Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shipping Minister Sarbananda Sonowal Visit Mumbai ports:মুম্বাই বন্দৰৰ বাবে ১৩৬৬.৮১ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কেন্দ্ৰীয় জাহাজ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱালৰ

পীৰ পাউৰ তৃতীয় ৰাসায়নিক বাৰ্থত পৰীক্ষামূলক অভিযানৰ শুভাৰম্ভ আৰু তীৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিত জৱাহৰ দ্বীপ প্রকল্পৰো আধাৰশিলা স্থাপন সোণোৱালৰ

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
Shipping Minister Sarbananda Sonowal Visit Mumbai ports:মুম্বাই বন্দৰৰ বাবে ১৩৬৬.৮১ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কেন্দ্ৰীয় জাহাজ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱালৰ
3
SHARES
31
VIEWS
ShareShareShareShare

Shipping Minister Sarbananda Sonowal Visit Mumbai ports:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত বিশ্ব পৰ্যায়ৰ য়াট ছেইলিং সুবিধা স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে। এই ভ্রমণকালত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুম্বাই বন্দৰৰ বাবে ১৩৬৬.৮১ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

ADVERTISEMENT

সেউজ ইন্ধন পৰিস্থিতিতন্ত্র ত্বৰান্বিত কৰিবলৈ মুম্বাই বন্দৰ প্ৰাধিকৰণ, এমপিএছএফ আৰু এইচপিচিএলৰ মাজত শুকুৰবাৰে কেন্দ্রীয় জাহাজ আৰু বন্দৰ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তদুপৰি ডিকাৰ্বনীকৰণ, ডিজিটাইজেচন আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ডেট নস্কে ভেৰিটাছ (ডিএনডি) আৰু এমপিএছএফৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

sarbananda sonowalআনহাতে সর্বানন্দ সোণোৱালে পীৰ পাউত নৱনির্মিত তৃতীয় ৰাসায়নিক বাৰ্থৰ পৰীক্ষামূলক অভিযানৰো শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “তীৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিত জৱাহৰ দ্বীপ প্ৰকল্প”ৰ আধাৰশিলা স্থাপন কৰে। সোণোৱালে মেৰিন অইল টার্মিনেলত এছচিএডিএ আৰু পিএলচি অটোমেচন প্রণালী, মুম্বাই বন্দৰত আইপোর্টমেন ব্যৱস্থা, ইষ্টেট অপাৰেচন মেনেজমেন্ট ছিষ্টেম ই.ও.এম.এছ. প্রণালীৰো শুভ উদ্বোধন কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুম্বাই বন্দৰ বহনক্ষম ফাউণ্ডেচনৰো শুভ উদ্বোধন কৰে।

অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, ” প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে সেউজ বন্দৰ পদক্ষেপ ত্বৰান্বিত কৰাৰ লগতে বন্দৰ আন্তঃগাঁথনি বিশ্বমানৰ কৰি তোলাত অগ্ৰাধিকাৰ দি আহিছে। দেশৰ বিদ্যমান সম্পদৰ পৰা মূল্য উন্মুক্ত কৰিবলৈ, বহনক্ষম উৎপাদনৰ বাবে সম্পদৰ আধুনিকীকৰণৰ ক্ষেত্রত একাধিক পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মোদীৰ বলিষ্ঠ নেতৃত্বত আমি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশে ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এইক্ষেত্রত সামুদ্রিক খণ্ডক সুসজ্জিত আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব দি অহা হৈছে।”

port 3মুম্বাই বন্দৰৰ পর্যটন পদক্ষেপ সন্দৰ্ভত আৰু আজি ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ৰ সৈতে সংগতি ৰাখি এখন চুটি চলচ্চিত্র কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত প্রদর্শিত হৈছিল। ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ৰ সন্মানত অভিবাদন জনোৱাৰ বাবে মুম্বাই হাৰ্বাৰত সকলো জাহাজে হৰ্ণ পৰিৱেশন কৰে।

মুম্বাই বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ৰাজীৱ জালোতাই আজি আদৰণি ভাষণ প্ৰদান কৰে আৰু তাৰপাছতেই শুল্ক বিভাগৰ মুখ্য আয়ুক্ত নীতিশ কুমাৰ সিনহাই ভাষণ প্রদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Directorate of Central ShippingMUMBAIMumbai Ports AuthorityShipping Minister Sarbananda Sonowal
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d