Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal in Shillong:শ্বিলঙক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

প্রায় ২০০% ব্যয় বৃদ্ধিৰে জনজাতীয় সম্প্রদায়ক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় বাজেট ২০২৪ত পুঁজি ধার্য: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মেঘালয় তথা সমগ্ৰ উত্তৰ-পূবৰ বিপুল পর্যটন সম্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃগাঁথনিৰ উন্নীতকৰণত বিশেষ অগ্রাধিকাৰ কেন্দ্ৰৰ

publisher by publisher
July 27, 2024
in Uncategorized
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal in Shillong:শ্বিলঙক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
3
SHARES
27
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal in Shillong:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্বিলঙত ব্যৱসায়িক সম্প্রদায়, যুৱপ্ৰজন্মৰ লগতে অঞ্চলটোৰ মহিলাসকলৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্রীয় বাজেট, ২০২৪ সন্দর্ভত এক আলোচনাত অংশগ্রহণ কৰে। কেন্দ্রীয় বাজেট ২০২৪এ বিকশিত ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰাৰ দিশত যাৱতীয় ৰ’ডমেপ মুকলি কৰিছে। দেশৰ প্ৰগতিৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উত্তৰ-পূব ভাৰতে এই বাজেটৰ পৰা যথেষ্ট লাভান্বিত হ’ব, কিয়নো ইয়াৰ লক্ষ্য হৈছে যুৱপ্ৰজন্ম, মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ বিশেষ সবলীকৰণেৰে উত্তৰ- পূব অঞ্চলটোৰ অর্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পর্যটন খণ্ডক শক্তিশালী কৰা  সৰ্বানন্দ সোণোৱালে আজি অনুষ্ঠানত এইদৰে মন্তব্য কৰে।

ADVERTISEMENT

জনজাতীয় লোকসকলৰ সবলীকৰণ সন্দৰ্ভত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট, ২০২৪এ বিকশিত ভাৰতৰ নতুন পথ নিৰ্ধাৰণ কৰিছে। নতুন উদ্যম আৰু অগ্ৰাধিকাৰৰ সৈতে এই বাজেটৰ বিশেষ লক্ষ্য হৈছে উত্তৰ-পূবৰ যুৱশক্তি, মহিলাশক্তি আৰু জনজাতীয় সম্প্ৰদায়ৰ সশক্তিকৰণৰ সৈতে অর্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পর্যটন খণ্ডক শক্তিশালী কৰা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক ‘অষ্টলক্ষ্মী’ আৰু ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে চিনাক্ত কৰিছে। মোদীৰ বলিষ্ঠ নেতৃত্বত জনজাতীয় সম্প্রদায়সমূহৰ সবলীকৰণৰ বাবে এই বাজেটত ১৩,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰাৰ ফলত পূৰ্বৰ তুলনাত প্রায় ২০০% ব্যয় বৃদ্ধি পাব।

RelatedPosts

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

শ্বিলঙত মৃত্যু গোলকগঞ্জৰ দুই শ্ৰমিক

বিশ্বৰে সবাতোকৈ বৰ্ষাসিক্ত অঞ্চল চেৰাপুঞ্জীতে উদ্বেগজনকভাৱে হ্রাস বৰষুণৰ পৰিমাণ

2vআমাৰ পৰম্পৰাগত শিল্পী, কাৰিকৰ, আত্মসহায়ক গোট, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগীৰ সবলীকৰণৰ বাবে প্রধানমন্ত্রী স্ব-নিধি, ৰাষ্ট্ৰীয় জীৱিকা মিছন আৰু ষ্টেণ্ড ইণ্ডিয়াৰ দৰে কল্যাণকামী আঁচনিৰ বাবে এই বাজেটত পুঁজি আবণ্টন বৃদ্ধি কৰা হৈছে। জনজাতীয় সম্প্রদায়সমূহৰ সশক্তিকৰণৰ বাবে আন এক গুৰুত্বপূর্ণ আঁচনি ‘প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রাম’ এই বাজেটতে ঘোষণা কৰা হৈছে যাৰ লক্ষ্য হ’ব জনজাতীয় সম্প্রদায়সমূহৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা। ইয়াৰ ফলত ৬৩,০০০ খন গাঁৱৰ ৫ কোটি জনজাতীয় লোক প্রত্যক্ষভাৱে লাভান্বিত হ’ব।

উত্তৰ-পূবৰ কৃষি খণ্ডৰ সামগ্রিক উন্নয়নৰ বাবে বাজেট বৃদ্ধিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্রী  নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে প্ৰাকৃতিক কৃষি আৰু উদ্যানশস্যৰ প্ৰাণকেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা উন্মুক্ত কৰাৰ লগতে আমাৰ যুৱ প্ৰতিভাক বিশ্বমানৰ দক্ষ কর্মশক্তি হিচাপে সক্ষম কৰাৰ দিশত কাম কৰি আছে।

প্ৰস্তাৱিত ডিজিটেল শস্য জৰীপৰ সৈতে কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ ব্যৱস্থা উন্নত কৰা হ’ব। পৰিৱেশ-অনুকূল বহনক্ষম কৃষি প্ৰকল্পৰ বাবে ৫৯৮ কোটি টকাৰ আবণ্টনে জলবায়ু পৰিৱৰ্তন, খহনীয়া, কীট- পতংগৰ আক্ৰমণ, ৰোগৰ সংক্ৰমণ আদিৰ দৰে প্ৰতিকূল প্ৰভাৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা বৃদ্ধি যথেষ্ট উন্নত কৰিব।

সৰ্বানন্দ সোণোৱালে লগতে কয়, এইবাৰৰ বাজেটৰ লক্ষ্য হৈছে উৎপাদন আৰু সেৱা খণ্ডক শক্তিশালী কৰা, বিশেষকৈ মুদ্রা আঁচনিৰ অধিক শক্তিশালীকৰণ যাৰ জৰিয়তে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে প্রয়োজনীয় ঋণ সমর্থন বৃদ্ধি হ’ব। ইয়ে কেৱল ঔদ্যোগিক সম্ভাৱনাবোৰক ত্বৰান্বিত কৰাই নহয়, লগতে বৃহৎ নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব।  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল দৃষ্টিভংগীৰ ফলশ্ৰুতিত এক নতুন ক্রেডিট গেৰাণ্টি আঁচনিয়ে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগবোৰৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব।

মোদী চৰকাৰৰ এক অনন্য পদক্ষেপ প্রত্যক্ষ লাভালাভ স্থানান্তৰ (DBT)ৰ জৰিয়তে প্ৰথমবাৰৰ কৰ্মচাৰীসকলক তিনিটা কিস্তিত ১৫,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু ইয়াক মেঘালয় ঔদ্যোগিক আৰু বিনিয়োগ প্ৰসাৰ নীতিৰ সৈতে একত্ৰিত কৰা হ’ব। ই ৰাজ্যখনত ঔদ্যোগিক বিকাশ আৰু চাকৰি সৃষ্টিত উদগনি যোগাব। যুৱশক্তিৰ সবলীকৰণৰ বাবে ১,০০০ খন আইটিআই উন্নীত কৰাৰ লগতে মহিলা হোষ্টেল স্থাপন কৰা হ’ব।

বিকাশ আৰু চাকৰি সৃষ্টিত উদগনি যোগাব। যুৱশক্তিৰ সবলীকৰণৰ বাবে ১,০০০ খন আইটিআই উন্নীত কৰাৰ লগতে মহিলা হোষ্টেল স্থাপন কৰা হ’ব।”

কেন্দ্রীয় বাজেট ২০২৪ত উত্তৰ-পূবকে ধৰি দূৰৱৰ্তী অঞ্চলসমূহলৈ সকলোধৰণৰ সংযোগ প্ৰদান কৰাৰ বাবে প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় পদক্ষেপ অন্তর্ভুক্ত কৰা হৈছে। এই গ্রাম সড়ক যোজনাই ইতিমধ্যে মেঘালয়ৰ ৩,৪৮২ কিলোমিটাৰ পথ সংযোগ কৰিছে, যাৰ মুঠ ব্যয় হৈছে ২০১৪ চনৰ পৰা ২৩১০.৭৬ কোটি টকা।

বাজেটত উত্তৰ-পূব অঞ্চলৰ গ্ৰাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি উত্তৰ-পূবৰ পথ আৰু ঘাইপথ সংযোগৰ উন্নতিৰ বাবে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটত ১৯,৩৩৮ কোটি টকাৰ ব্যৱস্থা ৰখা হৈছে, যিয়ে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলটোৰ পৰ্যটন আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি কৰিব। আজিৰ এই অনুষ্ঠানত মেঘালয় চৰকাৰৰ পশুপালন মন্ত্ৰী আলেকজেণ্ডাৰ হেকেও অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ShillongUnion Badget 2024Union Minister Sarbananda Sonowal Visit
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d