Two Deadbody Recovered in Nagaon:
নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও ৰেল ষ্টেচনত অঘটন ৷ ষ্টেচনৰ দুটা স্থানত উদ্ধাৰ এজন যুৱক আৰু মহিলাৰ মৃতদেহ উদ্ধাৰ । যুৱকজনক চন্দ্রমণি বুলি চিনাক্ত কৰা হয় । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ আনহাতে মৃত মহিলা গৰাকীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ৰে’ল আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
ADVERTISEMENT






























