Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নৈনিতাল নে ভীমতাল? কুমায়ুন ভ্ৰমণত কোনখন পাহাৰীয়া চহৰ বাছিব

publisher by publisher
January 29, 2026
in India, News
Reading Time: 1 min read
0
নৈনিতাল নে ভীমতাল? কুমায়ুন ভ্ৰমণত কোনখন পাহাৰীয়া চহৰ বাছিব
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Fun Fact : পাঁচখন দেশ :নাই নিজস্ব কোনো বিমানবন্দৰ

Travel tips :✒️হ্ৰদক কেন্দ্ৰ কৰিয়েই পাহাৰীয়া চহৰৰ নাম। এটা নৈনিতাল, আনটো ভীমতাল। উত্তৰাখণ্ডৰ এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব প্ৰায় ডেৰ ঘণ্টাৰ। কিন্তু হ্ৰদক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই দুয়োখন চহৰৰ পৰিবেশ একেবাৰে বেলেগ। কুমায়ুন হিমালয় যদি আগন্তুক গন্তব্য হয়, তেন্তে নৈশযাপনৰ বাবে কোনখন বাছিব—নৈনিতাল নে ভীমতাল?

ADVERTISEMENT

‘তাল’ শব্দৰ অৰ্থ হ্ৰদ। নৈনিতালৰ নাম নুশুনা মানুহ খুব কমেই আছে। পৰ্যটনপ্ৰিয় লোকৰ বাবে এই চহৰখন অতি প্ৰিয়। চহৰৰ বৃহৎ অংশ জুৰি বিস্তৃত পাহাৰেৰে ঘেৰাও কৰা নৈনি হ্ৰদ। পাহাৰে ঘেৰি ধৰা এই জলাশয়ৰ কাষতেই পকা পথ। পাৰত সুসজ্জিত ফুটপাথ। আছে গছ-গছনি, কাঠৰ বেঞ্চ। প্ৰাণচঞ্চল চহৰখনত পকাৰে বনুৱা পথৰ এটা ফালে বনুৱা আছে হোটেল-ৰিছৰ্ট।

এই চহৰৰ প্ৰায় সকলো ঠাইৰ পৰাই হ্ৰদ দেখা যায়। হ্ৰদৰ বুকুত হাতেৰে চলোৱা নৌকা, লগতে পেডেল ব’টো দেখা যায়।

এনে লাগে যেন ছবিৰ এখন দৃশ্য। পথৰ কাষে শীতৰ সামগ্ৰী লৈ হকাৰসকলে গ্ৰাহক মাতি ফুৰিছে। এই চহৰখন যেন সম্প্ৰীতিৰ মিলনস্থলৰ গল্প কয়। হ্ৰদৰ কাষতেই আছে নৈনিমাতা মন্দিৰ। একেই চৌহদতে অলপ খোজ কাঢ়িলেই পোৱা যায় গুৰুদ্বাৰ, গিৰ্জা আৰু মছজিদ।

অলপ আগবাঢ়িলেই পোৱা যায় ৰ’পৱে। ৰ’পৱেত উঠি নৈনি হ্ৰদক পাখিৰ চকুত দেখা যায়। ঘূৰি চাব পাৰে টিফিন টপ, ইকো কেভ গাৰ্ডেন। নৈনিতাললৈ আহি হ্ৰদৰ বুকুত নৌবিহাৰ কৰাৰ অভিজ্ঞতা একেবাৰে বেলেগ।

নৈনিতালক নে ভীমতালে?

জনপ্ৰিয়তাৰ দিশত নৈনিতালেই ভীমতালতকৈ অধিক জনপ্ৰিয়। তথাপিও নৈনিতালৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ ভীমতাল এতিয়া পৰ্যটকৰ নতুন আকর্ষণৰ কেন্দ্ৰ। ভীমতাল নামেই চহৰখন। আকাৰৰ ফালৰ পৰা ভীমতাল নৈনিতালতকৈ সৰু। তথাপিও ভ্ৰমণৰ তালিকাত দুদিন থকাৰ বাবে ভীমতাল বাছি লোৱাৰ একাধিক কাৰণ আছে।

নৈনিতালৰ দৰে ইয়াতো গঢ় লৈ উঠিছে বিলাসবহুল হোটেল, হোম-ষ্টে। আছে কেফে, মন্দিৰ। কিন্তু ভীমতাল পছন্দৰ তালিকাত স্থান পোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ পৰিবেশ। নৈনিতাল জনপ্ৰিয় হোৱাৰ বাবে তাত ভিড়-ভাট্টা যথেষ্ট বেছি। ব্যস্ত চহৰৰ ব্যস্ততাও তেনেকুৱাই। কিন্তু ভীমতালত এতিয়াও আছে শান্ত আৰু নিৰিবিলী পৰিবেশ। চহৰৰ ভিড় এৰাই যিসকলে ক্ষন্তেক নিঃসঙ্গতা ভাল পায়, তেওঁলোকৰ বাবে এই ঠাই উৎকৃষ্ট। ইয়াৰ ডাঙৰ ডাঙৰ ৰিছৰ্ট আৰু হোটেলৰ চৌহদজুৰি আছে বাগিচা, গছ-গছনি। য’ত হোটেলৰ ভিতৰতে, য’ত উন্মুক্ত ছাদত, একেবাৰে হ্ৰদৰ কাষতেই আহাৰৰ ব্যৱস্থা। অলপ খোজ কাঢ়িলেই পোৱা যায় স্থানীয় ৰেষ্টুৰাঁ, লগতে অসংখ্য কেফেটেৰিয়া। ইয়াৰ ৰেষ্টুৰাঁত খাঁটি কুমায়নী খাদ্যৰ স্বাদ ল’ব পাৰি।

পাৰ্থক্য ক’ত?

নৈনিতাল আৰু ভীমতাল—দুয়োখন চহৰৰ সৌন্দৰ্যৰ কেন্দ্ৰবিন্দু হ্ৰদ। দুয়ো ঠাইতেই হ্ৰদৰ বুকুত নৌবিহাৰৰ ব্যৱস্থা আছে। গৰমত দুয়ো ঠাই মনোৰম। শীতত তীব্ৰ ঠাণ্ডা, আৰু বৰষুণত শৈলচহৰৰ পাহাৰসমূহ ঘন সেউজীয়া হৈ উঠে।

কিন্তু প্ৰধান পাৰ্থক্য হৈছে জীৱনযাপন। গতিশীলতাৰ দিশত নৈনিতাল আগবঢ়া। ভীমতাল সামান্য শান্ত। সপ্তাহশেষত নৈনিতালত পৰ্যটকৰ চাপ বেছি থাকে। তুলনামূলকভাৱে ভীমতালত অধিক শান্তভাৱে ঘূৰা আৰু থকা সম্ভৱ।

ভীমতালৰ দর্শনীয় স্থান

হ্ৰদৰ পাৰত বহু পুৰণি মহেশ্বৰ মন্দিৰ আছে। লোককথা অনুসৰি,মহাভাৰতৰ চৰিত্ৰ ভীমৰ নাম অনুসৰিই এই হ্ৰদৰ নাম। তেওঁ ইয়াত মহেশ্বৰৰ পূজা কৰিছিল। ভীমতালৰ আশে-পাশে ঘূৰিবলৈ গাড়ী ভাড়া কৰাই ভাল। ইয়াত কমল তাল (পদ্মফুলৰ হ্ৰদ), নওকুচি তাল, হনুমান গড়ি, মিউজিয়াম, বাটাৰফ্লাই ৰিছাৰ্চ চেণ্টাৰ দেখা যায়। পক্ষী পৰ্যবেক্ষণৰো সুযোগ আছে।

ইচ্ছা কৰিলে ভীমতালত থাকিও নৈনিতাল ঘূৰিব পাৰি। তেনেদৰে নৈনিতালত থাকিও ভীমতাল ঘূৰি আহিব পাৰি।

এডভেন্সাৰ স্প’ৰ্টছ

পৰ্যটন বৃদ্ধি পোৱাৰ লগে লগে দুয়োখন চহৰতে একাধিক এডভেন্সাৰ স্প’ৰ্টছ আৰম্ভ হৈছে। নৈনিতালত জিপ লাইনিং, হাইকিং, ট্ৰেকিং, পাহাৰ আৰোহণৰ সুযোগ আছে।

ভীমতাল সংলগ্ন অঞ্চলতো জিপ লাইনিং, কায়াকিং, ব’টিংসহ একাধিক ৰোমাঞ্চকৰ ক্ৰীড়াৰ সুযোগ উপলব্ধ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Travel Tips
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d