Maoist:✒️এইবাৰ ঝাৰখণ্ডত জ্ঞানেশ্বৰী কাণ্ডৰ ছাঁ। মাওবাদীৰ আইইডি বিস্ফোৰণত উৰি গ’ল চক্ৰধৰপুৰ সংমণ্ডলৰ ৰংৰা-কৰমপাৰা পথৰ ৰেললাইন ।
ADVERTISEMENT
এই আক্ৰমণৰ সময়ত সেই পথত কোনো ৰে’ল নথকাৰ বাবে এক বৃহৎ দুৰ্ঘটনা পৰা ৰক্ষা পৰিল।
যদিও প্ৰশ্ন উত্থাপন হৈছে যে, ৰে’লখন চলি থকাৰ সময়তে যদি মাওবাদীয়ে বিস্ফোৰণটো সংঘটিত কৰিলেহেঁতেন তেন্তে পৰিস্থিতি কিমান ভয়াৱহ হ’লহেঁতেন।
ইতিমধ্যে এই সন্দৰ্ভত আৰ পি এফ আৰু ওড়িশা আৰক্ষীয়ে যৌথ তদন্ত আৰম্ভ কৰিছে।






























