Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

What are the dangers of sleeping too much?বেছিকৈ শুলে হ’ব পাৰে কি বিপদ

publisher by publisher
January 4, 2025
in Health, Lifestyle
Reading Time: 2 mins read
0
What are the dangers of sleeping too much?বেছিকৈ শুলে হ’ব পাৰে কি বিপদ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

HIV Detection:নিৰ্মূলভাৱে ধৰা পৰিল এইচআইভি

What are the dangers of sleeping too much?

শৰীৰ সুস্থ হৈ থাকিবলৈ খাদ্যৰ লগতে টোপনিৰ প্রয়োজন। নির্দিষ্ট সময় টোপনি হ’লেহে শৰীৰৰ ক্লান্তি আঁতৰ হোৱাৰ লগতে পৰৱৰ্তী সময়ত কাম কৰাৰ বাবেও শক্তি লাভ কৰে। শৰীৰ সতেজ হয়। মানুহে যিমানেই ভাল খাদ্য নাখাওক কিয় যদিহে টোপনি ভাল নহয় তেতিয়াহ’লে কোনোৱে সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে। অৱশ্যে সুস্থ। শৰীৰৰ বাবে যিদৰে উপযুক্ত টোপনিৰ প্ৰয়োজন তেনেদৰে অতিৰিক্ত টোপনিয়ে শৰীৰত কুপ্ৰভাৱ পেলোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

ADVERTISEMENT

✅  ছেৰোটোনিন হৰম’নে টোপনি নিয়ন্ত্ৰণ কৰে। এইবিধ হৰম’নৰ পৰিমাণ স্বাভাৱিক হৈ থাকিলে টোপনি ভাল হয়। পিছে অতিৰিক্ত সময় শোৱাৰ ফলত ছেৰোটোনিনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। তদুপৰি নিৰ্ডৰোট্ৰেন্সমিটাৰক বাধা দিয়াৰ ফলত মূৰৰ বিষ সৃষ্টি হোৱাৰ আশংকা থাকে।

✅  বেছিকৈ শোৱাৰ ফলত পিঠিৰ বিষ হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি। যিসকল লোকে বেছি সময় শোবে তেওঁলোকৰ পিঠিৰ পেশীৰ ওপৰত প্ৰভাৱ পৰে। বিশেষকৈ পেশীৰ ওপৰত চাপ সৃষ্টি হ’লে বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে।

 ডিপ্রেচন বা হতাশাৰ কাৰণ হ’ব পাৰে অতিৰিক্ত টোপনি। যিসকলে প্রয়োজনতকৈ বেছি সময় শোবে তেওঁলোকৰ হতাশাই গা কৰি উঠাৰ প্ৰৱণতা থাকে। কাৰণ টোপনি বেছিকৈ হোৱা মানে কাম-কাজত প্ৰভাৱ পৰে।

✅  বেছিকৈ শুলে অথবা কমকৈ টোপনি গ’লে ইয়াৰ প্ৰভাৱ মস্তিষ্কৰ ওপৰত পৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে। ইয়াৰ ফলত এনবোইমাৰৰ দৰে ৰোগে গা কৰি উঠাৰ প্রবণতা থাকে।

✅  কোৰিয়াৰ মহিলাৰ ওপৰত চলোৱা এক গবেষণাত এই বুলি গবেষকসকলে তথ্য লাভ কৰিছে যে যি সকলে ন ঘণ্টাতকৈ বেছি সময় টোপনি যায় তেওঁলোকৰ গৰ্ভধাৰণৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। গবেষকে উল্লেখ কৰা মতে যিসকল মহিলাই সাতৰ পৰা আঠ ঘণ্টা টোপনি যায় তেওঁলোকৰ সন্তান ধাৰণৰ ক্ষমতা স্বাভারিক। আনহাতে, যিসকলে কম সময় অথবা ন ঘণ্টাতকৈ বেছি শোবে তেওঁলোকৰ গৰ্ভধাৰণৰ ক্ষমতা হ্রাস পাব পাৰে।

✅  শেহতীয়াভাবে গৱেষকসকলে কৰা মন্তব্য অনুসৰি বেছিকৈ শুলে ডায়েবেটিছ হোৱাৰ আশংকা থাকে।

✅  নেচনেল হেল্থ এণ্ড নিউট্রিচন এক্সামিনেচন ছার্ভেব তথ্য অনুসৰি প্রয়োজনতকৈ বেছি শুৱা লোকৰ হহৃদৰোগ হোৱাৰ আশংকা থাকে। কম অথবা বেছিকৈ শোৱাৰ ফলত হৃদৰোগৰ উপৰি স্ট্রোক হোৱাৰো শংকা নুই কৰিব নোৱাৰি। ৰক্ত সঞ্চালনৰ গতি হ্রাস পোৱাৰ ফলত ‘এঞ্জিনা’ (বুকুৰ বিষ) হ’ব পাৰে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গবেষকসকলে এই বুলি উল্লেখ কৰিছে যে যিসকলে আঠ ঘণ্টাতকৈ বেছি শোৱে তেওঁলোকৰ ষ্ট্ৰোকৃৰ শংকা বেছি। ১১ বছৰত ৯৭০০ গৰাকী লোকৰ ওপৰত গৱেষণা চলাই এই বুলি তথ্য লাভ কৰিছে যে আঠ ঘণ্টাতকৈ বেছি যিয়ে শুৱে তেওঁলোকৰ ৪৬ শতাংশই স্ট্রোকত আক্রান্ত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dangers of sleepingHealth Care
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d