Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati police are continuing to search for Chumi:চুমিক বিছাৰি মহানগৰীৰ আৰক্ষীৰ অভিযান অব্যাহত

ঘনে ঘনে চোং সলাইছে চুমি- তাৰ্কিক, নুনমাটিৰ পাথৰকোঁৱেৰিৰ আইভেল হিউভিউ এপাৰ্টমেণ্টত নুনুমাটি আৰক্ষীৰ অভিযান, ক'লা টকা বগা কৰা চক্ৰৰ ৰক্ষণাবেক্ষণত অবৈধ ট্রেডিঙৰ ব্যৱসায়ী, আৰক্ষী বিষয়াই তাৰ্কিকক ফোন কৰিছিল নিশাও,ৰিছিভ কৰা নাই ফোন

publisher by publisher
September 5, 2024
in Uncategorized
Reading Time: 3 mins read
0
Guwahati police are continuing to search for Chumi:চুমিক বিছাৰি মহানগৰীৰ আৰক্ষীৰ অভিযান অব্যাহত
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

Dibrugarh:ডিব্ৰুগড় আৰক্ষীৰ অভিযানত মাৰ্ঘেৰিটাত আটক চাৰি মানৱ অংগ সৰবৰাহকাৰী

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Guwahati police are continuing to search for Chumi:

একাংশ প্রভাবশালী লোকৰ বাবে ক’লা টকা বগা কৰাৰ কৌশল হৈছে অবৈধ ট্রেডিং। যাৰ বাবে অবৈধ ট্রেডিঙত জড়িত থকাৰ অভিযোগত কাৰোবাক গ্রেপ্তাৰ কৰিলেও আন কাৰোবাক ৰক্ষণাবেক্ষণ দিয়া হৈছে। ৰাজ্যত শেহতীয়াভাৱে জোঁকাৰণি তোলা অবৈধ অনলাইন ট্রেডিঙৰ তদন্তকালত যাতে প্রভাবশালী লোকৰ নাম ৰাজহুৱা নহয়, সেইবাবে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ এটা মহল উঠি-পৰি লাগিছে। ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই ডিব্ৰুগড়ত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কাৰোবাক আকৌ সুৰক্ষা দিব বিচৰা বুলি সৰৱ চর্চা অব্যাহত আছে।

ADVERTISEMENT

এই প্ৰসংগৰ উদ্ভৱ হয় ৰাজস্থানৰ উদয়পুৰত কোটি কোটি টকা পানীৰ দৰে উটুবাই বিয়া পাতি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত সম্প্রতি পলাতক হৈ থকা স্বল্পখ্যাত মডেল-নৃত্যশিল্পী চুমি বৰাক লৈ। বৰাৰ লগতে সন্ধানহীন হৈ আছে স্বল্পখ্যাত ফটোগ্রাফাৰ স্বামী তার্কিক বৰাও। আৰক্ষীয়ে ইতিমধ্যে তার্কিকৰ মহানগৰীৰ ঘোঁৰামাৰাত থকা বাসগৃহত অভিযান চলাইছে যদিও কোনো শুংসূত্র পোৱা নই। তেন্তে দুয়োজন গ’ল কলে? অথচ পৰহি পুৱাৰে পৰা সন্ধানহীন হোৱা চুমি- তার্কিকক আৰক্ষীয়ে বিচাৰি পোৱাটো কঠিন বিষয় নাছিল। নিশা পর্যন্ত তার্কিকা ম’বাইল ফোন অন আছিন। বন্ধুশিল্পী দীক্ষু শর্মাই সদৰি কৰে যে যোৱা নিশা ১২ বজালৈ তেওঁলোকৰ ঘৰত থকাৰ সময়ত তার্কিকৰ ম’বাইল ফোনত মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ফোন কৰিছিল। তার্কিকে এই কলটো গ্রহণ কৰা নাছিল।

অৱশ্যে কিছু সময়ৰ পাছত তার্কিকে সেই ফোন নম্বৰটোত ফোন কৰে যদিও সেই ফালৰ পৰা বিচিভ হোৱা নাছিল। এই কথাও দীক্ষুৱে সদৰি কৰিছে। চুমি আৰু তার্কিকক আৰক্ষীয়ে পৰহি আগবেলাৰ পৰাই বিচাৰি আছিল। পাতি লোৱা ভায়েক বুলি বিশালৰ লগত সম্পর্ক সদৰী কৰা চুমিও অবৈধ ট্রেডিঙত জড়িত থকাৰ তথ্য আৰক্ষীয়ে পাইছে। ভূমিৰ লগতে অবৈধ ব্যৱসায়ঢোত বিশালৰ সম্পৰ্কৰ তথ্যও উদ্ধাৰ হৈছে। এনে ক্ষেত্রত পুৱাৰ পৰা বিচাৰি থকা দুয়োজনৰ সন্ধান দিব পৰা তার্কিকৰ ম’বাইল ফোনটো নিশা পর্যন্ত খোলা আছিল।

নিশা প্রয় ১১ বজাৰ পাছতহে ফোনটো বন্ধ হৈছিল। তাৰ পাছত বন্ধ হোৱা ফোনটো লৈ ক’ৰ বতাহত মিলি গ’ল চুমি আৰু তার্কিক। তাৰ মানে ক’ৰবাত ৰক্ষণাবেক্ষণ দিয় হৈছে নেকি দুয়োজনক ? অভিযোগ অনুসৰি এই অবৈধ অনলাইন ট্রেডিঙত জড়িত আছে ক’লা টকা বগা কৰা বহু কেই’ গৰাকী বহু প্রভাৱশালী ব্যক্তি। এই ক্ষেত্ৰত ৰাজনীতিক, উচ্চপদস্থ আৰক্ষী, চিকিৎসককে আদি কৰি বিভিন্ন ক্ষেত্রৰলোক ইয়াত জড়িত তাছে। লক্ষ্যণীয়ভাবে এই পর্যন্ত কোনেও আগবাঢ়ি আহি কোৱা নাই যে তেওঁলোকৰ ধন আত্মসাৎ কৰা হ’ল চুমি-বিশালৰ অবৈধ ট্রেডিঙৰ জৰিয়তে। এই কথাই প্রতীয়মান কৰে যে বিনিয়োগ কল ধন আছিল ক’লা।

কলা ধনৰ পাহাৰ গঢ়ি তাক বগা কৰাৰ তৎপৰতাৰ বাবেহ এই ব্যৱসায়ত বিনিয়োগ হৈছে কোটি কোটি টকা। সেইবাবেই ঘটনাই গুৰুতৰ ৰূপ পোৱা সত্ত্বেও মুকলিকৈ ওলাই অহা বিনিয়োগকাৰীৰ অভাৱ ঘটিছে। যিসকলে নিজৰ কথা ক’বলৈ ওলাই আহিছে সেইসকল অধিক লাভৰ প্রলোভনত পৰি কম কম পৰিমাণৰ ধন বিনিয়োগ কৰাহে লোক। অথচ শশ কোটি টকা মাত্র দুই-তিনিজন দালালে চলোৱা ব্যৱসায়তে বিনিয়োগ হৈছে। বিশাল ফুকন জালত পৰিলেও পৰৱৰ্তী পর্যায়টোত নাই চকুত পৰা নাই কোনো উল্লেখযোগ্য অগ্ৰগতি ৷

#বিশালৰ পৰ্বতসম সম্পত্তিৰ অংশীদাৰ আছিল চুমি ,স্বামী তাৰ্কিক বৰা ,ভাতৃ-বৌয়েক:

ডিব্ৰুগড়ৰ এটা সাধাৰণ পৰিয়ালৰ পৰা অহা চুমি কি আলাউদ্দিনৰ চাকিৰ বলতে গুৱাহাটীৰ প্ৰতিষ্ঠিত শিল্পীকো চেৰ পেলাই কোটি কোটি টকাৰ মালিক হৈ পৰিল ৷ ইতিমধ্যে বিশাল ফুকন আৰক্ষীৰ জালত পৰাৰ পিছত চুমিৰ সম্পত্তিৰ তথ্য লাভ কৰিছে আৰক্ষী ৷ গুৱাহাটীৰ কোনো এগৰাকী জনপ্ৰিয় চেলিব্ৰিটিয়ে বিবাহত আজিলৈকে ব্যয় নকৰা ধন এইগৰাকী স্বল্পখ্যাত অভিনেত্ৰী- কৰিঅ’গাফাৰে ৰাজস্থানৰ উদয়পুৰত পাতিছিল ৰাজকীয় বিয়া৷ য’ত ব্যয় হৈছে বহুকোটি টকা ৷ পাতি লোৱা ভায়েক মহা প্ৰবঞ্চক বিশাল ফুকনে বায়েক চুমিৰ বিয়াত পানীৰ দৰে অৰ্থ ব্যয় কৰিছিল ৷ চুমি বৰাৰ ডেষ্টিনেচন ৱেডিঙত বিল দিয়া হৈছিল তিনি কোটি টকা৷ ডেৰকোটি টকীয়া হীৰাৰ নেকলেছ , গুৱাহাটী সহ ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা উদয়পুৰলৈ অহা- যোৱা কৰা লোকৰ বিমান বিল প্ৰায় ৩৫ লাখ দিছিল বিশালে ৷

আনহাতে ডিব্ৰুগড় আৰক্ষীৰ হাতত পৰা ধন বিনিয়োগকাৰীৰ এখন হাই প্ৰফাইল লোকৰ তালিকা হাতত পৰিছে ৷যিখন তালিকাত আছে অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বহু কেইগৰাকী চেলিব্ৰিটি লোকৰ নাম ৷ তদন্তৰ খাতিৰত এতিয়ালৈকে নাম প্রকাশ কৰাৰ পৰা বিৰত আছে ডিব্ৰুগড় আৰক্ষীয়ে।

বিশালে তেওঁ ট্ৰেডিঙত ধন বিনিয়োগ কৰিবৰ বাবে বায়েক চুমিৰ জৰিয়তে অসমীয়া চিনেমা আৰু সাংস্কৃতিক জগতৰ লোক সকলক বিনিয়োগ কৰাইছিল৷চুমিয়ে সংগ্ৰহ কৰা বিনিয়োগকাৰীয়ে বিশাল ওচৰত বিনিয়োগ কৰাৰ ধনৰ ১৫ শতাংশ কমিছন প্ৰদান কৰিছিল। বিশাল ফুকনে চুমি বৰাক প্ৰদান কৰিছিল এই কমিছন।

আনকি পাছেলিয়া নামৰ কোম্পানীৰ জৰিয়তে ক’লা ধন বগা কৰাৰ চেষ্টা কৰিছিল বিশাল ফুকনে। তাৎপৰ্যপূৰ্ণভাৱে চুমিৰ ককায়েক ৰাজীৱ বৰা এই কোম্পানীটোৰ পৰিচালন সঞ্চালক আৰু বৌৱেক জংক মিলি সঞ্চালক৷ এই কোম্পানীটোৰ মালিক আছিল বিশাল।

একেদৰে বিশাল ফুকনে চুমি বৰাৰ স্বামী তার্কিক বৰাৰ নামত উজনিত বহু মাটি ক্ৰয় কৰাৰ লগতে শিৱসাগৰত কিনিছিল দুখন চাহ বাগিচা৷ ইয়াত বিনিয়োগ কৰিছিল কে’বা কোটি টকা৷ এই তথ্যও লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ বায়েক চুমি বৰাক লৈ প্ৰায়ে গুৱাহাটী মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লু,ভিভান্টা সহ প্ৰায়ে বিলাসী পাৰ্টি অনুষ্ঠিত হয় ৷য’ত অংশ লৈছিল মহানগৰীৰ একাংশ সাংস্কৃতিক- চিনেমা জগতৰ শিল্পী – অভিনেত্ৰী,কলা- কুশলি৷ তেওঁলোকক উপহাৰ স্বৰূপে দিয়া হৈছিল বিলাসী সামগ্ৰী ।

মহা প্ৰৱঞ্চকৰ বিশাল ফুকনৰ বিশাল সাম্ৰাজ্যৰ অন্যতম সংগী চুমি বৰাক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীৰ ৷ ইয়াৰ প্ৰতিলিপি গুৱাহাটী মহানগৰৰ আৰক্ষীকো দিছে ডিব্ৰুগড় আৰক্ষীয়ে । ইয়াৰ পাছতে আজি দুদিন ধৰি গুৱাহাটী আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত থকাৰ সম্ভেদ লাভ কৰি ঘৰত উপস্থিত হৈছিল আৰক্ষী ৷ কিন্ত শিল্পী গৰাকীয়ে জনোৱা মতে পৰহি তেওঁ ঘৰলৈ অহাটো সঁচা কিন্ত কিছুসময় থাকি উভতি গৈছিল ৷ এই সন্দৰ্ভত তেওঁৰ ঘৰত থকা চিচিটিভি পৰিক্ষণ কৰিছিল ।

ইফালে বৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পমখেদি গুৱাহাটীৰ নুনুমাটি আৰক্ষীয়ে পুৱাৰে পৰা পাথৰকোঁৱেৰিৰ আইভেল হিউভিউ এপাৰ্টমেণ্টত অভিযান অব্যাহত ৰাখে ৷ আনহাতে চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা আৰু জংকি মিলিক থানালৈ তলব কৰিছিল যদিও তেওঁলোক দুয়ো আত্মগোপন হৈ থকাত ডিব্ৰুগড় আৰক্ষীয়ে ৱান্টেড ঘোষণা কৰিছে দুয়োকে ৷

# মহা প্ৰৱঞ্চক বিশাল ফুকনৰ সাম্ৰাজ্য খন:

ডিব্ৰুগড় আৰক্ষীয়ে ধৃত বিশাল ফুকনক মাৰাথন জেৰাত যিবোৰ তথ্য সদৰি কৰিছে সেয়া শুনি আৰক্ষী বিচ্যুতি খাইছে । মহাথগী বিশাল ফুকনৰ ৭০০ কোটি টকাৰ বেংক লেনদেনৰ তথ্যৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে। আনকি বিদেশী ৰাষ্ট্ৰ থাইলেণ্ডৰ ৰাজধানী বেংককৰ এটা প্ৰতিষ্ঠিত বেংকত কে’বাটাও একাউণ্টৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে ।

আনহাতে বিশালে ডিব্ৰুগড়ত থকা তিনিটা বেংক ক্ৰমে এছবিআইত এটা ,এইছডিএফচিত চাৰিটা আৰু এক্সিছ বেংকত এটা একাউণ্টত প্ৰায় ৬০ কোটি থকাৰ লেনদেন কৰাৰ তথ্যই সংগ্ৰহ কৰিছে ৷ ডিব্ৰুগড় আৰক্ষীয়ে লাভ কৰা তথ্যানুসৰি ছত্তিশগড়,ওড়িশা আৰু কেৰালাৰ বহু কেইজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে বিশাল ফুকনৰ ট্ৰেডিঙত ধন বিনিয়োগ কৰিছিল ৷

উল্লেখ্য যে ,ডিব্ৰুগড় আৰক্ষীয়ে বিশালক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা প্ৰায় ১০০০০ ডিৰহাম সহ মালয়েছিয়া আৰু থাই টকাও উদ্ধাৰ কৰিছিল ৷ এনেক্ষেত্ৰত অবৈধ মুদ্ৰা আৰু মজুত আৰু বিনিয়োগৰ সন্দৰ্ভত ফেমা আইনত অধীনত ৰজু হ’ব পাৰে গোচৰ ৷

মনকৰিবলগীয়া যে , চেবীৰ নিয়ম অমান্য কৰি গৈছিল বিশাল ৷ এই কথাও তেওঁ জানিছিল যে,তেওঁ কৰি যোৱা কাম আইন বিৰুদ্ধ। যাৰবাবে কোনো দিনে চেবিৰ কাষ চপা নাছিল ৷ উল্লেখযোগ্য চলিতবৰ্ষৰ ৩১ মাৰ্চৰ আগতে বিশালৰ একাউণ্ট প্ৰায় ৮০ কোটি থকাৰ সম্ভেদ লাভ কৰি তেওঁক তলব কৰিছিল আয়কৰ বিভাগে ৷ কিন্ত ৰহস্যজনক ভাৱে আয়কৰ বিভাগৰ জাননীৰ প্ৰতি কোনো কেৰেপেই নকৰিলে।

সোৱে- বাওঁৱে প্ৰায় ২০০০ কোটি লুণ্ঠন কৰা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে এতিয়া নামি পৰিছে বিশালৰ এন্ধাৰ সাম্ৰাজ্যৰ হাই প্ৰফাইল বিনিয়োগকাৰীৰ তথ্য সংগ্ৰহ অভিযানত ৷ একেদৰে গুৱাহাটী আৰক্ষীও অভিযান অব্যাহত ৰাখিছে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ সন্ধানত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chumi BoraDIBRUGARH POLICEFroudstar Vishal PhukanGuwahati Policeonline money trading Scam
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d