Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Bye Elections Results 2024:কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল

বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী, ধলাইৰ নিৰ্বাচনী ফলাফল, সকলোৰে দৃষ্টি চামগুৰি আৰু বিহালী, ফলাফলকলৈ উৎকণ্ঠিত শাসক-বিৰোধী

publisher by publisher
November 22, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam Bye Elections Results 2024:কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল
1
SHARES
6
VIEWS
ShareShareShareShare

Assam Bye Elections Results 2024:

সকলো উৎকন্ঠাৰ অন্ত পেলাই কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। ফলাফলকলৈ উৎকণ্ঠিত শাসক-বিৰোধী ৷ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী, ধলাইৰ নিৰ্বাচনী ফলাফলে গৌৰৱ গগৈৰো হ’ব ভাগ্য পৰীক্ষা ৷ একেদৰে ভাগ্য নিৰ্ণয় হ’ব ৰকিবুল আৰু ফণীভূষণৰ ৷

ADVERTISEMENT

উল্লেখ্যো ১৩ নৱেম্বৰত ভোট গ্ৰহণ অন্ত পৰাৰ পাছতে দিছপুৰৰ শাসনাধিষ্ঠি মিত্ৰজোট আৰু কংগ্ৰেছ সহ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন আন দলবোৰে নিজ নিজ সমষ্টিত বিজয়ী হ’ম বুলি সদম্ভে দাবী কৰি আহিছে যদিও শণিবাৰৰ নিৰ্বাচনী ফলাফলে হে নিৰ্ণয় কৰিব তেওঁৰ লোকৰ ভাগ্য ৷ পুৱা ৮ বজাত আৰম্ভ হ’বলগীয়া ভোট গণনাত প্ৰথমে গণনা হ’ব পোষ্টেল বেলট ৷ তাৰ পিছত গণনা হ’ব ই ভি এমৰ ভোট গণনা ।

RelatedPosts

Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ

Agp Reaction:সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত

Rakibul Hussain’s first reaction: চামগুৰিত পৰাজয় স্বীকাৰ ৰকিবুল হুছেইনৰ

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত হাইভল্টেজ সমষ্টি ৰূপে বিবেচিত হোৱা চামগুৰি আৰু বিহালীলৈ সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে ৷ নিৰ্বাচন দিন ঘোষনাৰ দিনটোৰ নিশাৰে পৰা চামগুৰিত সংঘটিত হৈছিল নিৰ্বাচন কেন্দ্ৰীক ব্যাপক হিংসা । তাৰ সমান্তৰালভাৱে দুই এটা বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত হৈছিল বিহালী।

এনেবোৰ ঘটনাক্ৰমৰ মাজতে কাইলৈ ঘোষিত নিৰ্বাচনী ফলাফলে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে বিবেচিত হৈছে ৷ আনহাতে পাঁচ সমষ্টিৰ ভোট গণনা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসন ব্যাপক নিৰাপত্তা মুলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এইবাৰ উপ- নিৰ্বাচনত সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰা চামগুৰি সমষ্টিৰ ফলাফলে ৰকিবুল হুচেইনৰ ভেটি অক্ষত হৈ থাকিবনে নাথাকে ৷ সেয়াও নিৰ্ধাৰণ কৰিব ৷ ৰকিবুল তনয় তানজিল হুছেইনে শেষ হাঁহি মাৰিবনে নে দিপ্লুৰঞ্জন শৰ্মাই হাঁহি মাৰিব তাৰো ভাগ্য নিৰ্ণয় হ’ব কাইলে ৷

একেদৰে বিগত ১৯৮৫ চনৰ পৰা ধাৰাবাহিকভাবে বঙাইগাঁৱৰ পৰা আঠবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা বৰ্তমান বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ বঙাইগাঁও এইবাৰ তেওঁৰ পত্নী অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হাতত থাকিবনে, নে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ হাতলৈ যাব। সেয়াও নিৰ্ণয় হ’ব কাইলৈ।

আনহাতে বিহালীৰ ফলাফলক লৈ নিৰ্ভৰ কৰিব সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত। কিয়নো বিজেপি ত্যাগি জয়ন্ত বৰাই কংগ্ৰেছত যোগ নিদিয়াৰ পূৰ্বে দলীয় টিকট প্ৰদানত বিশেষ ভূমিকা লৈছিল গৌৰৱ গগৈয়ে। জয়ন্তক টিকট দিয়াৰ পিছতে হে তেজপুৰত যোগদান কৰায় কংগ্ৰেছত ৷ তাৰ পিছৰে পৰা বিহালী বাহৰ পাতি গৌৰৱ গগৈয়ে জয়ন্তৰ প্ৰচাৰাভিযানৰ সেনাপতি হৈ অকলেই যুঁজ দিছিল।

যাৰবাবে ৰণ খনত অংশ গ্ৰহণ কৰিবলৈ সুবিধাই নেপালে এপি চিচিৰ সভাপতি ভূপেন বৰা৷ এনে প্ৰেক্ষাপটত কাইলৈৰ ফলাফলে গৌৰৱ গগৈৰো হ’ব ভাগ্য পৰীক্ষা ৷ সমষ্টিটোত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰো কাইলৈ হ’ব ভাগ্য নিৰ্ণয় ৷

বিটিআৰৰ চিদলী সমষ্টিত মূল প্ৰতিদ্বন্দ্বী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ ভাগ্য নিৰ্ণয় কৰিব ইভিএে ।একেদৰে বৰাক উপত্যকাৰ কাছাৰৰ ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ভাগ্য নিৰ্ণয় হ’ব কাইলৈ ।

মনকৰিবলগীয়া যে,পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনত মুল যুঁজ হৈছে কংগ্ৰেছ,বিজেপি ,অগপ,বিপিএফ আৰু ইউ পিপিএলৰ মাজত ৷ অৱশ্যে বিহালীত অসম সন্মিলিত মৰ্চাৰ প্ৰক্ষেপিত চিপিআইএমএল প্ৰাৰ্থী গৰাকীয়েও সমষ্টিটোত উল্লেখনীয় প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Bye Elections Results 2024Counting of VotesFive Constituencies
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d