Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Raju Sahu:বাংলাদেশী মিঞা বেয়া বাংলা দেশৰ চাহ ভাল চাহ আমদানী বন্ধ কৰক: ৰাজু চাহু

publisher by publisher
August 28, 2025
in Assam, News
Reading Time: 1 min read
0
Raju Sahu:বাংলাদেশী মিঞা বেয়া বাংলা দেশৰ চাহ ভাল চাহ আমদানী বন্ধ কৰক: ৰাজু চাহু
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Raju Sahu:

অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক, ও প্রাক্তন বিধায়ক ৰাজু চাহুৱে এক প্রেছ বিবৃতি যোগে জনাইছে যে কেনিয়া, নেপাল, বাংলাদেশ, শ্রীলঙ্কা ইত্যাদি দেশত ভাৰতবর্ষৰ দৰে কেইখনমান দেশে চাহ খেতি কৰে। অসমত এই চাহ খেতিব ইতিহাস প্রায় ২০০ বছৰ। অসমৰ চাহ উদ্যোগটোত জড়িত হৈ আছে প্রায় ১ কোটি মানুহ। বর্তমান দেখা গৈছে যে কেনিয়া, নেপাল, বাংলাদেশ, শ্রীলঙ্কা ইত্যাদি বহুত দেশৰ পৰা ভাৰতলৈ চাহ বপ্তানি হৈ আহে। আন দেশৰ পৰা ৰপ্তানি হোৱা চাহ পাত আহি থকাত আমাৰ ভাৰতবৰ্ষত থকা চাহ বাগিছাৰ ওপৰত বেয়া প্রভাৱ পৰা দেখা গৈছে আৰু চাহ বাগিছা বিলাক দুর্ব্বল হৈছে।

ADVERTISEMENT

এই ক্ষেত্রত Tea Board কোনো ব্যৱস্থাই লোৱা নাই। আগতে Tea Board ত এজন দক্ষ IPS বিষয়া আছিল বর্তমান চৰকাৰে সাধাৰন বিষয়াকে দায়িত্ব দি ধংস কৰিব খুজিছে চাহ উদ্যোগটোক। যাৰ ফলত ইয়াত কর্মৰত প্রায় ১ কোটিতকৈ অধিক শ্রমিকৰ অৱস্থা একেবাৰে জৰার্জীণ হৈছে। কেনিয়াত চাহ উৎপাদনৰ খৰছ একেবাৰে কম। সেই দেশ বিলাকত টেক্স , জি,এছ, টি অতি নিম্নতম হোৱাত ভাৰতবর্ষত নিম্নমানৰ চাহ পাত অতি কম ১৫০ টকা দৰত প্রতি কেজি চাহ বিক্রী কৰি আছে। আমাৰ অসমত এক কেজি চাহ’ প্রস্তুত কৰিবলৈ আনুমানিক খৰছ পবে ২২০-২৩০ টকা।

যদি এক কেজি চাহ প্রস্তুত কৰিবলৈ ২৩০ টকা লাগে তেনেহলে কেনিয়াৰ পৰা ১৫০ টকা দৰত ৰপ্তানি হোৱা চাহ আমাৰ ভাৰতবৰ্ষৰ চাহ বাগিছাৰ পৰা ক্রয় নকৰি কেনিয়া, বাংলাদেশ, শ্রীলঙ্কা ইত্যাদি ইত্যাদি দেশৰ চাহ ক্রয় কৰাৰ বাবে ইয়াৰ বজাৰত উভৈনদী হৈছে। যাৰ বাবে ভাৰতবৰ্ষৰ চাহ বাগিছা বিলাকৰ চাহ বিক্রী হোৱাত বাধাৰ সম্মুখীন হোৱাৰ বাবে আমাৰ ভাৰতৰ চাহ বাগিছা বিলাক ক্রমান্বয়ে জৰাজীর্ণ হৈছে বাদামী নামি চাহ কোম্পানীৰ মালিক সকলে চাহ বাগিছা সমূহ বিক্রী কবি এই ব্যৱসায়ৰ পৰাই ওলাই গৈছে। ইয়াৰ ওপৰি ক্ষুদ্র চাহ বাগিছাৰ অৱস্থাও একেবাৰে জৰাজীর্ণ, কেঁচা চাহ পাতৰ উচিত মূল্য নোপোৱা আৰু মূল্য কমি যোৱাত অসমৰ প্রায় ২ লাখ ক্ষুদ্র চাহ খেতিয়কে হাহাকাৰ কৰিব লগা হৈছে এনে অৱস্থাত ক্ষুদ্র চাহ খেতিয়কে আন্দোলন কৰিব লগা হৈছে।

যদি ওচৰ চুবুৰীয়া দেশ বিলাকে আমাৰ ভাৰতবর্ষলৈ ৰপ্তানি কৰা চাহত চৰকাৰে ১০০% ইমপর্ট, ডিউটি লগাই দিয়ে আৰু টকা জমা লয় তেন্তে ২০০ বছৰীয়া উদ্যোগটো বর্তী থাকিব। অসমৰ বিজেপি চৰকাৰে বাংলাদেশী মিঞা মুছলমান মানুহক দেখিব নোৱাৰে এনে স্থলত কিয় বাংলাদেশৰ চাহ ভাৰতবৰ্ষত আহিব দিছে? ইয়াত কাৰ স্বার্থ জড়িত হৈ আছে নে এই দবেই চাহ বাগিছা বিলাকক দুর্বল কৰি চাহ বাগিছাৰ মাটিব ওপবত চকু দিছে। বিজেপি চৰকাৰে এই অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ ৰক্ষা কৰিবলৈ কিয় কেনিয়া আদি কবি অন্য ৰাষ্ট্ৰৰ পৰা অহা চাহৰ ওপৰত ১০০% ইনপর্ট ডিউটি লগোৱা নাই।

এই বিজেপি চৰকাৰে অন্যান্য ৰাষ্ট্ৰৰ পৰা নিম্ন মানৰ চাহ আনি অসমৰ চাহৰ লগত টি বেন্ড লগাই বজাৰত বিক্ৰী কৰে। ইয়াৰ ফলত অসমৰ চাহৰ চাহিদা নোহোৱাত নিম্নগামী হৈ মূল্য কমি গৈছে। এই দৰেই অসমৰ চাহৰ মৃত্যু ঘন্টা বজাটো স্বাভাবিক। বিজেপি চৰকাৰে যদি নিজৰ দেশত উৎপাদন হোৱা চাহৰ ওপৰত গুৰুত্ব নিদিয়ে তেন্তে এদিন অসমৰ ২০০ বছৰীয়া ইতিহাস থকা চাহ বাগিছাই নাথাকিব। সেয়েহে ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্হা লবলৈ অসম চাহ মজদুৰ সংঘৰ হৈ দাবী জনালোঁ। উক্ত বিষয়ে উচিত পদক্ষেপ লৈ ভাৰতবর্ষৰ চাহ উদ্যোগটোক জীয়াই ৰাখক। আমি কব পাৰো যে কেন্দ্রীয় চৰকাৰৰ ভুলৰ বাবে অসমৰ চাহৰ এই অৱস্থা। যাৰ পৰিনাম ভুগিব লগা হৈছে এই উদ্যোগটোৰ লগত জড়িত প্রত্যোক জন চাহ শ্রমিক-কর্মচাৰী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Sah mazdur SanghaEx Mla Raju SahuPress release
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d