Horoscope:মেষ: মন স্থিৰ কৰা টান হ’ব। বিনা কাৰণত খং-ৰাগ বৃদ্ধি পাব। চাকৰিয়ালৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। ভ্রমণত শুভ। শুভ ৰং বগা।
বৃষ: আর্থিকত বেয়া দেখা নাযায়। প্রেমত শুভ ফল। বিদ্যাত মজলীয়া। ঘৰুৱাত বেয়া নহয়। বিদ্যাত শুভ। শুভ ৰং মেৰুণ।
মিথুন: বিদ্যাত মজলীয়া। দূৰ ভ্ৰমণৰ যোগ। চাকৰিয়াল সকলে সাৱধান হ’ব। শত্রু বৃদ্ধিৰ যোগ। শুভ ৰং সোণালী।
কর্কট: নতুন কাম হাতত নোলোৱা ভাল হ’ব। আজি ক’লা ৰং ব্যৱহাৰ নকৰিব। প্রেমত বাধা। শুভ ৰং হালধীয়া।
সিংহ: স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়। বিদ্যাত সাফল্য পাব। দাম্পত্যত বিবাদ। দূৰ ভ্ৰমণৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া।
কন্যা:খৰচৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব। প্ৰেমত সন্দেহ। শুভৰং বগা।
তুলা: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰতাত কিছু বাধা আছে। নিবনুৱাৰ ভাল। শুভ ৰং ক’লা।
বৃশ্চিক: শাৰীৰিক ক্ষেত্ৰত মধ্যম। দাম্পত্যত বিবাদ থাকিব। মাটি-বাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে। শুভ ৰং চিলভাৰ।
ধনু: মাতৃৰ শুভ। সন্তানৰ বাবে চিন্তিত হ’ব। নিবনুৱাসকলৰ চাকৰি লাভৰ যোগ। বিদ্যাৎ শুভ। শুভ ৰং মেৰুণ।
মকৰ: মকৰৰাশিৰ জাতক-জাতিকাই হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অর্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব। শুভ ৰং ক্রীম।
কুম্ভ: সন্তানৰ সাফল্যত মানসিক আনন্দ বৃদ্ধি পাব। দিনটোৰ দাম্পত্য সংঘাত হ’ব। পিতৃৰ শৰীৰৰ যত্ন ল’ব। শুভ ৰং সেউজীয়া।
মীন: শৰীৰ অৱনতি। পৰীক্ষার্থীয়ে চেষ্টা কৰক। প্ৰেমত শুভ। মাতৃ বিবাদৰ ভয়। বিদ্যাত মধ্যম। শুভ ৰং নীলা।































