Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uttar Pradesh:উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ আকাশত নিশা ৰহস্যময় ড্ৰ’নৰ বিচৰণ

পাল পাতি পহৰা দিছে অনেকে : ৰঙা-সেউজীয়া এলইডি পোহৰ পেলাই আতংক সৃষ্টিৰ অভিযোগ: দুই যুৱক গ্ৰেপ্তাৰ

publisher by publisher
August 1, 2025
in India, News
Reading Time: 2 mins read
0
Uttar Pradesh:উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ আকাশত নিশা ৰহস্যময় ড্ৰ’নৰ বিচৰণ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Uttar Pradesh:

নিশা হ’লেই উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ বিভিন্ন গাঁৱত ৰহস্যময় ড্র’নে বিচৰণ কৰি আতংক সৃষ্টি কৰাৰ তথ্য পোহৰলৈ আহিছে। এনে ড্র’নৰ বিচৰণৰ বাবে ৰামপুৰ, আমৰোহা, সম্ভল, মোৰাদাবাদ আৰু গাজিয়াবাদৰ গ্রামাঞ্চলসমূহৰ যুৱকসকলে নিশা পাল পাতি পহৰা দিবলৈ লৈছে।

ADVERTISEMENT

এক সূত্ৰৰ মতে, কেইসপ্তাহমানৰ পূর্বে গাজিয়াবাদৰ কুমেৰাগাঁৱত সন্দেহজনক এক ড্র’ন উৰি থকা স্থানীয় লোকে প্রত্যক্ষ কৰাৰ পাছতে চৌদিশে ড্ৰ’নৰ আতংক বিয়পি পৰে। লগে লগে প্রশাসন আৰু আৰক্ষীক ঘটনাৰ বিষয়ে স্থানীয় লোকে অৱগত কৰে।

অৱশ্যে আৰক্ষীয়ে এই ড্ৰ’নৰ অস্তিত্ব উদ্ধাৰ কৰিব পৰা নাই। ইয়াৰ সমান্তৰালভাৱে চৌদিশে ঘটনাটোক লৈ গুজৱ আৰম্ভ হয়। ফলত এই ৰহস্যময় ড্র’নক লৈ বিভিন্ন গাঁৱত আতংক বৃদ্ধি পায়।

এই সম্পৰ্কত মোৰাদাবাদৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জনায় যে বিভিন্ন গাঁৱত নিশা ৰহস্যময় ড্ৰ’নৰ বিচৰণৰ খবৰ আৰক্ষীয়ে পাইছে। স্থানীয় বহু লোকে দাবী কৰিছে যে নিশা ৰঙা আৰু সেউজীয়া ৰঙৰ পোহৰ আকাশত দেখা যায়। ইয়াক লৈ গ্রামাঞ্চলৰ লোকসকলৰ মনত আতংক বৃদ্ধি পোৱাত বহু স্থানত যুৱকসকলে নিশা পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছে।

অৱশ্যে পাল পাতি পহৰা দিয়া এই যুৱকসকলৰ দৃষ্টিত সন্দেহজনক বস্তু ধৰা পৰা নাই। তৎসত্ত্বেও বিগত কিছু বছৰৰ পৰাই প্রতিনিশাই এই অঞ্চলৰ যুৱকসকলে পহৰাৰ ব্যৱস্থা কৰিছে। আনহাতে, আৰক্ষী সূত্ৰৰ মতে ড্ৰ’নৰ আতংক সৃষ্টিৰ স’তে এটা চক্র জড়িত এই চক্রই নিশা ৰঙা আৰু সেউজীয়া ৰঙৰ এলইডি পোহৰ আকাশত পেলাই ড্ৰ’নৰ আতংকৰ সৃষ্টি কৰিছে।

এই দুষ্কাৰ্যৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্রেপ্তাৰো কৰিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি ধৃত যুৱকদ্বয়ে নিশাৰ আন্ধাৰ নামি অহাৰ পাছতে আকাশত ৰঙা আৰু সেউজীয়া ৰঙৰ পোহৰ পেলায়। এই ৰঙা আৰু সেউজীয়া পোহৰকে ড্র’ন বুলি সন্দেহ কৰি গ্ৰামাঞ্চলৰ লোকসকল আতংকত ত্রস্তমান হয়। সূত্রই জনোৱা মতে, চক্ৰটোৰ আনসকলৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GajiabadMysterious DroneUttar PradeshVillagers Guard
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d