Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিদায়ৰ আগতে আৰু বিধ্বংসী বাৰিষাৰ বৰষুণ!

হিমাচল-উত্তৰাখণ্ডত বৰষুণ আৰু ভূমিস্খলনৰ ফলত ১৮ জন লোকৰ মৃত্যু

publisher by publisher
September 17, 2025
in India, News
Reading Time: 1 min read
0
বিদায়ৰ আগতে আৰু বিধ্বংসী বাৰিষাৰ বৰষুণ!
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাদলৈ খহি পৰিল ট্ৰেভেলাৰ, নিহত কেবাজন, আহত বহু

বৰফৰ তলত যুৱকৰ মৃতদেহ, চাৰি দিন ধৰি কাষ এৰি নগ’ল পোষ্য  

হিমাচলত প্ৰচণ্ড তুষাৰপাতৰ ! পৰ্যটকৰ বাবে সতৰ্কতা জাৰি

Himachal Pradesh:✒️উত্তৰাখণ্ড-হিমাচলত ধাৰাসাৰ বৰষুণ, ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।যাৰ বাবে কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২০ জনলোক নিৰুদ্দেশ হৈছে। চলিত সপ্তাহত নতুনকৈ হোৱা মুষলধাৰ বৰষুণৰ ফলত উফন্দি পৰিছে নদীসমূহ।ভূমিস্খলনত বহু ঘৰ সমতল হোৱাৰ লগতে পথৰ ক্ষতিসাধন হয়।

ADVERTISEMENT

প্ৰশাসনে জনাইছে যে উত্তৰাখণ্ডত নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছে। তদুপৰি আৰু ১৬ জন লোক সন্ধানহীন হৈ আছে।

পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ এনডিআৰএফ, এছডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হৈছে। উদ্ধাৰ হৈছে ৯০০ৰো অধিক লোক। আটাইতকৈ ভয়াৱহ পৰিস্থিতি ডেৰাডুনত। তাত ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, হিমাচল প্ৰদেশতো পৰিস্থিতি ভয়াৱহ।

তাতে মাণ্ডী জিলাৰ ব্ৰাগটা গাঁৱত ভূমিস্খলনৰ ফলত ঘৰ ভাঙি একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। ধৰ্মপুৰৰ মূল বাছ ষ্টেণ্ডটো আকস্মিক বানত উটি যায়। কেবাখনো গাড়ী উটুৱাই লৈ যায়।

বিপুল ক্ষয়-ক্ষতিৰ উপৰিও চাৰিজন লোক নিৰুদ্দেশ হোৱা হৈছে।প্ৰাণ হেৰুৱাৰ উপৰিও এই দুখন হিমালয় ৰাজ্যৰ অবিৰত বৰষুণৰ বাবে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে । ডেৰাডুনত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়।

তাত আৰম্ভ হৈছে উদ্ধাৰ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো ফোন কৰি পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে। অধিকাংশ পথ ধ্বংস হোৱাৰ বাবে যোগাযোগত বিঘিনি ঘটিছে।

প্ৰাপ্ত তথ্য অনুসৰি এই বাৰিষাত হিমাচল প্ৰদেশত এতিয়ালৈকে ২৩৪ জন লোকৰ মৃত্যু হৈছে। বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই ৰাজ্যখনক ১৫০০ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CloudburstHimachal Pradeshlandslide
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d