Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Bye Elections Results 2024:কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল

বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী, ধলাইৰ নিৰ্বাচনী ফলাফল, সকলোৰে দৃষ্টি চামগুৰি আৰু বিহালী, ফলাফলকলৈ উৎকণ্ঠিত শাসক-বিৰোধী

publisher by publisher
November 22, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assam Bye Elections Results 2024:কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

BTC Elections Vote Counting: বিটিচি মনছদত কোন বহিব !

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ

Assam Bye Elections Results 2024:

সকলো উৎকন্ঠাৰ অন্ত পেলাই কাইলৈ ঘোষণা হ’ব অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। ফলাফলকলৈ উৎকণ্ঠিত শাসক-বিৰোধী ৷ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী, ধলাইৰ নিৰ্বাচনী ফলাফলে গৌৰৱ গগৈৰো হ’ব ভাগ্য পৰীক্ষা ৷ একেদৰে ভাগ্য নিৰ্ণয় হ’ব ৰকিবুল আৰু ফণীভূষণৰ ৷

ADVERTISEMENT

উল্লেখ্যো ১৩ নৱেম্বৰত ভোট গ্ৰহণ অন্ত পৰাৰ পাছতে দিছপুৰৰ শাসনাধিষ্ঠি মিত্ৰজোট আৰু কংগ্ৰেছ সহ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন আন দলবোৰে নিজ নিজ সমষ্টিত বিজয়ী হ’ম বুলি সদম্ভে দাবী কৰি আহিছে যদিও শণিবাৰৰ নিৰ্বাচনী ফলাফলে হে নিৰ্ণয় কৰিব তেওঁৰ লোকৰ ভাগ্য ৷ পুৱা ৮ বজাত আৰম্ভ হ’বলগীয়া ভোট গণনাত প্ৰথমে গণনা হ’ব পোষ্টেল বেলট ৷ তাৰ পিছত গণনা হ’ব ই ভি এমৰ ভোট গণনা ।

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত হাইভল্টেজ সমষ্টি ৰূপে বিবেচিত হোৱা চামগুৰি আৰু বিহালীলৈ সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে ৷ নিৰ্বাচন দিন ঘোষনাৰ দিনটোৰ নিশাৰে পৰা চামগুৰিত সংঘটিত হৈছিল নিৰ্বাচন কেন্দ্ৰীক ব্যাপক হিংসা । তাৰ সমান্তৰালভাৱে দুই এটা বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত হৈছিল বিহালী।

এনেবোৰ ঘটনাক্ৰমৰ মাজতে কাইলৈ ঘোষিত নিৰ্বাচনী ফলাফলে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে বিবেচিত হৈছে ৷ আনহাতে পাঁচ সমষ্টিৰ ভোট গণনা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসন ব্যাপক নিৰাপত্তা মুলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এইবাৰ উপ- নিৰ্বাচনত সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰা চামগুৰি সমষ্টিৰ ফলাফলে ৰকিবুল হুচেইনৰ ভেটি অক্ষত হৈ থাকিবনে নাথাকে ৷ সেয়াও নিৰ্ধাৰণ কৰিব ৷ ৰকিবুল তনয় তানজিল হুছেইনে শেষ হাঁহি মাৰিবনে নে দিপ্লুৰঞ্জন শৰ্মাই হাঁহি মাৰিব তাৰো ভাগ্য নিৰ্ণয় হ’ব কাইলে ৷

একেদৰে বিগত ১৯৮৫ চনৰ পৰা ধাৰাবাহিকভাবে বঙাইগাঁৱৰ পৰা আঠবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা বৰ্তমান বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ বঙাইগাঁও এইবাৰ তেওঁৰ পত্নী অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হাতত থাকিবনে, নে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ হাতলৈ যাব। সেয়াও নিৰ্ণয় হ’ব কাইলৈ।

আনহাতে বিহালীৰ ফলাফলক লৈ নিৰ্ভৰ কৰিব সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত। কিয়নো বিজেপি ত্যাগি জয়ন্ত বৰাই কংগ্ৰেছত যোগ নিদিয়াৰ পূৰ্বে দলীয় টিকট প্ৰদানত বিশেষ ভূমিকা লৈছিল গৌৰৱ গগৈয়ে। জয়ন্তক টিকট দিয়াৰ পিছতে হে তেজপুৰত যোগদান কৰায় কংগ্ৰেছত ৷ তাৰ পিছৰে পৰা বিহালী বাহৰ পাতি গৌৰৱ গগৈয়ে জয়ন্তৰ প্ৰচাৰাভিযানৰ সেনাপতি হৈ অকলেই যুঁজ দিছিল।

যাৰবাবে ৰণ খনত অংশ গ্ৰহণ কৰিবলৈ সুবিধাই নেপালে এপি চিচিৰ সভাপতি ভূপেন বৰা৷ এনে প্ৰেক্ষাপটত কাইলৈৰ ফলাফলে গৌৰৱ গগৈৰো হ’ব ভাগ্য পৰীক্ষা ৷ সমষ্টিটোত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰো কাইলৈ হ’ব ভাগ্য নিৰ্ণয় ৷

বিটিআৰৰ চিদলী সমষ্টিত মূল প্ৰতিদ্বন্দ্বী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ ভাগ্য নিৰ্ণয় কৰিব ইভিএে ।একেদৰে বৰাক উপত্যকাৰ কাছাৰৰ ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ভাগ্য নিৰ্ণয় হ’ব কাইলৈ ।

মনকৰিবলগীয়া যে,পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনত মুল যুঁজ হৈছে কংগ্ৰেছ,বিজেপি ,অগপ,বিপিএফ আৰু ইউ পিপিএলৰ মাজত ৷ অৱশ্যে বিহালীত অসম সন্মিলিত মৰ্চাৰ প্ৰক্ষেপিত চিপিআইএমএল প্ৰাৰ্থী গৰাকীয়েও সমষ্টিটোত উল্লেখনীয় প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Bye Elections Results 2024Counting of VotesFive Constituencies
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d