Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Army Jawan Arrested:গোলকগঞ্জত সেনা জোৱানৰ গৃহতে বাংলাদেশৰ পতাকা জব্দ !

নিশাই জোৱানক এৰি আটক কৰিলে ভাতৃক

publisher by publisher
August 13, 2025
in Assam, News
Reading Time: 1 min read
0
Army Jawan Arrested:গোলকগঞ্জত সেনা জোৱানৰ গৃহতে বাংলাদেশৰ পতাকা জব্দ !
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Golokganj:চুৰি কাৰ্যত লিপ্ত দুই পিতা- পুত্ৰ আৰক্ষীৰ জালত

Pistol Recover in Golakganj :গোলোকগঞ্জ আৰক্ষীৰ জালত পিষ্টল সহ ড্ৰাগছ সৰবৰাহকাৰী

Golokganj:জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত শিক্ষকক গ্ৰেপ্তাৰ,গোলোকগঞ্জৰ কাজিগাঁৱৰ পৰা গ্ৰেপ্তাৰ আলীক

Army Jawan Arrested:

বাংলাদেশৰ পতাকা ৰখাৰ অভিযোগত ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীমাৰী তৃতীয় খণ্ড গাঁৱৰ পৰা এজন সেনা জোৱানক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি গোলকগঞ্জত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত সেনা জোৱানসহ চাৰিজন লোকক আটক কৰিছে।

ADVERTISEMENT

আৰক্ষী সূত্ৰই জনো মতে, আটকাধীন সেনা জোৱানজন হৈছে লক্ষীমাৰী তৃতীয় খণ্ড গাঁৱৰ মহৰ আলীৰ পুত্ৰ আলী হুছেইন। তেওঁ ২০২০ত ভাৰতীয় সেনাত ভর্তি হৈছিল আৰু সম্প্ৰতি গাৰৱাল ৰেজিমেন্টৰ আলী শ্রীনগৰত কৰ্মৰত হৈ আছিল। যোৱা ১৬ জুলাইত তেওঁ ছুটি লৈ ঘৰলৈ আহে। যোৱা নিশা গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল বাহিনীয়ে সমগ্র অঞ্চল ঘেৰি ধৰি ঘৰখনত অভিযান চলায়।

এই অভিযানতে আৰক্ষীয়ে সেনা জোৱানজনৰ বাসগৃহৰ পৰা বাংলাদেশৰ পতাকা, বাংলাদেশৰ ম’বাইলৰ ছিমকাৰ্ডৰ লগতে বাংলাদেশৰ লগত যোগাযোগ থকা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। আৰক্ষীয়ে সকলো আপত্তিজনক নথি-পত্ৰৰ লগতে সেনা জোৱান আলী হুছেইন, তেওঁৰ ভ্ৰাতৃ ইমান হুছেইন আৰু তেওঁৰ লগত সুসম্পর্ক থকা শিক্ষক জহেৰ আলীক আটক কৰি থানালৈ আনে। ঘটনাটোক লৈ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। সম্প্রতি আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

লগতে বিএছএফ আৰু সেনাৰ চোৰাংচোৱা বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত চলাই আছে। ইপিনে, এই সন্দর্ভত আজি দুপৰীয়া আগমনী আৰক্ষী থানাৰ অন্তৰ্গত ৰামৰাইকুঠী মজলীয়া ইংৰাজী বিদ্যালয়ৰ শিক্ষক মহব্বত আলীকো আৰক্ষীয়ে আটক কৰি লৈ আহে। বিয়লি ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে থানাখনত উপস্থিত হয়। সমগ্র ঘটনাৰ তদন্ত আৰক্ষীয়ে অতি সতর্কতাৰে চলাই আছে আৰু তদন্তৰ স্বাৰ্থতে অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত আছে।

আনহাতে, জোৱানজনৰ পিতৃৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগ কৰিছে যে একাংশ স্থানীয় লোকে ষড়যন্ত্রমূলকভাৱে এই ঘটনা সংঘটিত কৰিছে। পিতৃয়ে লগতে দাবী কৰে যে তেওঁৰ পুত্র নির্দোষী আৰু ইয়াৰ উপযুক্ত তদন্ত হ’ব লাগে। তদন্তত দোষী সাব্যস্ত হ’লে যি শাস্তি হয় দিয়ক, পৰিয়ালৰ লোকৰ কোনো আপত্তি নাথাকিব বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে তেজপুৰৰ পৰা উপস্থিত হয় সেনা উচ্চ স্থৰীয় দল। পুৱতি নিশা তিনি বজাত মুকলি কৰি দিয়া হয় সেনা জোৱান আলী হুছেইন আৰু শিক্ষক দুজনক। গ্ৰেপ্তাৰ কৰা হয় সেনা জোৱানৰ ভাতৃ ইমান হুছেইনক। সেনা জোৱানৰ ঘৰত বাংলাদেশৰ উদ্ধাৰ কৰাৰ পিছত সেনা জোৱানক এৰি দি ভাতৃক গ্ৰেপ্তাৰ কৰা ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য্য। আনহাতে আৰক্ষীৰ এই স্থিতিক তীব্ৰ সমালোচনা কৰে ৰাষ্ট্ৰীয় বজৰংগ দলৰ ধুবুৰী জিলা সমিতিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Army Jawan ArrestedBangladesh flag SeizedGolokganj Police
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d