Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উত্তৰ প্ৰদেশত আঠ বছৰত এনকাউণ্টাৰত নিহত ২৩৪ জন! 

publisher by publisher
June 19, 2025
in India, News
Reading Time: 1 min read
0
উত্তৰ প্ৰদেশত আঠ বছৰত এনকাউণ্টাৰত নিহত ২৩৪ জন! 
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Uttar Pradesh:উত্তৰ প্ৰদেশত ক্ষমতালৈ অহাৰ পাছৰে পৰা অপৰাধীৰ প্ৰতি যোগী আদিত্যনাথৰ কোনো আপোচ নকৰাৰ মনোভাৱ লক্ষ্য কৰা হৈছে । আৰক্ষী ব্যৱস্থাক নতুন ৰূপ দি ৰাজ্যখনক তেওঁ অপৰাধমুক্ত কৰি তোলাৰ প্ৰচেষ্টা ।

ADVERTISEMENT

ৰাজ্যৰ আইন-শৃংখলা বজাই ৰাখিবলৈ তেওঁ আৰক্ষী আৰু প্ৰশাসনক অপৰিসীম ক্ষমতা প্ৰদান কৰিছে। মাফিয়াসমূহক নিৰ্মূল কৰিবলৈ যোগী চৰকাৰৰ ‘শূন্য সহনশীলতা’ নীতি কাৰ্যকৰী কৰা হৈছিল।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে অপৰাধ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছে। সেই তথ্য অনুসৰি এতিয়ালৈকে মুঠ ১৪,৭৪১টা এনকাউণ্টাৰত ২৩৪জন কুখ্যাত অপৰাধী নিহত হৈছে।

অভিযান চলাই গ্ৰেপ্তাৰ হৈছে ৩০,২৯৩জন অপৰাধী। আহত হৈছে ৯,২০২জন অপৰাধী।এই অভিযানত ১৮ জন আৰক্ষীও শ্বহীদ হয়। ১৭০০ৰো অধিক আৰক্ষী জোৱান আহত হয়।

আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কৃষ্ণই জনাইছে, অপৰাধৰ কেন্দ্ৰবিন্দু মিৰাট জ’নত সৰ্বাধিক সংখ্যক এনকাউণ্টাৰ সংঘটিত হৈছে।

তাত ৪,১৮৩টা অভিযানত ৭,৮৭১জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে ২৮৩৯ জন আহত হোৱাৰ বিপৰীতে ৭৭ জন নিহত হৈছে। এই অভিযানত ৪৫২ জন আৰক্ষী জোৱানো আহত হোৱাৰ লগতে দুজন বিষয়াই প্ৰাণ হেৰুৱাইছে।

বাৰাণসী জ’নত ১০৪১টা এনকাউণ্টাৰ সংঘটিত হয়। ২০০৯ জন অপৰাধীক গ্ৰেপ্তাৰ, ২৬ জন লোক নিহত আৰু ৬০৫ জন আহত হয়। এই অভিযানত ৯৬ জন আৰক্ষী জোৱানো আহত হয়।

তৃতীয় স্থানত আছে আগ্ৰা জ’ন।তাত ২,২৮৮টা এনকাউণ্টাৰত ৫৪৯৬জন অপৰাধী গ্ৰেপ্তাৰ, ১৯জন নিহত আৰু ৭১৫জন আহত হয়। এই এনকাউণ্টাৰত ৫৬ জন আৰক্ষী জোৱান আহত হয়।

ডিজিপিৰ মতে, লক্ষ্ণৌ জ’নত ৭৯০টা এনকাউণ্টাৰত ১৫ জন দুর্ধর্ষ অপৰাধী নিহত হয়। প্ৰয়াগৰাজত ৫০৬টা এনকাউণ্টাৰত নিহত হয় ১০জন লোক। ১৯৬২ চনত বাৰেলি জ’নত হোৱা এনকাউণ্টাৰত ১৫ জন অপৰাধী নিহত হৈছিল। আৰু কানপুৰ জ’নত ৬৫৭টা এনকাউণ্টাৰত নিহত হয় ১১জন লোক।গোৰখপুৰত ৫৯৪টা এনকাউণ্টাৰত নিহত হয় আঠজন অপৰাধী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Yogi AdityanathUttar Pradesh
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d