Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পদত্যাগ নহয় ধনখড়ক অপসাৰণহে !

publisher by publisher
July 23, 2025
in India, News
Reading Time: 1 min read
0
পদত্যাগ নহয় ধনখড়ক অপসাৰণহে !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

পদত্যাগ কৰাৰ পাছত জগদীপ ধনখড় প্ৰথম বিবৃতি!

প্রাক্তন সাংসদৰ নহয়, কংগ্ৰেছৰ বিধায়কৰূপেহে পেন্সন বিচাৰিলে

 Jagdeep Dhankhar:ক’ত ‘হেৰাল’ ধনখড় ! ব্যাপক চর্চা

Jagdeep Dhankhar:✒️পদত্যাগ নহয়, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অপসাৰণহে কৰিলে। উল্লেখ্য যে সংসদৰ চলিত বর্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ দিনা সোমবাৰে আকস্মিকভাৱে স্বাস্থ্যজনিত কাৰণ দেখুৱাই উপ-ৰাষ্ট্ৰপতি ধনখড়ে পদত্যাগ কৰে।

ADVERTISEMENT

এনে ঘটনা দেশৰ ইতিহাসতে একপ্ৰকাৰ বিৰল হোৱাৰ পৰিপ্ৰেক্ষিতত ধনখড়ৰ পদত্যাগক লৈ ব্যাপক চর্চা অব্যাহত আছে। দিল্লীৰ ক্ষমতাৰ অলিন্দত সম্প্রতি এনে চর্চা অধিক তুংগত উঠিছে। এনে সময়তে সূত্রই আঙুলিয়াই দিছে যে উপ-ৰাষ্ট্ৰপতিয়ে পদত্যাগৰ কাৰণ স্বাস্থ্যজনিত সমস্যা বুলি উল্লেখ কৰাটো এটা অজুহাতহে।

কাৰণ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলৈ পদত্যাগপত্ৰ প্ৰেৰণৰ প্ৰাক্ষুহূৰ্তলৈ তেওঁ তজবজীয়া হৈ থকা সকলোৱে প্ৰত্যক্ষ কৰে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি দৰাচলতে একাধিক বিষয়ক লৈ মোদী চৰকাৰৰ স’তে শেহতীয়াভাৱে দূৰত্বৰ সৃষ্টি হয় ধনখড়ৰ।

দুয়োপক্ষৰ মাজত দূৰত্ব সৃষ্টিকাৰী এটা বিষয় হ’ল দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ মহাভিযোগৰ প্ৰসংগ। কিছুমাহ পূর্বে ন্যায়াধীশজনৰ নতুন দিল্লীস্থিত চৰকাৰী আবাসত নগদ কোটি কোটি পৰা টকাৰ ভাণ্ডাৰ উদ্ধাৰ হয়। ইয়াক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত সমিতিয়ে তদন্ত কৰি এই ধনৰ স’তে ন্যায়াধীশজনৰ সম্পৰ্ক উদ্ধাৰ কৰে।

গতিকে তেওঁৰ বিৰুদ্ধে ব্যবস্থা ল’বলৈ কেন্দ্রলৈ পৰামৰ্শ আগবঢ়ায় তদন্ত সমিতিয়ে। এই পৰামৰ্শৰ ভিত্তিত মোদী চৰকাৰে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া আৰম্ভ কৰে। ন্যায়াধীশজনৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনত গুৰিবঠা ধৰি মোদী চৰকাৰে বিষয়টোক ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত ব্যৱহাৰৰ অংক কৰে। কিন্তু মূৰকত ধনখড়ৰ এক কাৰ্যই মোদী চৰকাৰৰ অংকত আউল লগায়।

কাৰণ সোমবাৰে ৰাজ্যসভাত একাংশ বিৰোধী সাংসদে কলংকিত ন্যায়াধীশজনৰ বিৰুদ্ধে মহাভিযোগৰ প্রস্তাৱ উত্থাপন কৰাত সদনৰ অধ্যক্ষ ধনখড়ে এই প্রস্তাব গ্রহণ কৰে। লগে লগে বিষয়টোক ৰাজনৈতিক মুনাফা অর্জনত প্ৰয়োগৰ লক্ষ্য লোৱা মোদী চৰকাৰ তথা বিজেপিৰ আশাত চেঁচা পানী পৰে।

তেওঁৰ এই কার্যই ইতিমধ্যে ঘুণে ধৰা সম্পর্ক ইমানেই তিক্ত কৰি তোলে যে অবশেষত সন্ধিয়ালৈ তেওঁ পদত্যাগ কৰিবলগীয়া হয়। গতিকে উপ-ৰাষ্ট্ৰপতিজনে পদত্যাগ নহয়, তেওঁক অপসাৰণ কৰা বুলিহে চর্চিত হৈছে। সূত্ৰৰ মতে, মোদী চৰকাৰৰ স’তে দুমাহ পূর্বে ধনখড়ৰ দূৰত্ব সৃষ্টি হয়।

ন্যায়পালিকাৰ সম্বন্ধীয় বিষয়ত চৰকাৰক বিব্রত কৰা কেতবোৰ মন্তব্য কৰি এই দূৰত্বৰ সৃষ্টি কৰা বুলি চর্চিত হৈছে। উল্লেখ্য যে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৰাজ্য বিধানসভাই গৃহীত কৰা একাংশ বিধেয়ক দীর্ঘদিন ধৰি আবদ্ধ কৰি ৰখাত ক্ষোভ প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে আটাইকেইখন বিধেয়ক আইনত পৰিণত হোৱা বুলি ৰায় দিয়ে।

আনকি এই ৰায়দানৰ সময়ত ন্যায়ালয়ে বিধেয়কত স্বাক্ষৰৰ ক্ষেত্ৰত স্বয়ং ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিয়ে। ৰায়দানৰ সময়ত ন্যায়ালয়ত মন্তব্য কৰে যে বিধানসভাই গৃহীত কৰা বিধেয়ক ৰাজ্যপালে পেলাই থ’ব নোৱাৰে। এই ৰায়দানক লৈ পৰৱৰ্তী সময়ত ন্যায়ালয়ক সমালোচনা কৰে উপ-ৰাষ্ট্ৰপতি ধনখড়ে।

সংসদৰ নতুন ভৱনত এক অনুষ্ঠানত ন্যায়পালিকাক সমালোচনা কৰি তেওঁ মন্তব্য কৰে যে উচ্চতম ন্যায়ালয়ে নিজকে ‘ছুপাৰ পার্লামেন্ট’ ৰূপে গণ্য কৰিছে। এয়া অনাকাংক্ষিত বুলি তেওঁ আখ্যা দিয়ে। উপ-ৰাষ্ট্ৰপতিৰ ন্যায়পালিকাৰ প্ৰতি এই আক্রমণাত্মক মন্তব্যক লৈ মোদী চৰকাৰে বিব্রতবোধ কৰে। সূত্রই জনোরা মতে, তেওঁ এই মন্তব্য কৰাৰ পাছতে কেন্দ্রই তেওঁলৈ এক বার্তা প্ৰেৰণ কৰি ন্যায়পালিকাৰ বিৰুদ্ধে খোলাখুলিকৈ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

অৱশ্যে তেওঁ এই বাৰ্তাৰ প্ৰত্যুত্তৰ দি কয় যে আইনৰ ছাত্ৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিচাৰ ব্যৱস্থা সম্পর্কে তেওঁৰ সম্যক ধাৰণা আছে। এই বুনিয়াদী জ্ঞান থকাৰ বাবে তেওঁ উক্ত মন্তব্য কৰা বুলিও মোদী চৰকাৰক জনায়। তেতিয়াই তেওঁৰ স’তে মোদী চৰকাৰৰ দূৰত্ব সৃষ্টি হয় বুলি একাংশ আগশাৰীৰ কেন্দ্রীয় মন্ত্ৰীৰ ঘনিষ্ঠ এজন বিজেপি নেতাই জনায়।

এই দূৰত্ব চূড়ান্ত স্তৰত উপনীত হয় কালি তেওঁ ৰাজ্যসভাত বিৰোধীৰ মহাভিযোগৰ প্ৰস্তাৱটো গ্ৰহণ কৰাত। প্রস্তাৱটো তেওঁ গ্রহণ কৰি উচ্চ সদনৰ সচিব প্রধানলৈ প্রেৰণ কৰে। ইয়ে বিজেপি তথা মোদী চৰকাৰৰ আশাত চেঁচা পানী ঢালে।

আনহাতে সূত্রই জনোৱা মতে, ধনখড়ৰ স’তে সৃষ্টি হোৱা দূৰত্ব দূৰ কৰাৰ চেষ্টা মোদী চৰকাৰে নকৰাকৈ থকা নাছিল। সূত্রই জনোৱা মতে, যোৱা মাহত এজন কেন্দ্রীয় মন্ত্রীৰ ঘৰুৱা অনুষ্ঠানত দুজন কেন্দ্রীয় মন্ত্রী উপ-ৰাষ্ট্ৰপতিৰ স’তে মুখামুখিকৈ বহি আলোচনাত মিলিত হয়।

মন্ত্রীদ্বয়ে তেওঁক ন্যায়াধীশ বাৰ্মাৰ অপসাৰণ তথা মহাভিযোগ সম্পর্কত ‘আগ্রাসী’ ভূমিকা নল’বলৈ আহ্বান জনায়। এই আহ্বানলৈ সমূলি ভ্রূক্ষেপ নকৰি তেওঁ কালি সংসদত বিৰোধীৰ প্ৰস্তাৱটো গ্ৰহণ কৰি প্রয়োজনীয় প্রক্রিয়া আৰম্ভ কৰে। দিল্লীৰ ক্ষমতাৰ বৰঘৰৰ একাংশৰ মতে, ধনখড়ৰ এই ‘অতি সক্রিয়তা’ৰ আঁৰত ব্যক্তিগত সমীকৰণ থাকিব পাৰে। ধনখড়ক লৈ মোদী চৰকাৰ অসন্তুষ্ট হোৱাৰ আন এক কাৰণো সম্প্রতি চর্চিত হৈছে।

যোৱা মে’ৰ অন্তিমফালে অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিজনে উপযাচি এজন কেন্দ্রীয় মন্ত্রীক প্রকাশ্যে নির্দেশ দিয়ে। এই বিষয়ে পাছত মন্ত্রীজনে প্রধানমন্ত্রী মোদীকো অৱগত কৰা বুলি সূত্রই প্রকাশ কৰিছে। একাংশ ঘনিষ্ঠৰ মতে, স্বয়ং প্রধানমন্ত্রীয়েও এই মন্ত্রীজনক নির্দেশ নিদিয়ে। গতিকে ধনখড়ে ‘প্রভু’ সদৃশ আচৰণ কৰিবলৈ লয় বুলি ক্ষমতাৰ বৰঘৰত চর্চা হয়।

গতিকে ধনখড়ৰ স’তে চৰকাৰৰ দূৰত্ব দুমাহ পূর্বে সৃষ্টি হয় আৰু কালি সম্পৰ্কৰ বান্ধোনৰ শেষ সূতা টুকুৰাও ছিগি থাকে বুলি চর্চিত হৈছে।

অস্থায়ী উপ-ৰাষ্ট্ৰপতিৰ ব্যৱস্থা নাই সংবিধানত

ধনখড়ৰ আকস্মিক পদত্যাগৰ পৰিপ্ৰেক্ষিতত দেশত শীয়ে উপ-বাষ্ট্রপতিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাবনা বৃদ্ধি পাইছে। কাৰণ উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব অস্থায়ীভাবে প্রদানৰ কোনো ব্যৱস্থা সংবিধানত নাই। উল্লেখ্য যে দেশৰ সংবিধানৰ ৬৮ (২) অনুচ্ছেদ অনুসৰি কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে যিমান সম্ভব হয়, সিমান সোনকালে নির্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত কৰিব লাগে। সাংবিধানিক নিয়ম অনুসৰি উপ-ৰাষ্ট্ৰপতি হ’বলৈ এজন ব্যক্তিব ন্যূনতম বয়স ৩৫ বছৰ হ’ব লাগিব। ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

সাংবিধানিক নিয়ম অনুসৰি উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ। কাৰ্যকাল অন্ত পৰাৰ পূৰ্বে তেওঁ পদত্যাগ কৰিলে বাকী থকা সময়ছোৱাৰ বাবে এজন উপ-ৰাষ্ট্ৰপতি নির্বাচন কৰা হয়। উল্লেখ্য যে ধনখড়ে তিনি বছৰ উপ-ৰাষ্ট্ৰপতিৰূপে কার্যনির্বাহ কৰে। গতিকে বাকী থকা দুবছৰৰ বাবে এজন নতুন উপ-ৰাষ্ট্ৰপতি নির্বাচন কৰা হ’ব।

ইপিনে, দেশৰ সম্ভাব্য নতুন উপ-ৰাষ্ট্ৰপতিৰূপে চর্চা হৈছে জনতা দল (ইউ)ৰ সাংসদ হৰিবংশ সিঙৰ নাম। ২০২০ৰ পৰা সিঙে উপাধ্যক্ষরূপে কার্যনির্বাহ কৰি আছে। তেওঁ মোদী চৰকাৰৰ আস্থাভাজন বুলি এক সূত্রই জনায়। অৱশ্যে আন এক সূত্ৰৰ মতে, ধনখড়ৰ উত্তৰাধিকাৰীৰূপে কোনো ৰাজ্যৰ ৰাজ্যপালকো মোদী চৰকাৰে বাছনি কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে উপ-ৰাষ্ট্ৰপতি নির্বাচনত ৰাজ্যসমূহৰ বিধায়কসকলে ভোটদান কৰিব নোৱাৰে। উপ-বাষ্ট্রপতি নির্বাচনত কেৱল লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলেহে ভোটদান কৰে। সম্প্রতি সংসদৰ দুয়োখন সদনৰ সদস্যৰ সংখ্যা ৭৮০। গতিকে উপ-বাষ্ট্রপতি নির্বাচিত হ’বলৈ ৩৯১ জন সাংসদৰ সমর্থনৰ প্ৰয়োজন।

২০২৭ৰ আগষ্টতহে অৱসৰ গ্ৰহণ কৰাৰ কথা মাথোঁ ১০ দিন পূর্বে ঘোষণা কৰিছিল ধনখড়ে মাথোঁ ১০ দিন পূর্বে ধনখড়ে ঘোষণা কৰিছিল যে অদৃষ্টৰ আশীর্বাদ থাকিলে তেওঁ আৰু দুবছৰ পাছতহে দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিব। সম্প্রতি ৭৪ বছৰীয়া ধনখড়ে এক অনুষ্ঠানত এই কথা ঘোষণা কৰি কয়, ‘মই সঠিক সময়ত অৱসৰ গ্ৰহণ কৰিম। অদৃষ্টৰ কৃপা থাকিলে ২০২৭ৰ আগষ্টত অৱসৰ ল’ম।’

মাথোঁ ১০ দিন পূর্বে বাজহুৱাকৈ এই কথা প্রকাশ কৰাৰ পাছতে তেওঁ পদত্যাগ কৰাৰ কথাটো বহুতে সহজভাবে ল’ব নোৱাৰাটোৱে স্বাভাবিক। সোমবাৰে তেওঁ আকস্মিকভাবে ৰাষ্ট্ৰপতিলৈ পদত্যাগপত্র প্রেৰণৰ প্রাক্‌কমুহূৰ্তলৈ দিনটো ব্যস্ততাৰে সময় পাৰ কৰে। কালি দুপৰীয়া ১২-৩০ বজাত তেওঁ সংসদীয় কাৰ্য পৰিচালনা উপদেষ্টা সমিতিৰ সভাতো অংশ লয়।

ইয়াৰ ডেৰ ঘণ্টাৰ পাছত দিনৰ দুই বজাত তেওঁ বিৰোধীয়ে উত্থাপন কৰা ন্যায়াধীশ বাৰ্মাৰ মহাভিযোগৰ প্রস্তাৱ গ্রহণ কৰে। পাছত আবেলি ৪-০৭ বজাত তেওঁ উচ্চ সদনত অৱগত কৰে যে বিৰোধীয়ে উত্থাপন কৰা মহাভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছে। বিয়লি ৪-৩০ বজাত পুনৰ সংসদীয় কাৰ্য পৰিচালনা উপদেষ্টা সমিতিৰ পুনৰ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত চৰকাৰৰ কোনো প্রতিনিধিয়ে অংশ নোলোৱাত সভা স্থগিত ৰখা হয়। পাছত বিয়লি পাঁচ বজাত কংগ্রেছ নেতাসকলে উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। তাৰ পাছতে বিৰোধী সাংসদসকলৰ এখন সভা অনুষ্ঠিত হয়। পাছত নিশা ৯-২৫ বজাত ধনখড়ে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ পদত্যাগপত্র প্ৰেৰণ কৰে।

মাজনিশা ১২ বজাত ৰাষ্ট্ৰপতি মুর্মুৰে তেওঁৰ পদত্যাগপত্র গ্রহণ কৰে। লক্ষ্যণীয়ভারে উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগপত্র ৰাষ্ট্ৰপতিয়ে গ্রহণ কৰাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে তেওঁৰ সুস্বাস্থ্য কামনা কৰে। এনে বাৰ্তাৰে মোদীয়ে সামাজিক মাধ্যমত প’ষ্ট দিয়াৰ লগে লগে স্পষ্ট হৈ পৰে যে ‘ধনখড় পর্ব’ সমাপ্ত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jagdeep DhankharVP
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d