Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Fraudster Bishal Phukan:মহা প্ৰৱঞ্চক বিশাল ফুকনৰ আলাদ্দিনৰ চাকি !

অসৎ পথেৰে আহৰণ কৰা ধন কেনেকৈ উৰুৱাইছিল বিশাল ফুকনে, প্রতিনিশা ১৯ লাখটকীয়া ডুবাইৰ হোটেলত কটাই ডেৰ কোটি টকাৰ বজাৰ কৰিলে, গুৱাহাটীৰ তৰুণ নগৰত সাত কোটিটকীয়া ফ্লেট ক্ৰয়ৰ পৰা চুমি বৰাক উদয়পুৰত বিয়া পাতিবলৈ নগদ তিনি কোটি ৭৬ লাখটকীয়া হীৰাৰ আঙঠি উপহাৰ দিয়ালৈ...

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 2 mins read
0
Fraudster Bishal Phukan:মহা প্ৰৱঞ্চক বিশাল ফুকনৰ আলাদ্দিনৰ চাকি !
2
SHARES
17
VIEWS
ShareShareShareShare

Fraudster Bishal Phukan:

অনলাইন ট্রেডিঙৰ নামত অসৎ পথেৰে বিস্তৰ ধন আহৰণ কৰি দুয়ো হাত খুলি খৰচ কৰি আহিছে প্ৰৱঞ্চক বিশাল ফুকনে। ইয়াৰ ভিতৰত তেওঁ সন্দেহজনক সম্পৰ্ক ৰক্ষা কৰা চুমি বৰা নামৰ বিতর্কিত অভিনেত্ৰী গৰাকীক বিয়া পাতিবলৈ তিনি কোটি টকা দিয়ালৈকে আছে।

ADVERTISEMENT

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, বিশালে গুৱাহাটীৰ তৰুণ নগৰত এটা বিলাসী প্রটেক তৰুণ এপার্টমেন্টত সাত কোটি টকাৰ বাবদ এটা ডুপ্লেক্স ক্রয়ো কৰে। একেদৰে চুমি বৰাৰ ৰাজস্থানৰ উদয়পুৰতে অনুষ্ঠিত বিয়াৰ পাৰ্টিৰ বাবদ তেওঁ তিনি কোটি টকা ব্যয় কৰে। কেৱল সেয়াই নহয়, চুমিক তেওঁ এটা ৭৬ লাখ টকীয়া হীৰাৰ আঙঠিও উপহাৰ দিয়ে। আনকি চুমিৰ ব্যক্তিগত শাৰীৰিক ব্যায়াম-অনুশীলনৰ প্ৰশিক্ষক তন্দ্ৰামণিকো বিশালে মাহিলি নগদ ৫০ হেজাৰ টকাকৈ দিয়ে। তদুপৰি চুমিৰ জন্মদিন উপলক্ষে যোৱা আঠ আগষ্টত এটা দুই লাখটকীয়া টেডী বীয়েৰ উপহাৰ দিয়ে।

RelatedPosts

Dibrugarh police arrested fraudster Bishal Phukan:আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক বিশাল ফুকন

আনহাতে, চুমিৰ বিয়াৰ পাছত বিশাল, চুমি আৰু আদিত্যম শইকীয়া (চলচ্চিত্র পৰিচালক)ই ডুবাই ভ্রমণ কৰে। এই ডুবাই ভ্ৰমণৰ সময়ত তেওঁলোকে তিনিটা নিশা হোটেল বুৰ্জ আৰৱত কটায়। ইয়াৰ বাবদ প্রতি নিশা ১৯ লাখকৈ মুঠ ৫৭ লাখ টকা বিশালে ব্যয় কৰে। তদুপৰি আটলান্টিক পাৰ নামৰ আন এখন হোটেলতো তেওঁলোকে পাঁচটা নিশা কটায়।

ইয়াৰ এনিশাৰ বাবদ তেওঁলোকৰ এক লাখ টকাকৈ ব্যয় হয়। অর্থাৎ মুঠ পাঁচ লাখ টকা ব্যয় কৰি তেওঁলোকে আটলান্টিক পাৰ হোটেলত পাঁচটা নিশা কটায়। তদুপৰি বিশালে ডুবাইত ডেৰ কোটি টকাৰ বজাৰ কৰে। বিশালে গুৱাহাটীৰ নাৰেংগীৰ আইডিয়েল ভিউ এপার্টমেন্টত ১.৫ কোটি টকাৰে এটা ফ্লেট ক্রয় কৰে। তদুপৰি তেওঁ চুমিৰ স্বামী তার্কিক বৰাক ৪৫ লাখ টকীয়া এখন বিলাসী ফচুনাৰ গাড়ী উপহাৰ দিয়ে। চুমি-তার্কিকৰ বিয়াৰ ভাড়া হিচাপে গুৱাহাটীৰ পৰা উদয়পুৰৰ বিমানৰ বাবদ তেওঁ ৩৩ লাখ টকা ব্যয় কৰে। কেৱল সেয়াই নহয়, বিশালে এটা ঔষধ কোম্পানী প্ৰতিষ্ঠাৰ বাবে ডিব্ৰুগড়ত ১০ বিঘা ভূমিও ক্ৰয়ৰ উদ্দেশ্যে গৰাকীক ২৫ লাখ টকাৰ আগধন দিয়ে।

sumi 2তদুপৰি চুমিৰ ডিব্ৰুগড়ৰ ৰেব আগৰৱালা পথস্থিত নৃত্য একাডেমীৰ বাবে বিশালে নগদ ২৫ লাখ টকাসহ ৩৩ লাখ টকা ব্যয় কৰে। তেওঁ একাডেমীৰ ভূমিৰ গৰাকীক নগদ পাঁচ লাখ টকা দিয়ে। তদুপৰি ‘ছিগ্‌গ্না টাইল’ প্রতিষ্ঠানক নগদ ১০ লাখ টকা দিয়ে। উক্ত নৃত্য একাডেমীৰ ‘ছাউণ্ড প্রুফ’ৰ ডিজাইনৰ বাবদো তেওঁ ১৫ লাখ টকা ব্যয় কৰে। তদুপৰি বিশালৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠত দুহেজাৰ বৰ্গ ফুটৰ কাৰ্যালয় আছে। তেওঁ ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতীক ৮৫ লাখ টকা দিয়ে। ইয়াৰে ৫০ শতাংশ ধন তেওঁ নগদ পৰিশোধ কৰে। আনহাতে, যোৱা নৱেম্বৰত চুমিয়ে বিশালক বিদেশী বিলাসী ভাৰ্ছাচ ব্ৰেণ্ডৰ ২.৫ লাখটকীয়া ঘড়ী উপহাৰ দিয়ে।

# প্ৰৱঞ্চক বিশালৰ পৰ্বতসম সম্পত্তিৰ তালিকা:

➡️পূর্বাঞ্জলী এপার্টমেন্টত ৬৩.২৫ লাখটকীয়া ফ্রেট (নম্বৰঃ ৫০৩)। এই ফ্লেট ক্রয় কৰোতে নগদৰূপত ৪৪ লাখ টকা পৰিশোধ।

➡️গুৱাহাটীৰ নাৰেংগীৰ আইডিয়েল ভিউ এপার্টমেন্টত ডেৰ কোটিটকীয়া ফ্লেট।

➡️ গুৱাহাটীৰ তৰণ নগৰৰ প্রতীক তৰুণ এপার্টমেন্টত সাত কোটিটকীয়া ডুপ্লেক্স।

➡️ ডিব্ৰুগড়ৰ বৈৰাগীমঠত দুহেজাৰ বৰ্ণফুটৰ কার্যালয়। ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশা কাকতীক ৮৫ লাখ টকা আদায়।

➡️ চুমি বৰাৰ নৃত্য একাডেমীৰ নামত ৩৩ লাখ টকা ব্যয়।

➡️ চুমি বৰাৰ নৃত্য একাডেমীৰ ছাউণ্ড প্রুফ ডিজাইনৰ বাবদ ১৫ লাখ টকা ব্যয়।

➡️ যোৱা বছৰৰ ছেপ্টেম্বৰত ভূমি বৰাক টিফানি ব্ৰেণ্ডৰ ৭৬ লাখটকীয়া হীৰাৰ আঙঠি উপহাৰ। মুম্বাইত এই আঙঠি ক্রয়।

➡️ চলিত বছৰৰ আঠ আগষ্টত চুমিৰ জন্মদিনত তেওঁক দুই লাখটকীয়া টেডী বীয়েৰ উপহাৰ।

➡️ চুমিৰ ব্যক্তিগত জিম প্রশিক্ষকতন্দ্ৰামণিক মাহিলি নগদ ৫০ হেজাৰ টকাকৈ আদায়।

➡️ ডুবাইৰ মলত ডেৰ কোটি টকাৰে বজাৰ-সমাৰ।

➡️ মাকক ৩৩ লাখ টকীয়া এমজি হেক্টৰ গাড়ী উপহাৰ।

➡️ চুমিৰ স্বামী তার্কিক বৰাক ৪৫ লাখটকীয়া ফচুনাৰ গাড়ী উপহাৰ।

➡️ চুমিৰ বিয়াৰ পাৰ্টি (ৰাজস্থানৰ উদয়পুৰ)ত তিনি কোটি টকা ব্যয়।

➡️ চুমিৰ উদয়পুৰত আয়োজিত বিয়ালৈ গুৱাহাটীৰ পৰা বিমান ভাড়াৰ বাবদ ৩৩ লাখ টকা ব্যয়।

➡️ ডুবাইৰ হোটেল বুৰ্জ আৰৱত চুমি আৰু আদিত্যম শইকীয়াৰ স’তে তিনি নিশা কটোৱাৰ বাবদ ৫৭ লাখ টকা ব্যয়। ডুবাই আটলান্টিক হোটেলত পাঁচ নিশা থকাৰ বাবদ পাঁচ লাখ টকা ব্যয়।

➡️ ঔষধ কোম্পানীৰ ১০ বিঘা ভূমি ক্ৰয়ৰ উদ্দেশ্যে ২৫ লাখ টকাৰ আগধন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Actress Sumi BoraBishal PhukanGuwahati Police SearchTrading Scam
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d