Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Money Trading Case Cid Constable Aarrested:সৰিয়হ তলিতে ভুত !

মানি ট্ৰেডিঙৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ চিআইডিৰ বিষয়া, গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিআইডিৰ কনিষ্টবল সৰোজ ডেকাক

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 3 mins read
0
Money Trading Case Cid Constable Aarrested:সৰিয়হ তলিতে ভুত !
1
SHARES
12
VIEWS
ShareShareShareShare

Money Trading Case Cid Constable Aarrested:

শেহতীয়াভাৱে পোহৰলৈ অহা ৰাজ্য কঁপোৱা অবৈধভাবে ধন সংগ্রহ (মানি ট্রেডিং) কেলেংকাৰিৰ সূত্রপাত ২০১৫ তে ঘটে। আনকি একাংশ বৈধ কোম্পানীৰ নামত অবৈধভাবে একাংশ অসাধু লোকে ধন সংগ্ৰহ কৰিও আত্মসাৎ কৰে। এনে প্ৰক্ৰিয়াৰে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি নিশাটোৰ ভিতৰতে অজস্র সম্পত্তিৰ গৰাকী হোৱা কে’বাজনো ইতিমধ্যে জালত পৰিছে।

ADVERTISEMENT

আশ্চর্যজনকভাবে এই অবৈধ বেহাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ এজন কনিষ্টবল (লেন্সনায়ক)। সৰোজ ডেকা নামৰ এই চিআইডি কনিষ্টবলজনৰ স’তে সম্পৰ্ক থকা শোণিতপুৰৰ চাৰিদুৱাৰৰ এজন বিত্তীয় প্ৰৱঞ্চকো জালত পৰিছে। বৃহস্পতিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে অঞ্জন সুপ্রিয়ম দাস নামৰ এই প্রবঞ্চকজনক গ্ৰেপ্তাৰ কৰে।

RelatedPosts

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Spa Salon:মহানগৰীত স্পা-চেলুনৰ জৰিয়তে চলিছে মানৱ সৰবৰাহ

Fraudsters arrested:প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক আৰক্ষীৰ জালত

cid 2পাছত তেওঁ সাংবাদিকৰ আগত প্রকাশ কৰে যে বিত্তীয় প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কনিষ্টবল ডেকা পূর্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত নিয়োজিত আছিল। তেতিয়া তেওঁ ভবিষ্যনিধিৰ কামত বিসংগতি কৰাত তেওঁক চিআইডি মুখ্য কার্যালয়লৈ কর্তৃপক্ষই বদলি কৰে। ইতিমধ্যে ডেকাক জিম্মাত লোৱাৰ উদ্দেশ্যে চাৰিদুবাৰ আৰক্ষীৰ এটা দল গুৱাহাটীলৈ ৰাওনা হৈছে।

আনহাতে, ধৃত অঞ্জনে প্ৰকাশ কৰা অনুসৰি, চিআইডি কনিষ্টবল সৰোজৰ স’তে তেওঁৰ ফে’চবুকৰ জৰিয়তে পৰিচয় ঘটে। তাৰ পূৰ্বৰে পৰা অঞ্জন অনলাইন ট্রেডিঙৰ নামত অবৈধভাৱে ধন সংগ্রহত জড়িত আছিল। পাছত ডেকাই তেওঁক দিয়া প্রস্তাৱ মর্মে প্রথম অৱস্থাত তেওঁ প্রাণকৃষ্ণ নাথ নামৰ এজন যুৱকৰ পৰা এক লাখসহ মুঠ চাৰে তিনি লাখ টকা সংগ্ৰহ কৰি ডেকাক হস্তান্তৰ কৰে। এনেদৰে তেওঁ সংগ্রহ কৰা ধনৰ মাজত অঞ্জনৰ মাতৃৰ এক লাখ টকা আৰু নিজৰ সম্পত্তি বিক্ৰী কৰি পোৱা ডেৰ লাখ টকা আছে বুলি তেওঁ প্রকাশ কৰিছে।

অঞ্জনে লগতে প্ৰকাশ কৰা অনুসৰি ২০১৫ৰ পৰাই ৰাজ্যত অনলাইন ট্রেডিঙৰ নামত ঠগ-প্রৱঞ্চনা চলি আহিছে। তেওঁ নিজে ১৮ লাখ টকা সংগ্রহ কৰি কনিষ্টবল ডেকাক হস্তান্তৰ কৰে। ইয়াৰ বিনিময়ত তেওঁ প্রায় ১৫ মাহ যথেষ্ট লাভ অর্জন কৰে যদিও পাছলৈ খেলি-মেলি আৰম্ভ হয়।

আনহাতে, ডেকাই ৰাজ্যৰ বহু যুৱকৰ পৰা ডেৰশ-দুশ কোটি টকা সংগ্ৰহ কৰা বুলি অঞ্জনে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে প্রাণকৃষ্ণ নাথে উপযাচি ধন দিছিল বুলি দাবী কৰি, অঞ্জনে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি, পৰৱৰ্তী সময়ত ধন ঘূৰাই দিয়াত অপাৰগতা প্ৰকাশ কৰাত তেওঁৰ স’তে কালি প্রাণকৃষ্ণৰ তর্কাতর্কি হয়। পাছত প্ৰাণকৃষ্ণই চাৰিদুৱাৰ আৰক্ষী থানাত অঞ্জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অঞ্জনক গ্ৰেপ্তাৰ কৰে।

অঞ্জনে দাবী কৰা অনুসৰি, বঙাইগাঁৱৰ এখন হোটেলৰ গৰাকী তথা আৰক্ষীতে কৰ্মৰত ভূপেন চৌধুৰীৰ পৰাও সৰোজে পাঁচ লাখ টকা লৈ ৭০ হাজাৰ টকা ওভটাই দিয়াৰ উপৰি আন এজন আৰক্ষী উপ-পৰিদৰ্শকৰ পৰাও এইদৰে সৰোজে ধন লোৱাৰ কথা প্ৰকাশ কৰে ৷

এই গোচৰতে আৰক্ষীয়ে ডেকাৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব বুলি সূত্রই জনায়। জালত পৰাৰ পাছত অঞ্জনে মন্তব্য কৰিছে যে তেওঁ প্রয়োজনত নার্ক’টিক পৰীক্ষাত বহিবলৈও প্রস্তুত আছে। ডেকাৰ স’তে তেওঁৰ লিখিত চুক্তি আছিল বুলিও অঞ্জনে দাবী কৰে। আৰক্ষীয়ে ইতিমধ্যে ১৪৬/২৪ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷

আনহাতে, চিআইডিৰ কনিষ্টবল ডেকা অনলাইন প্রৱঞ্চনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাত অসম আৰক্ষীত জোঁকাৰণিৰ সৃষ্টি হৈছে বুলি এক সূত্রই জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cid Constable AarrestedGuwahati PoliceMoney Trading Case
publisher

publisher

Related Posts

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d