Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma:বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া

অপৰাধী থাকিব লাগিছিল লকআপত, কিন্ত আৰক্ষী জিন্মাত এটা চেনেলক দি আছিল ইন্টাৰভিউ, দুই অপৰাধী জিমখানা কেনেকৈ পালে, এই  সন্দৰ্ভত তদন্ত দিয়াৰ কথা সদৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
September 13, 2024
in Uncategorized
Reading Time: 4 mins read
0
Himanta Biswa Sarma:বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া
2
SHARES
20
VIEWS
ShareShareShareShare

Himanta Biswa Sarma:

ৰাজ্যৰ বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ চৰকাৰে ল’ব এক কঠোৰ সিদ্ধান্ত। শুক্ৰবাৰৰ কেবিনেটত এই সম্পৰ্কত সাহসী সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

ADVERTISEMENT

ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা মষ্ট ওৱানটেড চুমি আৰু তাৰ্কিক বৃহস্পতিবাৰে বাবে এছটিএফৰ জালত পৰাৰ এদিনৰ পাছত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰাজ্য কপাই যোৱা ট্ৰেডিং কেলেংকাৰীটো মইহে ধৰিলো ৷ এতিয়া মোকে টাৰ্গেট কৰি হোৱানোহোৱাই সমালোচনা কৰি থকা হৈছে ৷ ধৰা মানুহজনক আক্ৰমণ কৰি আচলতে কি বুজাব বিচৰা হৈছে ৷ এনেধৰণৰ কামে অপৰাধীক ভিটামিন দিয়াৰ দৰে হৈছে ৷

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

sumi tarkik 1আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে চুমি আৰু তাৰ্কিকক জিমখানালৈ নিয়া সন্দৰ্ভত কয়,যেতিয় অপৰাধী কেইজনক ধৰিলে তেওঁলোকক আনিব লাগিছিল থানালৈ ৷ কিন্ত ইয়াৰ পৰিৱৰ্তে নিয়া হ’ল জিমখানালৈ ৷ একেদৰে আৰক্ষী জিন্মাত থকা অপৰাধীৰ সাক্ষাৎকাৰ ল’বলৈ সুবিধা দিয়া হৈছে এটা চেনেলক ৷ আনকি মই নিজেই এই ইন্টাৰভিউ চাই আচৰিত। এইয়া কেনেকৈ সম্ভৱ ৷ লগে লগে ডিজিপিক বিষয়টো দৃষ্টিগোচৰ কৰি তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

gymkhanaট্ৰেডিং কেলেংকাৰিৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ট্ৰেডিং কেলেংকাৰী আমাৰ চৰকাৰে পোহৰলৈ আনিছে। আনকি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি দিবলৈ অহা ট্ৰেডিং প্ৰৱঞ্চকো আমি ধৰিছো ৷

sumikট্ৰেডিং কেলেংকাৰিৰে জড়িত অপৰাধী সকলক আমি হিৰো বনোৱা নাছিলো । কিন্ত দেখা গৈছিল একাংশ ইউটিউবাৰ আৰু চেনেলত এওঁলোকক হিৰো বনাই সাক্ষাৎকাৰ পৰ্যন্ত লোৱা হৈছে ৷ আনহাতে অপৰাধীক আৰক্ষী জিন্মাত সাক্ষাৎকাৰ লোৱা সাংবাদিক আৰু আৰক্ষীৰ সম্পৰ্কক এক চিন্তনীয় বিষয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

tarkikআনহাতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এই কেলেংকাৰী সন্দৰ্ভত আজি দিছপুৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেটত লোৱা হ’ব এক সাহসী সিদ্ধান্ত ৷

➡️সোণাপুৰৰ কচুতলি উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জনজাতি বেষ্টনীৰ ভূমি বেদখল কৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ অভিযান৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াৰ ওপৰত বেদখলকাৰীয়ে যি দলবদ্ধ আক্ৰমণ কৰিলে ৷ সেয়া অতিশয় চিন্তনীয় ৷ এইটো কথা স্পষ্ট যে,বেদখলকাৰীক কোনো কাৰণতে প্রশ্রয় দিয়া নহয় ৷ যি উচ্ছেদ চলিছে এয়া ট্রাইবেল বেল্টত চলিছে আৰু নিৰন্তৰ চলি থাকিব। যেতিয়ালৈকে বেদখলমুক্ত নহয় ৷

kashutaliআনহাতে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে সৰব হোৱা কংগ্ৰেছত উভতি ধৰি মুখ্যমন্ত্ৰীয়ে কয়,কংগ্ৰেছৰ উচটনিত সোণাপুৰ কাণ্ড সংঘটিত হৈছে | পুৱাৰে পৰা কংগ্ৰেছে বেদখলকাৰীক উচটাবলৈ আৰম্ভ কৰিছিল ৷ তাৰ তথ্য আমি লাভ কৰিছো ৷ এই ভূমিত বহিবলৈ ঠিকা লোৱা দালালকো আমি চিনাক্ত কৰিছো ৷ শীৰ্ঘেই আৰক্ষীৰ জালত পৰিব ৷ তদুপৰি যিসকল বেদখলকাৰী কচুতলিত বহিছে তেওঁলোক বেলেগৰ পৰা অহা নাই ৷ ওচৰৰে বুঢ়াবুঢ়ি অঞ্চলৰ পৰা অহা ৷ আনকি সেই অঞ্চলৰ ভোটাৰ তালিকাত নাম আছে ৷ কিন্ত দেখা গৈছে ৰাজনৈতিক লাভালাভৰ বাবে ডিমৰীয়াৰ কচুতলিৰ ট্ৰাইবেল ব্লেটত বহিছে ৷ কাৰ চত্ৰছায়াত এইবোৰ হৈছে ৷ এইয়াও তদন্ত কৰা হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm ReactionGuwahatiHimanta Biswa SarmaKasutali evictiononline money tradingPolice AttackSumi and Tarkik Arrest
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d