Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

বছৰটোত অধিক প্রাণঘাতী জলবায়ুৰ কবলত পৰিব বিশ্ববাসী

পৰিৱেশেই সংকেত দিছে গভীৰতম সংকটৰ

publisher by publisher
January 7, 2026
in world, News
Reading Time: 1 min read
0
বছৰটোত অধিক প্রাণঘাতী জলবায়ুৰ কবলত পৰিব বিশ্ববাসী
2
SHARES
16
VIEWS
ShareShareShareShare

সাধাৰণতে বিশ্বৰ তাপমাত্রা বৃদ্ধি, অতিবৃষ্টি বা খৰাঙৰ দৰে চৰম বতৰৰ ঘটনাসমূহৰ বাবে এল নিনোক দায়ী কৰা হয়। যদিও নতুন বছৰত এক ব্যতিক্রমী বাস্তৱ সম্মুখলৈ আহিছে যে এল নিনো সক্রিয় হৈ নাথাকিলেও পৃথিৱীৰ বিভিন্ন প্রান্তত জলবায়ু বিপর্যয় আৰু মাৰাত্মক হৈ উঠিছে।

ADVERTISEMENT

বিজ্ঞানীসকলৰ মতে, ইয়াৰ অন্তৰালত প্ৰধান কাৰণ প্ৰাকৃতিক কোনো চক্ৰ নহয়, বৰঞ্চ মানুহৰ দীর্ঘদিনৰ জীৱাশ্ম ইন্ধনৰ নিৰ্ভৰতা।

RelatedPosts

উৎকট গৰমে দহিছে ৰাজ্যবাসীক! লওক কিছু সাৱধানতা

Heat is matched by record electricity Demand:গৰমৰ সমানে অভিলেখ বিদ্যুতৰ চাহিদাৰ

Heat Waves in Odsha:ওড়িছাত তীব্র গ্ৰীস্ম প্ৰৱাহ

এল নিনোৱে সততে প্রশান্ত মহাসাগৰৰ উষ্ণতা বৃদ্ধি কৰি বিশ্বৰ বতৰৰ ধৰণ সলনি কৰি পেলায়। তাপমাত্রা বাঢ়ে, বৰষুণ অস্বাভাৱিক হয় আৰু খৰ বা বানৰ আশংকা বৃদ্ধি পায়। যদিও ২০২৬ত এল নিনোৰ অনুপস্থিতিতো যি তীব্র তাপপ্রবাহ, ভয়াৱহ দাবানল, আকস্মিক বান আৰু দীর্ঘস্থায়ী খৰাঙৰ উমান পোৱা গৈছে, সিয়েই ইংগিত দিছে এক গভীৰতৰ সংকটৰ দিশে।

একাংশ জলবায়ু বিজ্ঞানীয়ে মন্তব্য কৰিছে যে ই প্রধানকৈ ‘বেকগ্রাউণ্ড বার্মিং’, অর্থাৎ মানুহে সৃষ্টি কৰা গোলকীয় উষ্ণতাৰ ফল।কয়লা, তেল আৰু প্রাকৃতিক গেছ জ্বলোৱাৰ ফলত কার্বন ডাই-অক্সাইড আৰু মিথেনৰ দৰে গ্ৰীণহাউছ গেছ বায়ুমণ্ডলত প্ৰচুৰ জমা হৈছে। এই গেছবোৰে সূৰ্যৰ তাপক আবদ্ধ কৰি ৰাখি পৃথিৱীৰ গড় তাপমাত্রা স্থায়ীভাৱে বৃদ্ধি কৰি তুলিছে। ফলত এতিয়া আৰু চৰম বতৰৰ বাবে এল নিনোৰ দৰে প্রাকৃতিক ট্রিগাৰৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নোহোৱা হৈছে।

বায়ুমণ্ডল আৰু মহাসাগৰত জমা হৈ থকা অতিৰিক্ত তাপে নিজেই চৰম ঘটনাক আৰু তীব্র আৰু প্রাণঘাতী কৰি তুলিছে।২০২৬ত ইয়াৰ প্ৰভাৱ বিশেষভাৱে স্পষ্ট। দক্ষিণ এছিয়াত অভিলেখ ভংগ কৰা গৰম মানুহৰ স্বাস্থ্যৰ পক্ষে ডাঙৰ সমস্যা হৈ উঠিছে।

ইউৰোপ আৰু উত্তৰ আমেৰিকাত দাবানল দ্রুত বিয়পি পৰিছে, ইয়াৰ কাৰণৰূপে শুষ্কতা আৰু তাপে একেলগে কাম কৰিছে। আনহাতে, উষ্ণ বায়ুমণ্ডলে বেছি জলীয় বাষ্প ধৰি ৰাখিব পৰাত হঠাৎ অতিবৃষ্টিত চহৰাঞ্চলত বান আৰু ভূমিস্খলন বাঢ়িছে।

বিশেষজ্ঞসকলৰ মতে, এই প্ৰৱণতা ভৱিষ্যতে আৰু ভয়াৱহ হ’ব পাৰে যদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ দ্রুততাৰে হ্ৰাস কৰা নহয়। নবীকৰণযুক্ত শক্তিত বিনিয়োগ, শক্তি দক্ষতা বৃদ্ধি তথা কার্বন নিঃসৰণ হ্রাস কৰাটো এতিয়া আৰু কেৱল পৰিৱেশ ৰক্ষাৰ প্ৰশ্ন নহয়, ই মানুহৰ জীৱন আৰু অৰ্থনীতিক ৰক্ষাৰ সংগ্ৰাম।

এল নিনো উপস্থিত নাথাকিলেও যে জলবায়ু সংকট স্তব্ধ হোৱা নাই, সিয়েই স্পষ্ট কৰি দিছে যে মূল দোষ প্রাকৃতিক চক্ৰৰ নহয়, বৰঞ্চ মানুহৰ ইন্ধন ব্যৱহাৰৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heat Waves
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d