Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ সমস্যা অনুধাৱন কৰিব কোনে? প্ৰশাসনৰ নিৰ্দেশত হাহাকাৰ

publisher by publisher
December 9, 2020
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ সমস্যা অনুধাৱন কৰিব কোনে?  প্ৰশাসনৰ নিৰ্দেশত হাহাকাৰ
14
SHARES
140
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ADVERTISEMENT

কৰ’না মহামাৰীৰ ফলত দেশত বলৱৎ হােৱা তলাবন্ধই উপার্জনৰ পথ বন্ধ কৰি পেলােৱাৰ ফলত আর্থিকভাৱে কোঙা হৈ পৰা অধিকাংশ লােকেই এতিয়াও মূৰ দাঙি উঠিবলৈ সক্ষম হােৱা নাই। ৰাজধানী মহানগৰীৰ বিভিন্ন পদপথত এখন সৰু টেবুল নাইবা ঠেলাত পুৱাৰ পৰাই কঠোৰ পৰিশ্ৰমেৰে পাণ-তামােল-চাহৰ দোকান দি দৈনিক জীৱন সংগ্ৰামত ব্ৰতী হােৱা গীতাঞ্জলি,অনিতা, মনমােহন, পৰমেশ্বৰহঁতে আজিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পােৱা নাই। এদিন উপার্জন বন্ধ হলেই পৰিয়াল চলাবলৈ সমস্যাৰ সন্মুখীন হােৱা এইসকল ক্ষুদ্র ব্যৱসায়ীৰ কে’বামহীয়া তলাবন্ধৰ ফলত জীৱন নির্বাহৰ অৱস্থা কিদৰে শােচনীয় হৈ পৰিছিল নকৈ কোৱাৰ প্ৰয়ােজন নাই।

পদপথৰ এই ক্ষুদ্র ব্যৱসায়ীসকলক সকাহ দিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ‘পি এম ষ্ট্রীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনি’ ঘােষণা কৰাৰ সময়তে গুৱাহাটী পৌৰ নিগমে এই ক্ষতিগ্রস্ত ব্যৱসায়ীসকলক পদপথ খালী কৰিবলৈ নির্দেশ দিয়া কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যেতিয়া এটা পৰিয়ালৰ উপাৰ্জনৰ কোনাে পথ নাথাকে তেতিয়া জীয়াই থকাৰ বাবে বহুতে স্বাভাৱিকতে পদপথৰ ওপৰতে এখন অস্থায়ী ক্ষুদ্র প্রতিষ্ঠান প্রতিষ্ঠা কৰি সমস্যাৰ স’তে যুঁজ দিয়ে। কিন্তু এই পদপথৰ ব্যৱসায়ীসকলৰ কোনােদিনে সমস্যাৰ শেষ নাই।

অবৈধভাৱে স্থাপনৰ অজুহাতত কেতিয়াবা যদি আৰক্ষীৰ দ্বাৰা এওঁলােক নির্যাতিত হয় একেদৰে পৌৰ নিগমৰ পৰা সময়ে সময়ে তেওঁলােক উচ্ছেদিত হৈ আহিছে; কিন্তু তাৰ পাছতাে তেওঁলােকে পুনৰ জীৱিকা। উপার্জনৰ মূল পথ হিচাপে পদপথকেই বাচি লয়। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ এই পদপথৰ ব্যৱসায়ীসকলক স্বীকৃতি প্রদান কৰি নির্দিষ্ট স্থান নিৰূপণ কৰি দিয়া হৈছে যদিও অসমত বৰ্তমানলৈ এই ব্যৱস্থা বলৱৎ হােৱা নাই।

ফলত সময়ে সময়ে পদপথৰ ব্যৱসায়ী আৰু সংশ্লিষ্ট থানাৰ আৰক্ষী, পৌৰ নিগমৰ মাজত বাকযুদ্ধ অব্যাহত আছে আৰু তাৰ মাজতে দৈনিক উপার্জনৰ জৰিয়তে নিজৰ পৰিয়াল পােহপাল দি আহিছে এইসকল ব্যৱসায়ীয়ে। উল্লেখ্য যে এইসকল পদপথৰ ব্যৱসায়ীক প্রধানমন্ত্রী মােদীয়ে মান্যতা প্রদান কৰি তেওঁলােকক জীয়াই থকাৰ এক পথ মুকলি কৰি দিছে যদিও ৰাজধানী মহানগৰীৰ ব্যৱসায়ীসকলক শেহতীয়াকৈ পদপথ খালী কৰিবলৈ দিয়া নির্দেশক লৈ সর্বত্রে বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

বিশেষকৈ পাণবজাৰ আৰু জি এছ ৰােডত এই কেইদিন পদপথৰ ওপৰত থকা প্রতিষ্ঠানসমূহ খালী কৰিবলৈ মাইক যােগে নির্দেশ প্রদান কৰি আহিছে পৌৰ নিগমে। এই সন্দৰ্ভত পদপথ ব্যৱসায়ী সন্থাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰৰ মানৱতাহীন চৰিত্র এই নির্দেশৰ জৰিয়তে প্ৰকাশ পাইছে। সকলােৱে জানে। পদপথত ব্যৱসায়ী কৰা পৰিয়ালসমূহে সাম্প্রতিক সময়ত কিদৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছে। প্রথমে সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ সময়ত বন্ধ আৰু শেহতীয়াকৈ কৰ’না বাবে হােৱা দীঘলীয়া বন্ধই এই ব্যৱসায়ীসকলক একেবাৰে নিঃশেষ কৰি পেলালে।

আজিও পুনৰ ব্যৱসায়ী কৰিবলৈ বহুতৰে নাই মূলধন। বহু উভতি গ’ল নিজ গাঁৱলৈ। কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে যদিও অসমৰ ব্যৱসায়ীসকলে তাৰ সুফল লাভ কৰা নাই। কম সংখ্যকে ব্যক্তিগত ঋণ লৈ পুনৰ ব্যৱসায় আৰম্ভ কৰিছে যদিও এতিয়া পৌৰনিগমে পদপথ খালী কৰাৰ নির্দেশ দিছে। কি কৰি খাম আমি? বহুতেই এতিয়াও ঘৰ ভাড়া দিবলৈ বাকী, তলাবন্ধৰ সময়ত পৰিয়াল চলাবলৈ লােৱা ঋণ মাৰিব পৰা নাই, ল’ৰা-ছােৱালীৰ শিক্ষাটো বাদেই দিলাে।

আমাক ঠন ধৰি উঠিবলৈতাে অলপ সময় দিয়ক। এফালে ঋণ দিছে আৰু আনফালে উচ্ছেদৰ জাননী, এয়া কেনে মানৱতা? এইদৰে প্রশ্ন কৰে সন্থাই।ইফালে, জি এছ ৰােডৰ পদপথত ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে তিনিজনীয়া পােহপাল দিয়া গীতাঞ্জলীয়ে আৱেগিক হৈ কয়, ‘যােৱা তিনিদিন ধৰি পৌৰনিগমে মাইকযােগে ঘােষণা কৰি গৈছে, ঠাই খালী নকৰিলে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। কি কৰিম উপায় নাই। এই দোকান নিদিলে আমাৰ অন্য পথ নাই। এদিন দোকান বন্ধ কৰিলেই খাবলৈ নাপাও।

আজি দোকান বন্ধ, কোনে বিশ্বাস কৰিব আমাৰ ঘৰত আজি চাউল নাই। তলাবন্ধত মানুহজনৰাে কাম নাইকিয়া হ’ল। এতিয়া দুয়াে দোকানখনেই চলাইছাে কোনােমতে ঋণ লৈ। কেন্দ্রীয় চৰকাৰৰ ঋণাে আৱেদন কৰিছাে কিন্তু পােৱা নাই। মই হাতযােৰ কৰি কৈছে— দয়া কৰি আমাক জীয়াই থকাৰ এক পৰিৱেশ দিয়ক। একেদৰে পাণবজাৰৰ পদপথত দোকানৰ জৰিয়তে পৰিয়াল পােহপাল দিয়া অনিতা, মনমােহন, পৰমেশ্বৰ, নমিতা আদিয়েও পদপথ খালী কৰাৰ ঘােষণাৰ সন্দৰ্ভত কয়,‘আমাৰ এইদৰে যুদ্ধ কৰি থাকোতেই দিন যাব।

এফালে জীৱন যুদ্ধ আনফালে প্রশাসনৰ লগত যুদ্ধ; কিন্তু এই মুহূর্তত পৌৰনিগমে খালী কৰিবলৈ দিয়া নির্দেশনা কিমান দূৰ গ্রহণযােগ্য আমি নাজানাে। আমাৰতাে লাখ লাখ টকা নাই যে ডাঙৰ ব্যৱসায় কৰি পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিম। কেন্দ্রীয় চৰকাৰে ঋণ দিছে আৱেদন কৰিছাে। উল্লেখ্য যে এই পদপদৰ ব্যবসায়ীসকলে বর্তমানলৈকে পৌৰনিগমৰ কোনাে অনুজ্ঞাপত্র লাভ নকৰিলেও দীর্ঘকাল ধৰি মহানগৰীৰ পদপথত ব্যৱসায় কৰি পৰিয়াল পােহপাল দি আহিছে।

অৱশ্যে শেহতীয়া তলাবন্ধৰ ফলত মহানগৰীত পদপথত নতুন ব্যৱসায়ীৰ সৃষ্টি হৈছে যদিও সমান্তৰালভাৱে পূৰ্বৰ বহু ব্যৱসায়ীৰে আর্থিক দৈন্যৰ ফলত বর্তমানেও ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ কিছুসংখ্যক লােকে পুনৰ ব্যৱসায় আৰম্ভ কৰি পৰিস্থিতিৰ স’তে মােকাবিলা কৰিবলৈ সংগ্রাম অব্যাহত ৰখাৰ মাজতে পৌৰ নিগমক এই সকল ব্যৱসায়ীক ঠন ধৰি উঠিবলৈ সময় দিয়া দিয়া উচিত বুলি সচেতন মহলে মত ব্যক্ত কৰিছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d