Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Nomination Filed:আজি মনোনয়ন দাখিল কৰিব গুৱাহাটী সহ ৰাজ্যৰ কে’বা গৰাকী হেভীয়েট প্ৰাৰ্থীয়ে

যোৰহাটত গৌৰৱ গগৈ,গোলাঘাটত অতুল বৰা,কলিয়াবৰত কেশৱ মহন্ত, গুৱাহাটীত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ,বিজেপিৰ দিপ্লু ,ড:তপন,প্ৰদ্যুৎ আৰু বিজয় গুপ্তাই

publisher by publisher
March 23, 2026
in Uncategorized
Reading Time: 1 min read
0
Nomination Filed:আজি মনোনয়ন দাখিল কৰিব গুৱাহাটী সহ ৰাজ্যৰ কে’বা গৰাকী হেভীয়েট প্ৰাৰ্থীয়ে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nandita Gorlosa:বিজেপি ত্যাগ কৰা মন্ত্ৰী নন্দিতা গার্লোছাৰ মনোনয়ন পত্র দাখিল

Sivsagar:শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান কুশল দুৱৰীক

Nomination Filed Lurinjyoti Gogoi :বৃহৎ সমদলৰে লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্র দাখিল

Nomination Filed:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে গৰম বতাহ বলিছে ৰাজনীতিৰ ৷ সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে বৃহস্পতিবাৰৰ পৰা দলে- বলে গৈ নিজ নিজ জিলা- সমজিলাৰ ৰিৰ্টানিং বিষয়াৰ ওচৰত নিজা নিজা মনোনয়ন দাখিলৰ পিছত আজি গুৱাহাটী সহ ৰাজ্যৰ কে’বা গৰাকী হাই হেভীয়েট প্ৰাৰ্থীয়ে সোমবাৰে দাখিল কৰিব মনোনয়ন ৷ সকলোতে আজি উথপথপ পৰিবেশ। যোৰহাটত আজি এপিচিচি সভাপতি তথা যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ আজি দাখিল কৰিব মনোনয়ন ৷ পুৱাই গগৈয়ে স্থানীয় গুৰুদ্বাৰত আৰু আন কে’বাটাও মঠ- মন্দিৰতো সেৱা লয় ৷

ADVERTISEMENT

WhatsApp Image 2026 03 23 at 3.25.07 PMআনহাতে গোলাঘাটত অগপৰ সভাপতি তথা বোকাঘাতৰ সভাপতি অতুল বৰাই ,লখিমপুৰত স্থানীয় বিজেপি প্ৰাৰ্থী মানৱ ডেকা ,বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰা,ৰঙানদীৰ ঋষিৰাজ হাজৰিকা ,নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱা,পলাশবাৰীত বিজেপিৰ হিমাংশু শেখৰ বৈশ্য,গুৱাহাটীত দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা,দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ,মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা আৰু ডিমৰীয়াৰ অগপ প্ৰাৰ্থী ড:তপন দাসে মনোনয়ন দাখিল কৰিব ৷ গুৱাহাটীত বিজেপি মিত্ৰজোঁটৰ চাৰি গৰাকী প্ৰাৰ্থী সহ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত হয় প্ৰায় ত্ৰিশ সহস্ৰাধিক বিজেপি সমৰ্থক ৷ ১১-৩০ বজাত চাৰি গৰাকী প্ৰাৰ্থীয়ে খানাপাৰাত উপস্থিত হৈ এখন খোলা বাহনত উঠি বিশাল ৰেলীৰে আগবাঢ়ে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷ প্ৰাৰ্থী কেইগৰাকীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী মেধি কলিতা আৰু ৰাজ্যিক বিজেপিৰ কে’বা গৰাকী জ্যেষ্ঠ নেতাই ৷ ঢোলেদগৰে আগবাঢ়ি যোৱা সমদলৰ পৰা জিএছ ৰোডৰ দুয়ো কাষে উপস্থিত ৰাইজৰ অভিবাদনো গ্ৰহণ কৰে প্ৰাৰ্থী কেই গৰাকীয়ে । একেদৰে দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মীৰা বৰঠাকুৰে এখন খোলা জীপত উঠি কে’বা সহস্ৰাধিক সমৰ্থকৰ সহিতে ৰেলীয়ে আগবাঢ়ে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷

আনহাতে আজি কলিয়াবৰত মনোনয়ন দাখিল কৰিব অগপৰ কাৰ্যকৰী সভাপতি তথা কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তই ৷ মহন্তক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এখন খোলা জীপত মহন্ত আৰু মুখ্যমন্ত্ৰীয়ে উঠি প্ৰায় ২০ সহস্ৰাধিক সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজৰে সম জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আগবাঢ়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: nomination Filedpolitical party candidate
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d