Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

    ২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শ্ৰীৰামপুৰৰ ১৬ টকীয়া পিঁয়াজৰ মূল্য গুৱাহাটীত কেনেকৈ ৪৬ টকা?

publisher by publisher
December 15, 2025
in Assam, News
Reading Time: 1 min read
0
শ্ৰীৰামপুৰৰ ১৬ টকীয়া পিঁয়াজৰ মূল্য গুৱাহাটীত কেনেকৈ ৪৬ টকা?
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Foot Care Tips: ভৰি ফাটিছে ?ব্যৱহাৰ কৰক পিয়াঁজৰ এইবিধ মিশ্ৰণ

পিয়াঁজৰ কিছু উপকাৰিতা

Onions:✒️ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ প্ৰাকক্ষণত পিঁয়াজৰ মূল্যই গ্রাহকক কন্দুৱাবলৈ সাজু হোৱাৰ ইংগিত স্পষ্ট হৈছে। দেশৰ ৰপ্তানি নীতিৰ সুযোগ গ্রহণ কৰি ব্যৱসায়ীয়ে বজাৰত পিঁয়াজৰ মূল্য ক্রমে বৃদ্ধি কৰিছে। ফলস্বৰূপে মাত্ৰ এসপ্তাহৰ ভিতৰতে প্রতি কুইণ্টল পিঁয়াজৰ পাইকাৰী মূল্য ছয়শ টকা পর্যন্ত বৃদ্ধি হৈছে। ইয়াৰ লগে লগে খুচুৰা বজাৰতো উর্ধ্বমুখী হৈছে মূল্য।

ADVERTISEMENT

অসমত খুচুৰা বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ মূল্য ৩০ টকাৰ পৰা বজাৰভেদে ৪৬ টকা পর্যন্ত হৈছে। এই মূল্য আগন্তুক দিনত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা সদৰী কৰে কে’বাজনো বৃহৎ ব্যৱসায়ীয়ে। বজাৰৰ এই সময়ছোৱাত পিঁয়াজৰ যোগান সাধাৰণতে কম হয়। পুৰণিবোৰ শেষ হৈ নতুনকৈ উৎপাদিত পিঁয়াজ বজাৰলৈ আহিবলৈ ধৰে।

গতিকে চাহিদা আৰু যোগানৰ মাজত সৃষ্টি হোৱা কিছু তাৰতম্যৰ বাবে মূল্য সামান্য পৰিমাণে বৃদ্ধি হয়। তাৰ ওপৰঞ্চি অতিৰিক্ত কাৰকে সময়ে সময়ে এই মূল্য বৃদ্ধিত প্রভাৱ পেলাই আহিছে। ইয়াৰ ভিতৰৰ মূল কাৰণটো হ’ল দুষ্টচক্রই বজাৰত সৃষ্টি কৰা কৃত্রিম নাটনি। তাৰেই প্ৰভাৱ এইবাৰো ইতিমধ্যে বজাৰত পৰিছে।

উল্লেখ্য যে ভাৰতৰ বজাৰত নাছিকত উৎপাদিত পিঁয়াজৰ চাহিদাই সর্বাধিক। শেহতীয়াকৈ বাংলাদেশে ভাৰতৰ পৰা যথেষ্ট পৰিমাণৰ পিঁয়াজ আমদানিৰ সিদ্ধান্ত গ্রহণ কৰে। তথ্য অনুসৰি, বাংলাদেশ চৰকাৰে পূৰ্বে ভাৰতৰ পৰা পিঁয়াজ আমদানি কৰিবলৈ দৈনিক ৫০ খন অনুজ্ঞাপত্রহে দিছিল।

শেহতীয়াকৈ অনুজ্ঞাপত্ৰৰ সংখ্যা দৈনিক দুশখনলৈ বৃদ্ধি কৰিছে। বজাৰত সুস্থিৰতা আনিবলৈ বাংলাদেশ চৰকাৰে অনুজ্ঞাপত্ৰৰ সংখ্যা পূৰ্বৰ তুলনাত তিনি গুণলৈ বৃদ্ধি কৰাত ভাৰতৰ পৰা যথেষ্ট পৰিমাণৰ পিঁয়াজ প্ৰেৰণ কৰা হৈছে। উন্নত মানৰ নাছিকৰ পিঁয়াজৰ ৰপ্তানিৰ পৰিমাণ ইয়াৰ লগে লগে বৃদ্ধি হৈছে।

বাংলাদেশে আমদানি বৃদ্ধি কৰাৰ ফলত ভাৰতৰ বজাৰত ইয়াৰ প্ৰভাৱ কি ধৰণৰ হ’ব পাৰে, তাৰ প্ৰতি ভাৰত চৰকাৰে গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উঠিছে। অধিক বৰপ্তানিৰ ফলত দেশৰ বজাৰত পৰিবলগীয়া বিরূপ প্রভাৱক উপেক্ষা কৰাৰ পৰিণতিতে ভাৰতত হঠাৎ মূল্য বৃদ্ধি হৈছে বুলি কোৱা হৈছে।

এনে পৰিস্থিতিৰ সুযোগ ল’বলৈ সদায় তৎপৰ হৈ আহিছে ক’লা ব্যৱসায়ী চক্র। সেই চক্ৰৰ প্ৰভাৱতে অসমৰ বজাৰত হোৰা-হোৰে বাঢ়িছে পিঁয়াজৰ মূল্য।

অসমৰ বজাৰত আজি প্রতি কিলোগ্রাম পিয়াজৰ মূল্য ৪৬ টকালৈ বৃদ্ধি হয়। নাছিকৰ উন্নত মানৰ পিঁয়াজৰ এনে মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত একাংশ ব্যৱসায়ীয়ে দেশৰ কে’বাখনো ৰাজ্যত উৎপাদিত তুলনামূলকভারে নিম্নমানৰ পিঁয়াজ আমদানি কৰিবলৈ বাধ্য হয়। মান নিম্ন হোৱাৰ বাবে সেইবোৰৰ মূল্যও নাছিকৰ তুলনাত কম। ইয়াৰ ফলত আজিৰ দিনটোত বজাৰভেদে পিঁয়াজৰ পাইকাৰী মূল্য ভিন ভিন হয়। আজিৰ দিনটোত ৰাজ্যৰ কেইখনমান বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ পাইকাৰী মূল্য হ’ল ক্রমে- গুৱাহাটীৰ পামহীত ৪৬ টকা, হাইলাকান্দিত ২৪ টকা, হাউলীত ৪৫ টকা, শিৱসাগৰত ২৪ টকা, গৌৰীপুৰত ২৯ টকা। লক্ষ্যণীয়ভাৱে শ্ৰীৰামপুৰত আজি প্রতি কিলোগ্রাম পিঁয়াজৰ পাইকাৰী মূল্য ১৬.৫০ টকা।

শ্ৰীৰামপুৰৰ পাইকাৰী বজাৰৰ এনে মূল্যৰ বিপৰীতে অন্যান্য বজাৰত দাম বৃদ্ধিৰ কাৰণ সহজে অনুমেয় বুলি নাম প্রকাশত অনিচ্ছুক পিয়াজৰ কে’বাজনো বৃহৎ ব্যৱসায়ীয়ে সদৰী কৰে। সেই অনুসৰি, সদায় পৰিস্থিতিৰ সুযোগ লোৱাৰ বাবে খাপ পিটি ৰোৱা চক্ৰই দেশৰ বজাৰত পিঁয়াজৰ যোগান হ্ৰাসৰ লগে লগে মূল্য নিজে নিজে বৃদ্ধি কৰি লৈছে। ইয়াৰ ওপৰঞ্চি আগন্তুক দিনত অধিক মুনাফা আদায়ৰ লক্ষ্যৰে একাংশ বৃহৎ ব্যৱসায়ীয়ে পিয়াজ মজুতকৰণৰ বাবেও তৎপৰ হৈছে।

এইবোৰৰ মাজতে ট্রাকযোগে আমদানি কৰা পিঁয়াজৰ বাহনৰ পৰাও ছিণ্ডিকেট চক্রই মুনাফা লুটি আহিছে। আনকি বেলবে য়ার্ডতো এনে চক্ৰৰ তৎপৰতা দীর্ঘদিনৰ পৰা চলি আহিছে। এই সকলোৰে পৰিণতিত অসমত ঊর্ধ্বমুখী হৈছে পিঁয়াজৰ মূল্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Onions
publisher

publisher

Related Posts

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা
International

তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

October 23, 2026
মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক
Assam

মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d