Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma Speech : ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক বিৰোধীৰ তীব্ৰ বাক্যবানৰ মাজতে বিধানসভাত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মিঞা মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ !

publisher by publisher
August 27, 2024
in Uncategorized
Reading Time: 3 mins read
0
Himanta Biswa Sarma Speech : ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক বিৰোধীৰ তীব্ৰ বাক্যবানৰ মাজতে বিধানসভাত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
2
SHARES
15
VIEWS
ShareShareShareShare

Himanta Biswa Sarma Speech :

আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনটোত ধিং ধৰ্ষণ কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ,এআইইউডিএফ চিপিএম আৰু অখিল গগৈয়ে উভতি ধৰে ৷ বিৰোধীদলে বিভিন্ন প্ৰশ্নবানেৰে উত্তাল পৰিবেশৰ মাজত গৰজি উঠে মুখ্যমন্ত্ৰী গৰাকী।

ADVERTISEMENT

উল্লেখ্য যে,মিঞা মুছলমানৰ ওপৰত ধাৰাবাহিক উৎপীড়নক লৈ বিৰোধী দলৰ বিধায়ক সকল সৰৱ হৈ উঠাৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই কয় ,‘মিঞা মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ’ |

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

উল্লেখ্য যে ,সদনৰ কামকাজ আৰম্ভ হওতেই মুখ্যমন্ত্ৰী ড:শৰ্মাই য়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে বিৰোধী বিধায়ক সকলে উজনিত মিঞা মুছলমানক উজনি ত্যাগ কৰিবলৈ কেতবোৰ সংগঠনে আইন হাতত লোৱা আদি প্ৰসংগক লৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে বুলি প্ৰশ্ন উদ্থাপন কৰি সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

যাৰবাবে অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷ অৱশ্যে পিছত পুনৰ সদনৰ কামকাজ আৰম্ভ হওঁতেই পুনৰ বিৰোধীয়ে তদ্ৰুপ পৰিবেশ সৃষ্টি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয়,অপকৰ্ম যেনেকুৱাই নহওক কিয় ৷ সেইয়া আমি অপৰাধ হিচাপে চাও ৷ এনচিআৰবিৰ তথ্যৰ ওপৰত সদনত বিৰ্তক হ’ব লাগে ৷ ২০১৪ত ৰাজ্যত ধৰ্ষণজনিত ঘটনা সংঘটিত হৈছিল ১৯৮০টা। একেদৰে ২০১৯ সংঘটিত হৈছিল ৯৮৯টা।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৰফিকুল ইছলামে নামনিৰ পৰা উজনি অসমলৈ মানুহ যাবই বুলি কোৱা মন্তব্য সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,কিয় যাব লাগে উজনিলৈ ৷নোৱাৰিব যাব। মিঞা মুছলমানক উজনি দখল কৰিব নিদিওঁ বুলি গৰজি উঠে ড:শৰ্মা ৷

আনহাতে সংখ্যালঘু বিধায়ক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়,নামনিৰ যিসমূহ জিলাত সংখ্যাগুৰু সংখ্যালঘু হৈছে ৷ তাত যেতিয়া হিন্দু পৰিয়াল এটি বিপদৰ সন্মুখীন হয় ৷ আতংকত ভোগে। সেই সকলক অভয়বাণী দিব লাগে সংখ্যালঘু বিধায়ক সকলে ৷ কিন্ত এনে দৃষ্টিকোণ দৃষ্টিগোচৰ হোৱা নাই ৷

একেদৰে ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা ধৰ্ষণকাণ্ডৰ অধীকাংশই মুছলমান লোক জড়িত হৈ আছে৷ এই অপৰাধৰ বিৰোধী মুছলমান উকীল সকল কঠোৰস্থিতি লৈ অপৰাধীৰ পক্ষত উকালতি কৰিব নালাগে । তেতিয়াহে ক্ৰমান্বয়ে কমি আহিব অপৰাধীৰ সংখ্যা ৷কিন্ত কাৰ্যত:এনে পদক্ষেপ দেখা নাপাওঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam AssemblyCm Himanta Biswa SarmaDhing Gangrape IncidentSivsagar Incident
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d