Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

publisher by publisher
November 18, 2024
in India, Assam, News
Reading Time: 4 mins read
0
rakibul
1
SHARES
13
VIEWS
ShareShareShareShare

বিপজ্জনক সংকেত !

#প্রাঞ্জলসেন ডেকা

উন্নয়নৰ ক্ষেত্ৰত নহ’লেও বিভিন্ন অবাঞ্ছিত কাৰণৰ বাবেই যে অসমে দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান অধিকাৰ কৰিব তাৰ বিপজ্জনক সংকেত দিনে দিনে অধিক স্পষ্ট হৈছে। ৰাজ্যৰ সদ্য অনুষ্ঠিত পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনে সচেতন ৰাজ্যবাসীৰ মাজত সেই আশংকাকে যেন অধিক দৃঢ় কৰিলে।

ADVERTISEMENT

এনে ধৰণৰ উপ- নির্বাচনত বিশেষ অঘটন নঘটিলে শাসক দলেই জয়লাভ কৰে, অথবা অতি শক্তিশালী ভেটি থকা আন কোনো দলে সমষ্টি বিশেষত জয়ী হোৱাৰ সুযোগ লাভ কৰে। কিন্তু এইবাৰৰ উপ-নির্বাচনক লৈ যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা হ’ল, সেয়া ইয়াৰ পূর্বে অসমবাসীয়ে প্রত্যক্ষ কৰা নাছিল।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

সকলো সীমা চেৰাই গৈ যিদৰে ধনবল, চৰকাৰী বলৰ অপব্যৱহাৰ কৰি যুদ্ধসদৃশ পৰিৱেশ গঢ়ি তোলা হ’ল, সি আগন্তুক সময়ত শাসক পক্ষক কিদৰে লাভবান কৰিব সেয়াহে বোধগম্য হোৱা নাই। এনেয়েও উক্ত পাঁচটা সমষ্টিৰ চাৰিটা শাসকীয় মিত্রজোটৰ হাততে আছিল। গতিকে এনে বাগাড়ম্বৰৰ জৰিয়তে উপ-নির্বাচনত আটাইকেইটা সমষ্টিয়ে দখল কৰিবলৈ সক্ষম হ’বনে সেই প্রশ্ন উত্থাপিত হোৱাটোবে স্বাভাবিক। তাৰ বাবে অহা ২৩ নৱেম্বৰৰ ভোট গণনাৰ দিনটোলৈ অপেক্ষা কৰাৰ গত্যন্তৰ নাই।

ফলাফল যিয়েই নহওক, এই উপ-নির্বাচনে যে ৰাজ্যত নির্বাচনী হিংসাৰ নতুন অধ্যায় মুকলি কৰিলে তাত সন্দেহ নাই। অসমত ইয়াৰ পূর্বে সমষ্টিবিশেষে দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে নিৰ্বাচনী হিংসাৰ তেনে বিপজ্জনক ধাৰা নাছিল। এইবাৰ বিশেষকৈ চামগুৰি সমষ্টিত নির্বাচনী প্ৰচাৰৰ কালছোৱাত প্রায় প্রতিদিনেই একাধিক নির্বাচনী হিংসাৰ ঘটনাৰ বাতৰি প্রকাশ পায়। হিংসাই যে প্রতি হিংসাৰহে সৃষ্টি কৰে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। এবাৰ আৰম্ভ হ’ল যেতিয়া এনে ঘটনাবোৰ ৰাজ্যৰ অন্যান্য বহু সমষ্টিলৈ আগন্তুক সময়ছোৱাত বিয়পি পৰাৰ আশংকা নুই কৰিব নোৱাৰি।

গতিকে ৰাজ্যত শান্তিপূর্ণ নির্বাচনৰ দিন উকলিল বুলিয়ে আশংকাৰ সৃষ্টি হৈছে। বিগত ২০০১ৰ পৰাই চামগুৰি সমষ্টিত কংগ্ৰেছ প্রার্থী ৰকিবুল হুছেইনে ধাৰাবাহিকভাবে পাঁচটা নির্বাচনত জয়ী হৈ আহিছে। তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত তেওঁ গৃহৰাজ্যকে ধৰি কে’বাটাও গুৰুত্বপূর্ণ বিভাগৰ মন্ত্ৰীৰূপে কার্যনির্বাহ কৰি চৰকাৰৰ অন্যতম প্রভাবশালী নেতাত পৰিণত হোৱাৰ বিষয়ে অসমবাসী জ্ঞাত। তেওঁৰ পিতৃ প্রয়াত নুৰুল হুছেইনো চামগুৰি সমষ্টিৰ পৰাই একাধিকবাৰ বিধানসভালৈ নির্বাচিত হৈছিল। যোৱা ২০২১ৰ বিধানসভা নির্বাচনতো তেওঁ বৃহৎ ব্যৱধানত শাসক বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰে।

তাৰ পাছত চলিত বছৰতে সম্পন্ন হোৱা লোকসভা নির্বাচনত ধুবুৰী লোকসভা সমষ্টিত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দৰে শক্তিশালী নেতা এজনক দেশৰে সৰ্বাধিক ১০ লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে। গতিকে চামগুৰি সমষ্টিত হুছেইনৰ ভেটি যে অতি শক্তিশালী সেয়া অনস্বীকার্য। উপ-নির্বাচনত সমষ্টিটোত এইবাৰ কংগ্ৰেছ প্রার্থীৰূপে অৱতীর্ণ হয় তেওঁৰ পুত্র তাঞ্জিল হুছেইন। বিৰোধীৰ হাতত থকা এই সমষ্টিটোত কংগ্ৰেছ প্রার্থীজনৰ লগতে তেওঁৰ সাংসদ পিতৃকো শ’লঠেকত পেলাবলৈ সর্বশক্তি প্রয়োগ কৰাৰ লগতে দৃষ্টিকটুভাবে প্রশাসন-আৰক্ষীকো ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হ’ল।

শাসক পক্ষই অৱশ্যে সেই অভিযোগ খণ্ডন কৰি কংগ্ৰেছেহে নির্বাচনী হিংসাৰ আশ্রয় লোৱা বুলি প্রতি-অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত চাৰে তিনি বছৰত অসমত অভূতপূর্ব উন্নয়ন সাধন হৈছে বুলি শাসক পক্ষই সততে দাবী কৰি আহিছে। ইয়াৰ লগতে এখনৰ পাছত আনখন আঁচনি আৰম্ভ কৰি ভোটাৰক নগদ ধন আৰু বিভিন্ন সা-সামগ্রী বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে। এনে অনুৎপাদনশীল আঁচনিৰ ভৰত ৰাজকোষ উদং হোৱাৰ পৰিণতিত চৰকাৰে প্ৰতিমাহে বিভিন্ন উৎসৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ ল’বলগীয়া হৈছে।

চৰকাৰে দাবী কৰা অভূতপূর্ব উন্নয়ন আৰু বিনামুলীয়া আঁচনিৰ পাছতো এটা উপ-নির্বাচন জিকিবলৈ শাসক পক্ষই যিদৰে সর্বশক্তি প্রয়োগ কৰিবলগীয়া হ’ল, সি বিজেপি মিত্রজোটৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু সমর্থনৰ ইংগিত দাঙি ধৰিছে নে ক্ষোভ-অসন্তুষ্টিৰ – সেয়াহে বিচাৰ্যৰ বিষয়। লক্ষ্যণীয় যে এই উপ-নির্বাচনৰ প্রার্থিত্বক কেন্দ্ৰ কৰি ৰাজ্যৰ বহুদলীয় বিৰোধী মৰ্চাৰ মাজত গভীৰ মতভেদৰ উদ্ভৱ হয়।

আনকি কংগ্রেছক এই মৰ্চাৰ পৰাই বিদায় দিয়া হয়। ফলস্বৰূপে কংগ্ৰেছৰ লগতে বিহালী সমষ্টিত মিত্রজোটৰ আন অংশীদাৰ দলেও প্রতিদ্বন্দ্বিতাত অবতীর্ণ হয়। বিৰোধী মিত্রজোটৰ এনে বিভাজনে বিজেপিক ৱাকঅভাৰ দিয়া বুলি শাসক পক্ষৰ লগতে তেওঁলোকৰ এচাম চাতুকাৰ সৰব হৈ পৰা পৰিলক্ষিত হয়; কিন্তু এনে ‘ৱাকঅভাব’ লাভ কৰা এটা সমষ্টিত, যিটো সমষ্টি প্রায় দুই দশক ধৰি বিজেপিৰ হাততে আছে, নির্বাচন যুঁজিবলৈ দীর্ঘদিন ধৰি ৰাজ্যৰ একাধিক প্রভাবশালী মন্ত্রী-সাংসদ-বিধায়কে দিন-ৰাতি একাকাৰ কৰিবলগীয়া হ’ল কিয়?

অকল বিহালীয়েই নহয়, উপ-নির্বাচন অনুষ্ঠিত হোৱা প্ৰতিটো সমষ্টিতে আৰম্ভণিৰে পৰাই কমেও একোজন মন্ত্রীয়ে নেতৃত্ব প্রদান কৰাৰ লগতে প্রতিটো পঞ্চায়ততে একোজনকৈ শাসকীয় বিধায়কক দায়িত্ব দিয়া হয়। পৰিবেশ এনেদৰে গঢ়ি তোলা হয় যে তাত দলীয় প্রার্থীৰ ভূমিকা নগণ্য হৈ পৰে। ইয়াৰ পূর্বে কোনো এটা নির্বাচনতে এনেদৰে পঞ্চায়তে পঞ্চায়তে মন্ত্রী-বিধায়কক মুৰব্বী পাতি নির্বাচন পৰিচালনা কৰাৰ দৃষ্টান্ত নাছিল।

আনকি বিজেপিৰ কেন্দ্রীয় সহ প্রভাৰীৰূপে অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাই ঝাৰখণ্ড বিধানসভা নির্বাচনত ব্যস্ত থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ এই উপ-নির্বাচনত প্ৰচাৰৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছিল; কিন্তু শেষ পর্যন্ত তেৱোঁ সেই কথা পাহৰি উপ-নির্বাচন অনুষ্ঠিত হোৱা প্রতিটো সমষ্টিতে একাধিক সভা-সমাবেশত অংশগ্ৰহণ কৰে, যাৰ বাবে পৰিস্থিতি অনুকূল নোহোৱা দেখিয়েই মুখ্যমন্ত্রীয়ে এইদৰে উপ-নিৰ্বাচনৰ প্ৰচাৰত জড়িত হ’বলগীয়া হৈছে বুলি বিৰোধীয়ে কটাক্ষ কৰাৰ সুযোগ লাভ কৰে।

তদুপৰি এই উপ-নির্বাচনত শাসক পক্ষই যি পৰিমাণত ধন ব্যয় কৰিলে, তাক দেখি বিৰোধী বাদেই, স্বয়ং বিজেপিৰেই একাংশ নেতা- কর্মী উচপ খাই উঠিছে। এইবাৰৰ দৰে আসন্ন ২০২৬ৰ বিধানসভা নির্বাচনতো প্রতিটো সমষ্টিত এনে বিপুল পৰিমাণৰ ধনৰ যোগান ধৰা হ’ব নে বুলি বিজেপি বিধায়ক তথা আগ্রহী প্রার্থীসকলৰ মাজত চর্চা চলিছে। একাংশ তেনে নেতাই আঙুলিয়াই দিয়ে যে প্রতিটো নির্বাচনতে পূৰ্বৰটোতকৈ প্ৰাৰ্থীৰ ব্যয় বৃদ্ধি পায়। গতিকে প্রথমে লোকসভা নির্বাচন আৰু এইবাৰ উপ-নির্বাচনত অবাধ ধনবলৰ প্ৰয়োগে বিজেপিৰে একাংশৰ মনলৈ শংকা কঢ়িয়াই আনিছে। আসন্ন নির্বাচনৰ ব্যয় যোগাৰ কৰাটো সম্ভৱ হ’ব নে বুলি তেওঁলোক চিন্তিত।

দৰাচলতে নির্বাচনী ব্যয় বৃদ্ধিৰ জৰিয়তে নির্বাচনী প্রক্রিয়াটোক সাধাৰণ লোকৰ দৃষ্টিৰ পৰা এনেদৰেই আঁতৰাই নিয়া হৈছে। অকল সেয়ে নহয়, বিজেপিৰ একাংশ অভিজ্ঞ নেতাই এইদৰেও প্রশ্ন উত্থাপন কৰিছে যে এই পাঁচটা সমষ্টিৰ উপ-নির্বাচনত পঞ্চায়তে পঞ্চায়তে মন্ত্রী-বিধায়কক নমাই দলে বাৰু জয়লাভ কৰিলেই, অহা সাধাৰণ নির্বাচনত সেয়া সম্ভব হ’ব নে? কোন মন্ত্রী-বিধায়কে এনেদৰে কোনটো সমষ্টিৰ প্রার্থীক জয়ী কৰিবলৈ এমাহ ধৰি বাহৰ পাতিব ? নিজৰ সমষ্টিয়ে চম্ভালিব নে আন সমষ্টিত প্ৰচাৰ চলাবলৈ যাব?

গতিকে এইসকল নেতাই ভাবে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূর্বে এই উপ-নিবাচনটোক দলৰ সাম্প্ৰতিক স্থিতিব উমান লোৱাৰ এক সুযোগৰূপে ব্যৱহাৰ কৰাটোহে যুগুত আছিল, যাতে ইয়াত পোহৰলৈ অহা দুর্বলতাসমূহ সময় থাকোঁতেই মেৰামতি কৰিব পৰা যায়; অথচ আত্মঘাতী দুৰাকাংক্ষাৰ পৰিণতিত সেই সুযোগ হেৰুৱাই পেলালে। সম্প্রতি চৰকাৰ আৰু দলৰ সকলো কার্যকলাপ অথবা সিদ্ধান্ত যিহেতু কেবল মুখ্যমন্ত্রীৰ ইচ্ছানুসৰিয়ে পৰিচালিত। হৈ আহিছে, সেয়েহে বাস্তৱ পৰিস্থিতিৰ বিষয়ে অৱগত হৈও তেওঁলোকে দলীয় মঞ্চত তাক দাঙি ধৰিবলৈ মুঠেই ইচ্ছুক নহয়।

এই উপ-নির্বাচনৰ আন এক অতি উল্লেখনীয় দিশ হৈছে স্বয়ং মুখ্যমন্ত্রী আৰু এজন সাংসদে পৰস্পৰৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগ। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে চামগুৰিৰ দলীয় প্রার্থী তথা পুত্ৰৰ নিৰ্বাচনী সভাত দিয়া ভাষণৰ উদ্ধৃতিৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে যে কোনো মন্ত্রীয়ে নিজাববীয়াকৈ কাকো চৰকাৰী চাকৰি দিব
নোৱাৰে। গতিকে হুছেইনৰ মন্ত্ৰিত্বৰ কাৰ্যকালত নিযুক্তি প্রক্রিয়াত দুর্নীতি সংঘটিত হোৱাটো তেওঁৰ ভাষ্যতে ওলাই পৰিছে আৰু সেয়ে এই সম্পৰ্কত তদন্তৰ ব্যৱস্থা কৰা হ’ব।

আনকি সাংসদজনক আৰক্ষী থানালৈ মাতি আনি সোধপোছ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে একাধিকবাৰ ঘোষণা কৰে। ইয়াকে লৈ দুয়োৰে মাজত হোৱা বাক্যুদ্ধৰ প্ৰতিক্রিয়াস্বৰূপে সাংসদ হুছেইনে কয় যে অসম আৰক্ষীয়ে আদালতত দাখিল কৰা তথ্য অনুসৰি, হিমন্ত বিশ্ব শর্মা এজন নিষিদ্ধ উগ্রপন্থী সংগঠনৰ সদস্য।

তেওঁ চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰা নাই। গতিকে এজন উগ্রপন্থীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্রী পদত অধিষ্ঠিত হৈ আইনৰ অপব্যৱহাৰ কৰিছে। তেওঁ লগতে শৰ্মা আলফাৰ ধন দাবীকে ধৰি বিভিন্ন ৰাষ্ট্রদ্রোহী কার্যকলাপত জড়িত বুলিও মন্তব্য কৰিছে। আনকি চৰকাৰী বিভাগৰ পৰা আৰম্ভ কৰি লোকসেৱা আয়োগলৈকে সকলো নিযুক্তিৰ প্রক্রিয়াতে শর্মাই ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত কৰা বুলি উল্লেখ কৰিছে।

এনে দুর্নীতি কিদৰে সংঘটিত কৰা হৈছিল আৰু কাক জেৰা কৰিলে সেই সকলো তথ্য প্রমাণ ওলাই পৰিব, তাৰো আভাস তেওঁ দিছে। হুছেইন যিহেতু এসময়ত অসমৰ গৃহ ৰাজ্যমন্ত্রী আছিল, সেয়েহে তেওঁ এই বিষয়ত ভালদৰে অৱগত হোৱাৰ উপৰি তেওঁৰ হাতত এই সম্পর্কীয় পর্যাপ্ত তথ্যপ্রমাণ মজুত থকা বুলি নিশ্চিত হ’ব পাৰি। তদুপৰি সম্প্রতি তেওঁ দেশৰ সংসদৰ এজন সদস্য। গতিকে স্বয়ং মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ দাঙি ধৰা বক্তব্যৰ গুৰুত্ব অনুধাৱন কৰি এই সম্পৰ্কত যথোপযুক্ত তদন্ত হোৱাটোৱে কাম্য।

উল্লেখনীয় যে শৰ্মা আৰু হুছেইন পূৰ্বৰ তৰুণ গগৈ মন্ত্রীসভাৰ সবাতোকৈ চৰ্চিত আৰু প্ৰভাৱশালী যুটিৰূপে পৰিচিত আছিল। সেয়েহে তেওঁলোক পৰস্পৰৰ বিষয়ে আনতকৈ যে যথেষ্ট ভালদৰেই অৱগত তাতো সন্দেহৰ অৱকাশ নাই। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড: শৰ্মা আৰু সাংসদ হুছেইনৰ বক্তব্যৰ আধাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তদন্তকাৰী সংস্থাসমূহে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিলে প্রকৃত তথ্য ওলাই পৰিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam By ElectionLooming dangerPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d