Local Holiday declared in BTC on 22 September:
ADVERTISEMENT
বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ অনুস্থিত হ’ব ২২ ছেপ্টেম্বৰত ৷ উল্লিখিত দিনটোত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ সেই দিনটোৰ বিটিচিৰ আটাই কেইখন জিলাৰ চৰকাৰী কাৰ্যালয়,বেংক,চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান আৰু চাহ বাগিচা বন্ধ থাকিব ৷ ইতিমধ্যে এই সম্পৰ্কীয় অধিসূচনাজাৰি কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই।






























