Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কোনে কাৰ বোজা ল’ব ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
August 4, 2025
in News, Assam
Reading Time: 4 mins read
0
কোনে কাৰ বোজা ল’ব ?
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

কোনে কাৰ বোজা ল’ব ?

# প্রাঞ্জলসেন ডেকা

এই কথা ইতিমধ্যে স্পষ্ট হৈছে যে জনসংখ্যা বৃদ্ধিয়ে আমি ভবাতকৈ বহুত বেছি ভয়াৱহ পৰিৱেশৰ দিশে আমাক আগুৱাই নিছে। পৃথিৱীৰ জনসংখ্যা ৮২৩ কোটিৰো অধিক হৈছেগৈ। ৰাষ্ট্ৰসংঘই সদৰী কৰিছে যে পৃথিৱীৰ ওপৰত এনেদৰে মানুহৰ বোজা জাপি দিয়াৰ ক্ষেত্ৰত সৰ্বাধিক অৰিহণা যোগালে ভাৰতে।

ADVERTISEMENT

অকল সেয়ে নহয়, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ৰ ভিতৰত ভাৰতৰ জনসংখ্যা ১৬৬.৮ কোটিলৈ বৃদ্ধি হোৱাৰ বিপৰীতে চীনৰ হ্ৰাস পাব ১৩১.৭কোটিলৈ। লক্ষ্যণীয়ভাৱে পৰৱৰ্তী এশ কোটি জনসংখ্যা ভাৰতকে ধৰি মাত্ৰ আঠখন দেশৰ পৰাই যোগ হ’ব বুলি পূর্বানুমান আগবঢ়োৱা হৈছে। অনুমান অনুসৰি অহা ২০৩৭ৰ ভিতৰত অৰ্থাৎ ১২ বছৰত পৰৱৰ্তী এশ কোটি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগোৱা আন সাতখন দেশ হৈছে ক্রমে- কংগো, ইজিপ্ত, ইথিওপিয়া, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ আৰু তাঞ্জানিয়া।

আন এক উদ্বেগজনক তথ্য অনুসৰি বৰ্তমানৰ ৮২৩ কোটি জনসংখ্যাৰ অর্ধেক বাস কৰে ভাৰতসহ মাত্র সাতখন দেশত। আন কেইখন দেশ হৈছে ক্রমে- চীন, মার্কিন যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, পাকিস্তান, নাইজেৰিয়া আৰু ব্রাজিল। এনেদৰেই ১৪৬ কোটি পাৰ কৰা ভাৰতৰ ওপৰত দিনে দিনে যে অসহনীয় বোজা বাঢ়ি গৈ আছে তাক কোৱা বাহুল্য মাথোন।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত আন কে’বাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হৈছে, যিবোৰে ভাৰতলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ৰাষ্ট্ৰসংঘই কৈছে যে জনস্বাস্থ্য, পুষ্টি, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলস্বৰূপে মানুহৰ আয়ুস ক্রমান্বয়ে বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে জনসংখ্যাৰ এনে অভূতপূর্ব বৃদ্ধি হৈছে। সম্প্রতি বিশ্বত মানুহৰ গড় আয়ুস ৭৩ বছৰ। ১৯৯০ৰ পৰা ই প্রায় ন বছৰ বৃদ্ধি পাইছে। বৰ্তমানৰ প্ৰেক্ষাপটত ২০৫০ৰ ভিতৰত এই আয়ুস ৭৭.২ বছৰলৈ বৃদ্ধিৰ পূর্বানুমান কৰা হৈছে।

অৱশ্যে ৰাষ্ট্ৰসংঘৰ মতে বিংশ শতিকাৰ দ্বিতীয়ার্ধত বৃহৎ উত্থান ঘটিছিল যদিও আগন্তুক সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ গতি লেহেমীয়া হ’ব পাৰে। আন্তর্জাতিকভাৱে উৰ্বৰতা কম অথবা হ্রাস পোৱা হেতুকে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাব বুলি কোৱা হৈছে। সেই বাবেই ২০৮০ৰ পূৰ্বে জনসংখ্যাই এহেজাৰ কোটিৰ ঘৰ চুব নোৱাৰে বুলি অনুমান কৰিছে ৰাষ্ট্ৰসংঘই। লগতে কোৱা হৈছে যে যিবোৰ দেশত জনমূৰি আয় বেছি, সেইবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ তেনেই কম। ইয়াৰ বিপৰীতে নিম্ন আয় আৰু নিম্ন মধ্য আয়ৰ দেশসমূহতে জনসংখ্যা বৃদ্ধি কেন্দ্রীভূত হৈছে।

সেই বাবেই ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে ক্ষুধা আৰু দৰিদ্ৰতা অধিক তীব্ৰতৰ কৰি তুলিব বুলি সতৰ্ক কৰি দিছে। ৰাষ্ট্ৰসংঘৰ স্বয়ং সচিব প্রধান এন্টনিয়’ গুটেৰেছে এই প্ৰসংগতে বিশ্বই সম্মুখীন হোৱা প্ৰত্যাহ্বানৰ ওপৰত আলোকপাত কৰি কৈছে যে মানৰ পৰিয়াল যিমানে বৃহৎ হৈ আহিছে, সিমানেই ই অধিক বিভাজিত হৈ পৰিছে। পৃথিৱীখন যিমানেই ধনী আৰু সম্পদশালী হৈ উঠিছে, সিমানেই ধনী-দুখীয়াৰ বৈষম্যও বৃদ্ধি পাইছে। এইদৰে উল্লেখ কৰি তেওঁ কৈছে যে এই বৈষম্য আঁতৰ কৰিব নোৱাৰিলে মানৱ জাতি উত্তেজনা আৰু অবিশ্বাস, সংকট আৰু সংঘাতৰ গভীৰতালৈ আগবাঢ়ি যাব।

এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ দৰে আৰ্থিক প্ৰত্যাহ্বানৰ মাজত থকা দেশবোৰৰ সমস্যা যে বৃদ্ধিয়েই পাব, তাত সন্দেহ নাই। দেশৰ নগৰীয়া জনসংখ্যা ইতিমধ্যে বিস্ফোৰণমুখী হৈ উঠিছে। চহৰসমূহে সেই বোজা গ্ৰহণৰ বাবে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ গৈ ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে। এনে অৱস্থাত জলবায়ু পৰিৱৰ্তনৰ দৰে কাৰকসমূহে জনজীৱন দুর্বিষহ কৰি তুলিব বুলি সতৰ্ক কৰি দিয়া হৈছে। কি গুৱাহাটী, কি মুম্বাই-বাংগালুৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰি তুলিব পৰা নাই। অতিমাত্রা ভিৰ, নিম্নমানৰ তথা অপর্যাপ্ত আন্তঃগাঁথনি, বিপজ্জনক বায়ু-পানী-শব্দ প্ৰদূষণ ভাৰতীয় চহৰসমূহৰ বৈশিষ্ট্য হৈ পৰিছে।

উদাহৰণস্বৰূপে বিগত তিনিটা দশকত মুম্বাইৰ জনসংখ্যা কমেও ৮০ লাখ বৃদ্ধি হৈ সম্প্রতি দুই কোটিৰো অধিক হৈছে। ২০৩৫ৰ ভিতৰত দেশৰ বাণিজ্যিক ৰাজধানীৰূপে স্বীকৃত চহৰখনত আৰু কমেও ৭০ লাখ জনসংখ্যা যোগ হ’ব বুলি পূর্বানুমান কৰা হৈছে। গতিকে স্বাভাৱিকতে বর্তমান উপলব্ধ আন্তঃগাঁথনি অপর্যাপ্ত হৈ পৰিছে। ফলস্বৰূপে ‘গগনচুম্বী অট্টালিকাৰ ছাঁতেই কত গৃহহীন নৰ-নাৰী’য়ে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। তুলনামূলকভাৱে শান্ত গ্রামাঞ্চলৰ পৰা যে কৰ্মসংস্থাপনৰ জৰিয়তে সৌভাগ্য মুকলি কৰিবলৈকে এনেদৰে লক্ষ লক্ষ লোকৰ নগৰাঞ্চললৈ প্ৰব্ৰজন ঘটিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

অর্থ সংকটেই প্ৰব্ৰজনৰ অন্যতম মূল কাৰকৰূপে চিহ্নিত হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ প্ৰতিবেদন অনুসৰি অহা ২০৪০ৰ ভিতৰত ভাৰতৰ চহৰসমূহত কমেও ২৭ কোটি লোকে নতুনকৈ বাস কৰিব। ফলত এইসকলৰ বাবে প্রয়োজনীয় শক্তি উৎপাদন, পৰিবহণৰ লগতে গৃহনির্মাণৰ বাবে তীখা আৰু কংক্রিট উৎপাদনৰ জৰিয়তে অধিক কার্বন নির্গমন হ’ব, যিয়ে প্রাকৃতিক পৰিবেশক গুৰুতৰভাৱে ক্ষতিগ্রস্ত কৰিব। এক চৰকাৰী প্ৰতিবেদনত তথ্য দাঙি ধৰা হৈছে যে চহৰ অঞ্চলৰ বৰ্জ পদাৰ্থৰ ৭০ শতাংশই পৰিশোধন নোহোৱাকৈ ৰৈ যায়।

ফলত প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে। প্রতিবাৰেই শীতৰ আগমনৰ লগে লগে স্বয়ং ৰাজধানী মহানগ্ৰী নতুন দিল্লী কেনেদৰে বিষাক্ত বায়ু প্ৰদূষণেৰে আবৃত হৈ থাকে, সেয়া সকলোৰে অৱগত। এনে প্ৰদূষণেই হেজাৰ হেজাৰ লোকৰ অকাল মৃত্যুৰ কাৰণ হৈ পৰিছে।

অকল সেয়ে নহয়, এনে প্রদূষণে সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনে অভাৱনীয় প্রাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰি আৰু অধিক বিপর্যয় কঢ়িয়াই আনিব বুলি সকীয়াই দিয়া হৈছে। বিজ্ঞানীসকলৰ মতে, বতৰ বিশেষকৈ বাৰিষা একেবাৰে অনিশ্চিত হৈ পৰিছে। ফলস্বৰূপে হয় অতিপাত বৃষ্টিপাতৰ ফলত বানপানীৰ সৃষ্টি হৈছে অথবা বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিৱেশ হৈছে। ইয়াৰ সমান্তৰালভাৱে বর্ধিত তাপমাত্রাই জ্বলন্ত সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে, বিশেষকৈ কংক্রিটৰ চহৰসমূহত জনজীৱন অসহনীয় কৰি তুলিছে। দিন যোৱাৰ লগে লগে পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিবলৈ ধৰাটো প্রত্যেকে লক্ষ্য কৰিছে।

অকল সেয়ে নহয়, এনে প্ৰদূষণে সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনে অভাৱনীয় প্রাকৃতিক দুৰ্যোগৰ সৃষ্টিকৰি আৰু অধিক বিপর্যয় কঢ়িয়াই আনিব বুলি সকীয়াই দিয়া হৈছে। বিজ্ঞানীসকলৰ মতে, বতৰ বিশেষকৈ বাৰিষা একেবাৰে অনিশ্চিত হৈ পৰিছে। ফলস্বৰূপে হয় অতিপাত বৃষ্টিপাতৰ ফলত বানপানীৰ সৃষ্টি হৈছে অথবা বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিৱেশ হৈছে। ইয়াৰ সমান্তৰালভাৱে বর্ধিত তাপমাত্রাই জ্বলন্ত সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে, বিশেষকৈ কংক্রিটৰ চহৰসমূহত জনজীৱন অসহনীয় কৰি তুলিছে। দিন যোৱাৰ লগে লগে পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিবলৈ ধৰাটো প্রত্যেকে লক্ষ্য কৰিছে।

জীৱন-জীৱিকাৰ সুযোগৰ অভাৱতে গ্রামাঞ্চলৰ পৰা এনেদৰে প্ৰব্ৰজন বৃদ্ধি পাই আহিছে যদিও এইক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। উন্নয়নৰ ক্ষেত্রত সমতা স্থাপনত ব্যৰ্থতাৰ বাবেই গ্রামাঞ্চলত সুযোগ সৃষ্টি সম্ভৱ হৈ উঠা নাই। পর্যাপ্ত বিনিয়োগৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰি তুলিব নোৱাৰিলে এহাতে বঞ্চনাৰ মনোভাৱ বৃদ্ধি পাব আৰু আনহাতে প্ৰব্ৰজন ৰোধ কৰাটোও সম্ভৱ নহ’ব।

উন্নত জীৱনৰ আশাত চহৰাঞ্চললৈ প্ৰব্ৰজনকাৰী দৰিদ্ৰসকল সংস্থাপনেই হওক বা জলবায়ু পৰিবৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুর্যোগৰ বাবেই হওক, আটাইতকৈ বেছি ভুক্তভোগী হ’বলগীয়া হৈছে; অথচ উৎসাহদায়ক কিছু পদক্ষেপ কাৰ্যকৰীকৰণৰ জৰিয়তে মানুহক সৰু নগৰ অথবা গ্রামাঞ্চললৈ উভতিবলৈ প্ৰৰোচিত কৰিব পৰা যায়। কিন্তু তাৰ পৰিৱৰ্তে কেৱল ভোেট আদায়ৰ স্বাৰ্থতে অতি সম্ভীয়া আঁচনি ৰূপায়ণ কৰি চৰকাৰে সামান্য পৰিমাণৰ ধন হাতত তুলি দি সাধাৰণ নাগৰিকক নিষ্কর্ম কৰিহে তুলিছে।

সম্প্রতি দেখা গৈছে যে যথেষ্ট পৰিকল্পিত মহানগৰ হোৱাৰ পাছতো দিল্লী, বাংগালুৰু, চেন্নাই আদি বৰষুণৰ ফলত ভয়াৱহ বানপানীৰ কবলত পৰাৰ লগতে যানজঁট এক দৈনন্দিন বিড়ম্বনাত পৰিণত হৈছে। গতিকে গুৱাহাটীৰ দৰে সম্পূৰ্ণ অপৰিকল্পিতভাৱে গঢ়ি উঠা মহানগৰ এখনৰ অৱস্থা কিমান শোচনীয় হ’ব পাৰে, তাক লৈ কেৱল সংশয়হে প্রকাশ কৰিব পাৰি। আন বাদেই, বৃহৎ পৰিমাণৰ দেশী-বিদেশী পুঁজি ব্যয়ৰে নিৰ্মাণ কৰি থকা জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় খোৱা পানীটুপি যোগানৰ আঁচনি কেতিয়া সম্পূৰ্ণ হ’ব আৰু গুৱাহাটীবাসীয়ে কেতিয়া পিয়াহৰ পানীটুপি লাভ কৰিব সেয়াই আজিও কোনেও নাজানে!

এখনৰ পাছত আনখন চৰকাৰে কাৰ্যনিৰ্বাহ কৰি গ’লেও দায়িত্বপ্রাপ্ত লোকসকল সলনি হোৱা নাই; অথচ প্রতিবাৰেই পানী যোগনৰ নতুন নতুন সময়সীমা দি থকা হৈছে। পানী যোগান ধৰিব নোৱাৰিলেও অৱশ্যে এই আঁচনিৰ নামত সুদীর্ঘকাল ধৰি দুর্নীতি-বিতৰ্কৰ শেষ নাই। বহু সুদৃশ্য এপার্টমেন্টৰ বাসিন্দাৰ লগতে অন্যান্য নিবাসীয়ে দৈনিক বৈধ-অবৈধ প্রতিষ্ঠানৰ পৰা পানী ক্ৰয় কৰি দৈনন্দিন প্রয়োজনীয় চাহিদা পূৰণ কৰিবলগীয়া হৈছে।

সেইসকল বাসিন্দাৰ বাবে চৰকাৰ প্ৰশাসনৰ কোনো অস্তিত্বই নাই গুজৰাটৰ মুখ্যমন্ত্রী থকাৰ সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা নৰেন্দ্ৰ মোদীয়ে ইয়াকে লৈ তদানীন্তন কংগ্ৰেছ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও দুর্ভাগ্যজনকভাৱে তেওঁৰ দলৰে চৰকাৰৰ দুটাকৈ কার্যকালতো পানীৰ সমস্যা সমাধান দূৰৰ কথা, অধিক জটিল হৈহে উঠিছে। অৱশ্যে আঁচনিৰ পাছত আঁচনি ঘোষণা হৈয়ে আছে আৰু সেইবোৰৰ ৰূপায়ণৰ নামত পানীৰ দৰে ধন ব্যয় হৈ আছে; কিন্তু ৰাইজে আজিলৈকে পানীটুপি নাপালে।

ইয়াত কেৱল গুৱাহাটীৰ কথাহে উল্লেখ কৰিছো যদিও ৰাজ্যৰ অন্যান্য চহৰ-নগৰ অথবা গাঁও অঞ্চলৰো ছবি পৃথক নহয়। সুদীর্ঘ ৭৮ বছৰ জীৱন ধাৰণৰ বাবে সর্বাধিক প্রয়োজনীয় বিশুদ্ধ পানীটুপিকেই যোগান বৰিব নোৱাৰা স্বাধীনতাৰ অৰ্থ বিচাৰি পোৱাটো সম্ভব জানো !

ইয়াৰ বিপৰীতে এজাক বৰষুণতে চহৰ-নগৰসমূহ কৃত্রিম বানত ডুব গৈ জনজীৱন স্তব্ধ কৰি তুলিছে যদিও ইয়াক প্ৰতিৰোধৰ বাবে কেৱল প্রতিশ্রুতিৰ ফুলজাৰিৰ বাহিৰে আন কোনো পদক্ষেপ গ্ৰহণ কৰা হ’ল নে? বৰঞ্চ প্ৰতিবছৰে নতুন নতুন অঞ্চল এনে কৃত্রিম বানত বিধ্বস্ত হৈ পৰাটোৱে চৰকাৰ-প্ৰশাসনৰ দায়িত্ববাহীসকলৰ চূড়ান্ত ব্যর্থতাকে উদঙাই দিছে।

তেনেদৰে মহানগৰীখনৰ কদর্য ৰূপ বাস্তৱতেই কেৱল নহয়, নলা-নর্দমা পৰিষ্কাৰৰ নামত পৌৰ নিগমত সংঘটিত হৈ অহা কেলেংকাৰিয়ে অধিক স্পষ্ট ৰূপত উদঙাই দিছে। য’ত ভিতৰৰ পৰাই অপৰিষ্কাৰ তাত আৰু বাহ্যিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আশা কৰা যায় কেনেকৈ? সম্প্রতি গুৱাহাটীৰ আন এক গুৰুতৰ সমস্যাৰূপে পৰিগণিত হোৱা যান-বাহন পার্কিঙৰ বিষয়টোৰো আজিলৈকে সামান্য সমাধানৰো প্রচেষ্টা পৰিলক্ষিত নহ’ল; বৰঞ্চ ক্ষমতাশালীসকলৰ পৃষ্ঠপোষকতাতে সাধাৰণ পথচাৰীক বিপাঙত পেলোবা অবৈধ পার্কিং ব্যবস্থা চলি আহিছে।

লক্ষ্যণীয় এয়ে যে এনেবোৰ ৰাজহুৱা সমস্যাৰ বাবে চৰকাৰ-প্ৰশাসনৰ বৰমূৰীয়াসকলে মহানগৰৰ বাসিন্দাসকলক দোষাৰোপ কৰিয়ে নিজৰ দায় সৰাৰ অপচেষ্টা চলাই আহিছে। যদিহে কোনো ধৰণৰ অবৈধ কার্যকলাপৰ বাবেই এনেবোৰ সমস্যাৰ উদ্ভৱ ঘটিছে, তেন্তে তাৰ অনুমতি তথা পৃষ্ঠপোষকতা চৰকাৰেই কৰি অহা নাই জানো? নলা-নর্দমা, জলাশয়বিলাক পুতি শাৰী শাৰী অট্টালিকা চৰকাৰৰ অনুমতি সাপেক্ষেই নিৰ্মাণ কৰা নহৈছেনে ?

গতিকে এতিয়া সাধাৰণ নাগৰিকক দোষাৰোপ কৰিলে হ’ব নেকি? যদিহে সেইবোৰ অবৈধ বুলি চৰকাৰ জ্ঞাতই, তেন্তে আইন অনুসৰি যথোচিত ব্যৱস্থা লৈ ৰাজধর্ম পালন নকৰে কিয় ? দৰাচলতে ক্ষমতাশালী লোকৰ দ্বাৰাই এনেবোৰ অবৈধ কার্যকলাপ চলি আহিছে বাবেই হলা গছত বাগী কুঠাৰ মৰাৰ লেখীয়াকৈ সাধাৰণ লোকৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চলাই অহা হৈছে।

ক্ষমতাসীনসকলে সততে বিভিন্ন সমস্যাৰ বাবে জনসংখ্যা বৃদ্ধিকো সততে জগৰীয়া কৰি আহিছে। তেন্তে চৰকাৰৰ বিয়াগোম বিভাগ, পৰিকল্পনাকাৰী, উপদেষ্টাসকল কেলৈ আছে? আগন্তুক সময়ছোৱাৰ পৰিস্থিতিৰ মোকাবিলাৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰি তাক ৰূপায়ণ কৰাটোৱে সেইসকলৰ দায়িত্ব নহয় জানো ! অথচ ভৱিষ্যৎ বাদেই বৰ্তমান অথবা পাৰ হৈ যোৱা সময়খিনিৰ বাবেও কোনো ধৰণৰ আঁচনি অথবা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত নহ’ল। এনেকুৱা জ্বলন্ত সমস্যাৰ সমাধান নিশ্চয় অসম্ভৱ নহয়; কিন্তু তাৰ বাবে মানসিক প্রস্তুতি আৰু হাতে-কামে কাম কৰাৰ আন্তৰিকতা থাকিব লাগিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor's ArticlePopulation Growthpranjal sen deka
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d