Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দেশত মজুত থকা খাৰুৱা তেলেৰে সংকটৰ সময়ত চলিব মাথোঁ নদিনহে

publisher by publisher
March 25, 2026
in News, India
Reading Time: 1 min read
0
দেশত মজুত থকা খাৰুৱা তেলেৰে সংকটৰ সময়ত চলিব মাথোঁ নদিনহে
2
SHARES
20
VIEWS
ShareShareShareShare

Indian Oil:✒️সম্প্রতি দেশত মজুত থকা খাৰুৱা তেলেৰে সংকটৰ সময়ত মাথোঁ নদিনহে দেশ চলিব। মধ্য প্রাচ্যৰ ভয়াৱহ যুদ্ধ তথা ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত খাৰুৱা তেলৰ নাটনি সৃষ্টিৰ আশংকা প্রকট হোৱাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

এই তথ্য প্রকাশ কৰিছে স্বয়ং কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রণালয়ে। এখন আৰটিআই আবেদনৰ ভিত্তিত পেট্র’লিয়াম মন্ত্রণালয়ে জনায় যে সম্প্রতি দেশত ৫৩.৩ লাখ মেট্রিক টন খাৰুৱা তেল মজুত আছে ।এই তৈল ভাণ্ডাৰ মজুত আছে।

RelatedPosts

Indian Oil : ১৭৬০ পদত ইণ্ডিয়ান অইলে দিব নিযুক্তি, শীঘ্ৰে কৰক আবেদন

মধ্যবিত্তৰ মূৰত মাধ মাৰ‌, এলপিজিৰ মূল্য বৃদ্ধি

বঙাইগাঁৱত তেল ডিপোত সংঘটিত ডকাইতিকাণ্ড

অন্ধ্রপ্রদেশৰ বিশাখাপট্টনম, কৰ্ণাটকৰ মাংগালুৰু আৰু পাদুৰেত। অংকৰ হিচাপত বিপুল যেন অনুভৱ হ’লেও উক্ত তিনি ভাণ্ডাৰত মজুত থকা খাৰুৱা তেলেৰে দেশ মাথোঁ চাৰে নদিনহে চলিব।

লক্ষ্যণীয় যে ব্ৰিটিছৰ দিনৰ পৰা অসমত খাৰুৱা তেল উৎপাদন হৈ থাকিলেও অসমত খাৰুৱা তেলৰ মজুত ভাণ্ডাৰ নাই। আনহাতে, ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি দেশৰ খাৰুৱা তেলৰ ভাণ্ডাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হোৱা নাই।

আমদানি আৰু চাহিদা অনুসৰি দেশত খাৰুৱা তেল মজুতৰ পৰিমাণৰ হ্রাস-বৃদ্ধি ঘটে বুলিও চৰকাৰে সদৰী কৰিছে। চৰকাৰী পক্ষই প্ৰকাশ কৰা অনুসৰি, সংকটৰ সময়ত পৰিস্থিতি মোকাবিলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে দেশত খাৰুৱা তেল মজুতৰ পৰিমাণ বৃদ্ধিৰ পৰিকল্পনা কৰিছে।

এই উদ্দেশ্যে ২০২১ত কেন্দ্রই দুটা তৈল ভাণ্ডাৰৰ অনুমোদন জনায়। ইয়াৰে এটা তৈল ভাণ্ডাৰ ওড়িছাৰ চান্দিখোল আৰু আনটো কৰ্ণাটকৰ পাদুৰত অৱস্থিত। ইয়াৰ পূৰ্বে ২০০৪ৰ সাত জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এটা ৰণনীতিগত তৈল ভাণ্ডাৰৰো অনুমোদন জনায়।

এই প্রকল্প ৰূপায়ণৰ বাবে উক্ত বছৰৰ জুনত ভাৰতীয় ৰণনীতিগত পেট্র’লিয়াম মজুত কেন্দ্ৰ তৈয়াৰ কৰা হয়। লক্ষ্যণীয়ভাৱে মধ্য প্রাচ্যৰ যুদ্ধৰ শীঘ্ৰে অন্ত পৰাৰ সম্ভাৱনায়ো দেখা দিয়া নাই। গতিকে চৌদিশে খাৰুৱা তেলৰ নাটনি ঘটাৰ আশংকা প্ৰবল হৈছে। অৱশ্যে এনে পৰিস্থিতিতে নৰেন্দ্ৰ মোদীয়ে অলপতে প্রকাশ কৰে যে বিগত ১১ বছৰত ভাৰতে তেল আমদানিলৈ বৈচিত্র আনে।

অৰ্থাৎ দেশে বিশ্বৰ ৪১ খন দেশৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ লৈছে। পূর্বে ভাৰতে তেল আমদানি কৰা দেশৰ সংখ্যা আছিল ২৭ খন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indian oil
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d