Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tamulpur:ঘটনাৰ এসপ্তাহৰ পাছতো জালত নপৰিল এজনো নৃশংস অভিযুক্ত

পানী বিচাৰি মৃতপ্রায় অৱস্থাত আৰ্তনাদৰ ভিডিঅ' প্রকাশ

publisher by publisher
August 28, 2025
in Assam, News
Reading Time: 1 min read
0
Tamulpur:ঘটনাৰ এসপ্তাহৰ পাছতো জালত নপৰিল এজনো নৃশংস অভিযুক্ত
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Wild Elephant Attack:তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস

Tamulpur:

আৰক্ষীৰ অৱহেলাত অভিষেক দাসৰ হত্যাকাৰীসকল সাৰি যাব নেকি? সম্প্রতি ন্যায়ৰ অপেক্ষাত থকা যুৱকজনৰ পৰিয়ালৰ লগতে বহুতৰ মনত এই প্রশ্ন উদয় হৈছে। কাৰণ হত্যাকাণ্ডৰ সাত দিন পাছতো এজনো অভিযুক্ত জালত পৰা নাই।
উল্লেখ্য যে যোৱা ২০ আগষ্টত দিনৰ পোহৰতে তামুলপুৰ জিলাৰ ভৰালী চ’কত ৰাজপথৰ পৰা অভিষেকক চোঁচৰাই নি স্থানীয় এটা পৰিয়ালৰ ঘৰৰ তামোলবাৰীলৈ নি একাংশ লোকে মৰিয়াই গুৰুতৰভাৱে আহত কৰি আঁতৰি যায়। পাছত চিকিৎসালয়লৈ নিয়াৰ পথত যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।
যুৱকজনৰ দোষ আছিল তেওঁ চলাই যোৱা গাড়ীখনে ভৰালীচ’কত এখন ই-ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্রণ হেৰুৱাই এখন দোকানৰ এটা খুঁটাত খুন্দা মৰাত খুঁটাটোৰ সামান্য ক্ষতি হয়। এই সাধাৰণ দুর্ঘটনাক লৈয়ে যুৱকজনক একাংশ লোকে দলবদ্ধভাবে আক্ৰমণ কৰি মৃত্যুমুখত পেলায়। আশ্চর্যজনক যে এই ঘটনা সম্পৰ্কত গণ প্ৰহাৰৰ বলি যুৱকজনৰ পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে বাতৰি লিখা পৰলৈ এজনো অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
অভিযুক্তসকলৰ প্ৰতি আৰক্ষীয়ে প্ৰদৰ্শন কৰা এনে দৰদক লৈ ক্ষোভ প্রকাশ কৰি ‘দৈনিক অগ্রদূত’ৰ আগত অভিষেকৰ শোকস্তব্ধ পৰিয়াল তথা আত্মীয়ই কয়, ‘আমি তামুলপুৰ আৰক্ষী-প্ৰশাসনক বাৰম্বাৰ জনাইছো যে অভিষেকক পৰিকল্পিতভাৱে মৰিয়াই হত্যা কৰিলে। এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে এজন অপৰাধীকো আটক কৰিবলৈ সক্ষম নহ’ল।’
প্রশাসনে যি তৎপৰতাৰে নৃশংস কাণ্ডটোৰ তদন্ত কৰিব লাগিছিল সেয়া হৈ নুঠাত পৰিয়াল ক্ষুব্ধ হৈছে। হত্যাকাণ্ডটোৰ তদন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে পৰিয়ালে। একেদৰে আৰক্ষীৰ লেহেমীয়া তদন্তক লৈ তামুলপুৰৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষেও এই জঘন্য অপৰাধৰ দোষীক ফাঁচি দিয়াৰো দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে।
ইপিনে, এই ভয়ংকৰ গণ প্ৰহাৰ কাণ্ডৰ এটা ভিডিঅ’ শেহতীয়াভাবে সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে গণ প্ৰহাৰৰ বলি হৈ এখন তামোলবাৰীত অর্ধ বিবস্ত্ৰ অৱস্থাত পৰি আছে অভিষেক। মুমূর্ষু অৱস্থাত যুৱকজনে ‘মা মা, দেউতা দেউতা মোক পানী দিয়া’ বুলি আর্তনাদ কৰা শুনিবলৈ পোৱা গৈছে। এই ভিডিঅ ই অসংখ্যজনৰ অন্তৰাত্মা কঁপাই তুলিছে।
এই লোমহর্ষক ঘটনাৰ আন এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে ঘটনাস্থলীৰ পৰা আহত কেইজনমান যুৱকক কেইজনমান আৰক্ষীয়ে যথা সময়ত এম্বুলেন্স আহি নোপোৱাত এখন ই-ৰিক্সাত তুলি চিকিৎসালয়লৈ নিব বিচৰাত একাংশ উত্তেজিত লোকে বাধা দিয়াৰ লগতে আৰক্ষীৰ সন্মুখতে ই ৰিক্সাচালক জনক প্ৰহাৰ কৰে। তৎসত্ত্বেও সমগ্ৰ ঘটনাৰ তদন্তত আৰক্ষীয়ে ৰহস্যজনক স্থিতি লৈ হেমাহি কৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে যোৱা ২০ আগষ্টত তামুলপুৰৰ কচুবাৰীৰ অভিষেক দাসে কেইজনমান বন্ধুৰ স’তে নিজা গাড়ীৰে ফুৰিবলৈ গৈ উভতি অহাৰ পথত ভৰালীচ’কত দলবদ্ধ আক্ৰমণৰ বলি হয়। সাধাৰণ দুর্ঘটনাৰ আঁত ধৰিয়ে একাংশ লোকে যুৱকজনক ভয়ংকৰ আক্ৰমণ কৰে। তদুপৰি তেওঁৰ বন্ধুকেইজনকো উন্মত্ত লোকে প্ৰহাৰ কৰি আহত কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against PolicePublic ComplaintsTamulpurTamulpur IncidentYouth Dead
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d