Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট

ক'লা টকা উদ্ধাৰৰ বাবে ৭০ৰ দশকতো হৈছিল বিমুদ্ৰাকৰণ

publisher by publisher
May 27, 2025
in India, News
Reading Time: 1 min read
0
ভাৰতত উপলব্ধ আছিল ১০ হেজাৰ টকাৰ নোট
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

ভাৰতৰ উচ্চ মূল্যৰ নোট বাৰু কোনখন?এই প্রশ্ন কৰিলে বহুতেই হতো উত্তৰত ক’ব দুহেজাৰ টকীয়া নোটখনৰ কথা। ২০১৬ত নোটবন্দীৰ সময়ত সেই উচ্চ মূল্যৰ নোটখন বজাৰলৈ আনিছিল ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ। যদিও সংশ্লিষ্ট নোটখন আৰু প্ৰচলিত নহয়।

ADVERTISEMENT

২০২৩ৰ ১৯ মে’ত চৰকাৰে দুহেজাৰ টকীয়া নোটখন প্ৰত্যাহাৰ কৰে। অৱশ্যে লেনদেনৰ ক্ষেত্রত এই গোলাপী ৰঙৰ নোটখনৰ এতিয়াও বৈধতা আছে। আচৰিত কথা যে এই দুহেজাৰ টকীয়া নোটখন কিন্তু ভাৰতৰ সবাতোকৈ দামী নোট নহয়।

ভাৰতৰ বজাৰত যেতিয়া অনা বা আধলিৰ লেখীয়া পইচাৰ আধিপত্য আছিল, তেতিয়াও উচ্চ মূল্যৰ নোট ইছ্যু কৰাত ইতস্ততঃবোধ কৰা নাছিল কেন্দ্রীয় চৰকাৰে। আৰবিআইৰ নথি অনুসৰি, আজি পর্যন্ত জাৰি কৰা সর্বোচ্চ মূল্যৰ টকা হৈছে ১০ হেজাৰ টকীয়া নোট।

ব্রিটিছ ভাৰতত এই নোট প্রচলিত আছিল আৰু স্বাধীনতাৰ পূৰ্বে বন্ধ কৰি দিয়া হয়। যদিও স্বাধীন ভাৰততো সেই নোটখন দীর্ঘদিন ধৰি ভাৰতত প্রচলিত আছিল।

১৯৩৮ত ভাৰতৰ বজাৰলৈ আহে ১০ হেজাৰ টকাৰ নোট। ইয়াৰ ঠিক এবছৰৰ পাছতেই অর্থাৎ ১৯৩৯ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। ইউৰোপত যুদ্ধ আৰম্ভহোৱাৰ লগে লগে ভাৰতত ক্রমান্বয়ে ক’লা বজাৰ বাঢ়িবলৈ ধৰে।

ইয়াতে উদ্বিগ্ন হৈ পৰে তৎকালীন ব্ৰিটিছ চৰকাৰ। ফলত উচ্চ মূল্যৰ নোট বন্ধ কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হয়। অৱশ্যে যুদ্ধৰ মাজতে ব্ৰিটিছ চৰকাৰে এই বিষয়ত সিদ্ধান্ত ল’ব পৰা নাছিল।

১৯৪৫ৰ ছয় আৰু ন আগষ্টত জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত পৰমাণু আক্ৰমণৰ মাজেৰে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হয়। ইয়াৰ পাঁচ মাহৰ পাছত ১৯৪৬ৰ জানুৱাৰীত ভাৰতৰ বজাৰত ১০ হেজাৰ টকাৰ নোট বাতিল কৰে ব্ৰিটিছ চৰকাৰে।

১৯৪৭ত দেশ স্বাধীন হোৱাৰ সাত বছৰৰ পাছত পুনৰ সেই উচ্চ মূল্যৰ নোট প্ৰচলন কৰিছিল কেন্দ্ৰই। ১৯৬৪ত ঘৰুৱা বজাৰলৈ আহে ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট।

প্ৰধানকৈ বৃহৎ ব্যৱসায়িক লেনদেনৰ কথা মনত ৰাখিয়ে সেই সময়ত উচ্চ মূল্যৰ নোটসমূহ প্ৰচলন কৰিছিল চৰকাৰে। বিগত শতিকাৰ ৭০ দশকৰ শেষৰ ফালে ক’লা টকা উদ্ধাৰ কৰাৰ বাবে কেন্দ্রই বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লয়।

ইয়াৰ ফলত ১৯৭৮ৰ ১৬ জানুৱাৰীত আনুষ্ঠানিকভাৱে বাতিল কৰা হয় ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট। চলিত শতিকাত পুনৰ ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট প্ৰচলনৰ প্ৰস্তাৱ দিয়ে আৰবিআইৰ তদানীন্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে। যদিও সেই প্ৰস্তাৱ পোনছাটেই নাকচ কৰে পাব্লিক একাউণ্টছ কমিটী (পিএচি) য়ে।

অৱশ্যে সংশ্লিষ্ট কমিটীৰ তৰফৰ পৰা দুহেজাৰ টকাৰ নোট প্ৰচলনৰ অনুমতি প্রদান কৰা হয়। সেই অনুসৰিয়ে ২০১৬ৰ ১৮ মে’ত দুহেজাৰ টকাৰ নোট বজাৰলৈ আনে ভাৰতীয় ৰিজার্ভ বেংকে। উল্লেখ্য যে ২০১৫ত ৰামকুমাৰ নামৰ ডুবাইৰ নিৱাসী এজন ভাৰতীয়ই তেওঁৰ ওচৰত ১০ হেজাৰ টকাৰ নোট থকা বুলি দাবী কৰিছিল।

ফলত সৰ্বত্রে তোলপাৰ লাগে। আৰবিআইৰ সূত্ৰৰ উদ্ধৃত্তি দি ডুবাইৰ এক সংবাদ মাধ্যমে জনায় যে ১৯৭৮৩ নোটবন্দীৰ পূৰ্বে ভাৰতীয় বজাৰত ৩৪৬খন ১০ হেজাৰ টকীয়া নোট আছিল। সম্প্ৰতি বিৰল এই নোট ১০খনো পোৱা যাব নে নাই, তাত অৱশ্যে সন্দেহ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d