Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান আৰু এন্ড্রিউ যুল গ্ৰুপৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

গৱেষণাত সামৰি লোৱা হ'ব অসমৰ চাহ বাগিচাকোঅসমৰ চাহ পৰ্যটনৰ সৈতে আয়ুর্বেদ আৰু যোেগ পর্যটনক সংযুক্ত কৰাত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ

publisher by publisher
December 21, 2023
in India, News
Reading Time: 1 min read
0
Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান আৰু এন্ড্রিউ যুল গ্ৰুপৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Sarbanandra Sonowal:

নতুন দিল্লীত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সর্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতৰ আগশাৰীৰ আয়ুর্বেদ প্রতিষ্ঠান অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান আৰু ভাৰত চৰকাৰৰ এণ্টাৰপ্ৰাইজ এন্ড্রিউ য়ুল গ্ৰুপৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ADVERTISEMENT

এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে এন্ড্রিউ য়ুল এণ্ড কোম্পানীৰ চাহ বাগিচাসমূহক সামৰি গৱেষণা কৰা আৰু আয়ুর্বেদিক ঔষধ তথা চিকিৎসা পদ্ধতিৰ বিভিন্ন প্ৰয়োগ তথা সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰাকে ধৰি ইয়াৰ বিভিন্ন স্বাস্থ্যসন্মত গুণাগুণ আৰু লাভালাভ আৱিষ্কাৰ কৰা।

sonowal 2উক্ত চুক্তি অনুসৰি কোম্পানীটোৰ বিভিন্ন চাহ বাগিচাৰ পৰা অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানৰ বিশেষজ্ঞ দলে চাহৰ নমুনা সংগ্ৰহ কৰিব পৰীক্ষাগাৰত যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰিব। প্রতিষ্ঠানখনে আয়ুর্বেদৰ দৃষ্টিকোণৰ পৰা বিভিন্ন ৰকমৰ চাহৰ বিতং বিশ্লেষণ আৰু মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ লাভালাভৰ বিষয়ে গৱেষণা তথা অন্বেষণ কৰিব।

অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানে চাহৰ স্বাস্থ্যসম্মত আৰু আয়ুর্বেদিক গুৰুত্ব আৰু আয়ুর্বেদিক ঔষধ, প্রসাধন সামগ্ৰী আদিৰ ব্যৱহাৰৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰিব। এন্ড্রিউ খুল এও কোম্পানীৰ অসমত সাতখনকৈ চাহ বাগিচা আছে, যাৰ ভিতৰত আছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ চাহ বাগিচা, যোৰহাট জিলাৰ হোলোংগুৰি চাহ বাগিচা, ডিব্ৰুগড় জিলাৰ টিংখাং চাহ বাগিচা, বাচমতিয়া চাহ বাগিচা, ৰাজগড় চাহ বাগিচা, দেশম চাহ বাগিচা আৰু গোলাঘাট জিলাৰ মুৰফুলনি চাহ বাগিচা। উক্ত গৱেষণা তথা পৰীক্ষা- নিৰীক্ষাৰ বাবে অসমৰ এইসমূহ চাহ বাগিচাকো সামৰি লোৱা হব।

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “পৰম্পৰাগতভাৱে চাহৰ বহুতো প্রমাণিত স্বাস্থ্যসন্মত লাভালাভ আছে যাক বৈজ্ঞানিকভারে অধ্যয়ন কৰিব লাগিব। এই নতুন চুক্তিখন হৈছে চাহৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা বৈজ্ঞানিকভারে তালিকাভুক্ত কৰাৰ লগতে আয়ুর্বেদিক ঔষধৰ ক্ষেত্ৰত চাহৰ প্ৰয়োগৰ সম্ভাৱনা অন্বেষণ কৰাৰ এক প্ৰয়াস।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰদূৰদর্শী নেতৃত্বত আমাৰ চৰকাৰে আধুনিক গৱেষণা আৰু উন্নয়নৰ দৃষ্টিভংগীৰ জৰিয়তে আয়ুর্বেদৰ দৰে ঔষধৰ পৰম্পৰাগত জ্ঞানক বৈজ্ঞানিক প্ৰমাণেৰে শক্তিশালী কৰাত গুৰুত্ব দি আহিছে। ইয়াৰ ফলত আয়ুর্বেদ আৰু অন্যান্য পৰম্পৰাগত ঔষধৰ সমৃদ্ধ ঐতিহ্যই এক বিস্তৃত পৰিসৰৰ ৰোগৰ সমাধান ত্ববান্বিত কৰিব ধৰিছে।

অসমৰো চাহৰ ইতিহাস গৰিমামণ্ডিত, ইয়াৰ সোৱাদ আৰু স্বাস্থ্যকৰ উপকাৰিতা তথা আৰোগ্যৰ দিশবোৰ যুগে যুগে প্রমাণিত হৈ আহিছে। পিছে দীর্ঘদিন ধৰি অসমৰ চাহৰ সমৃদ্ধ ভেষজ আৰু আৰোগ্য শক্তি উপলব্ধি কৰিবলৈ কোনোধৰণৰ আন্তবিক প্রয়াস কৰা হোৱা নাছিল।

প্রধানমন্ত্রী নৰেন্দ্রমোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰতে সর্বাংগীণ বিকাশৰ পথেৰে নিজকে পুনৰুজ্জীৱিত কৰাৰ এই অমৃতকালত অসমৰ অর্থনীতিৰ অন্যতম মুখ্য আধাৰ চাহে আয়ুর্বেদিক ফর্মুলেচনৰ ক্ষেত্ৰত প্রাকৃতিক উপাদান হিচাপে ইয়াৰ সম্ভাৱনা উন্মুক্ত কৰিবলৈ সাজু হৈছে যাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱনৰ মান সমৃদ্ধ কৰা আৰু আৰোগ্য প্ৰণালীক ত্বৰান্বিত কৰা। তদুপৰি, অসমৰ চাহ পর্যটনৰ সৈতে আয়ুর্বেদ আৰু যোগ পর্যটনক সংযুক্ত কৰাতো আমি গুৰুত্ব আৰোপ কৰিছো।”

অখিল ভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান আৰু এন্ড্রিউ থুল এন্ড কোম্পানীয়ে আয়ুর্বেদিক দৃষ্টিকোণৰ পৰা চাহৰ স্বাস্থ্যসম্মত লাভালাভ আৰু মানুহৰ জীৱনত ইয়াৰ গুৰুত্বৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰাৰ বাবে উমৈহতীয়া প্রচেষ্টাৰে কাম কৰিবলৈ সাজু হৈছে।

অনুষ্ঠানটোত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্রীয় আয়ুষ ৰাজ্যিক মন্ত্রী মুজপাৰা মহেন্দ্ৰভাই, আয়ুষ মন্ত্রালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, অখিল ভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠানৰ সঞ্চালক ড তনুজা মনোজ নেছাৰী, ডীন (গোরা কেম্পাছ) ড° সুজাতা কদম, ভাৰতীয় ডাকৰ সঞ্চালক প্রধান স্মিতা কুমাৰ, এপ্লিউ ফুল এন্ড কোম্পানীৰ মুখ্য পৰিচালন সঞ্চালক আৰ এছ মাংকু প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All India Institute Of AyurvedaAndrew Yule GroupAyush Minister Sorbananda SonowalMemorandum of understandingnew delhi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d