Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যোগী ৰাজ্যত আৰক্ষীৰ ‘লাঠী চাৰ্জ’ত মৃত্যু বিজেপি কৰ্মীৰ

১১জন আৰক্ষী জোৱানক ‘শাস্তি’প্ৰশাসনৰ

publisher by publisher
September 13, 2025
in India, News
Reading Time: 1 min read
0
যোগী ৰাজ্যত আৰক্ষীৰ ‘লাঠী চাৰ্জ’ত মৃত্যু বিজেপি কৰ্মীৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Uttar Pradesh:✒️যোগী ৰাজ্যত আৰক্ষীৰ লাঠিচাৰ্জত বিজেপি কৰ্মীৰ মৃত্যুৰ অভিযোগ। ঘটনাটোত ১১ জন আৰক্ষী জোৱানক শাস্তি প্ৰদান কৰে আদিত্যনাথ প্ৰশাসনে।

ADVERTISEMENT

নিলম্বন কৰা হৈছে ছজন আৰক্ষী জোৱানক। বাকী পাঁচজনক জিলা আৰক্ষী লাইনলৈ প্ৰেৰণ কৰা হৈছে।জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জিলা দণ্ডাধীশক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।

আৰক্ষী সূত্ৰই জনোৱা মতে, নিহত বিজেপি কৰ্মীজন ছিয়াৰম উপাধ্যায় ওৰফে জাকু উপাধ্যায় বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স ৩৫ বছৰ। তেওঁ অঞ্চলটোৰ বিজেপি কৰ্মী হিচাপে পৰিচিত।

মঙলবাৰে গাজীপুৰ আৰক্ষী জিলাৰ অন্তৰ্গত ননহাৰা অঞ্চলৰ স্থানীয় ৰাইজে বিদ্যুৎ বিচ্ছিন্নতা আৰু প’ল স্থাপনক লৈ থানাত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ ভিতৰত আছিল ছিয়াৰম।সেই বিক্ষোভ হঠাতে হিংসাত্মক ৰূপ ধাৰণ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰী ৰাইজক লাথিচাৰ্জ কৰাৰ অভিযোগ উত্থাপন হয়। এই পৰিস্থিতিত গুৰুতৰভাৱে আহত হয় এজন বিজেপি কৰ্মী।পাছত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।

মৃত বিজেপি কৰ্মীজনৰ পৰিয়ালে অভিযোগ কৰা মতে, আৰক্ষীয়ে ছিয়াৰামক পথত পেলাই তীব্ৰ প্ৰহাৰ কৰাৰ ফলত বিজেপি কৰ্মীজনৰ মৃত্যু হয়। ঘটনাৰ লগত জড়িত আৰক্ষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ।

অৱশ্যে আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে আৰক্ষী অধীক্ষক ইৰাজ ৰাজাই।এটা ভিডিঅ’ বিবৃতিত তেওঁ জনাই যে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে স্থানীয় লোকে থানাত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কিন্তু সেইদিনা অৰ্থাৎ ন ছেপ্টেম্বৰত লাঠিচাৰ্জ হোৱা নাছিল।তেওঁ লগতে কয় যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। কুনুলো দোষী সাব্যস্ত হ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: policeUttar PradeshYogi Adityanath
publisher

publisher

Related Posts

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d