ধন প্ৰাপ্তিৰ কথা কেতিয়াবা ক’ৰবাত শুনা পাইছে নে? হয়, অবিশ্বাস্য যেন লাগিলেও সত্য। প্রেম বিচ্ছেদৰ কাৰণতো আজি কালি লাভ কৰিব পাৰি ধন।

বাস্তৱত আমাৰ দেশৰে প্ৰতীক আৰিয়ান নামৰ এজন যুৱকে দাবী কৰা অনুসৰি, প্ৰেমিকাৰ স’তে সম্পর্ক ভংগ হোৱাৰ কাৰণত তেওঁ বীমাৰ জৰিয়তে ২৫ হেজাৰ টকা লাভ কৰিলে।

কিন্তু কেনেকৈ এয়া সম্ভৱ হ’ল? প্রতীকে এই সন্দৰ্ভত সবিশেষ টুইটাৰত সদৰী কৰিলে। দৰাচলতে প্রতীক আৰু তেওঁৰ প্ৰেমিকাই এটা বেংকত যৌথ একাউণ্ট এখন খুলিছিল।

উক্ত একাউণ্টত দুয়োজনে মাহে ৫০০ টকা জমা কৰাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি প্রতি মাহে তেওঁলোক দুয়োৱে এহেজাৰ টকা বেংক একাউণ্টত জমা ৰাখিছিল।

লগতে উভয়ৰ সন্মতিত এই কথাও নিৰ্ধাৰণ কৰা হৈছিল যে তেওঁলোকৰ এজনে আনজনক প্ৰতাৰণা কৰিলে অর্থাৎ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি আহিলে জমা ধন ৰাশি প্ৰেম প্ৰতাৰণা কৰা ব্যক্তিজনে দাবী কৰিব নোৱাৰিব ।

অর্থাৎ প্রেমিকাই প্ৰতাৰণা কৰিলে ধনখিনি প্রেমিকে লাভ কৰিব আৰু প্ৰেমিকে প্ৰতাৰণা কৰিলে ইমান একাউণ্টত যৌথভাৱে জমা ৰখা ধনখিনি প্রেমিকাই লাভ কৰিব।

এই একাউণ্টৰ নাম প্রতীক আৰু তেওঁৰ প্ৰেমিকাই ‘হার্টব্রেক ইন্সুৰেঞ্জ ফাণ্ড’ ৰাখিছিল। প্রতীকক হঠাতে প্রেমিকাই প্রেম বিচ্ছেদ দিয়াত এই ধন চৰ্ত অনুসৰি প্রতীকে লাভ কৰিলে।

টুইটাৰত এই কথা প্রকাশ কৰি প্রতীকে এইদৰে লিখিলে, ‘সম্প্রতি মই ২৫ হেজাৰ টকা লাভ কৰিলো। কাৰণ প্রেমিকাই মোক প্ৰতাৰণা কৰিলে । আমি ‘হার্টব্ৰেক ইন্সুৰেঞ্জ ফাণ্ডত মাহে ৫০০ টকাকৈ জমা কৰিছিলো।

চুক্তি অনুসৰি সেই ধন মই লাভ কৰিলো।’ প্ৰতীকৰ এই টুইট সম্প্ৰতি ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়েও নানা ৰসাল মন্তব্য কৰিছে।

এজন ব্যক্তিয়ে মন্তব্য কৰি এইদৰে টুইট কৰিলে, ‘বিনিয়োগৰ কথা ভাবিছিলো, হার্টব্রেক ফাণ্ডত দেখোন ভাল ৰিটাৰ্ণ লাভৰ সম্ভাৱনা আছে।’

অৱশ্যে একাংশ লোকে প্রেম বিচ্ছেদৰ কাৰণত প্ৰেমিকাৰ পৰা কৌশলৰে ধন আহৰণ কৰা বুলি মন্তব্য কৰি প্ৰতীকক সমালোচনাও কৰিছে। যিয়েই নহওক, বিদেশত এনেবোৰ ঘটনা আজৱ নহ’লেও ভাৰতত হয়তো প্রেম বিচ্ছেদত ধন লাভৰ এইটোৱে প্রথম ঘটনা সংঘটিত হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Heartbreak Insurance Fund
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d