প্ৰয়াত প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ “সংগীত সম্ৰাট“ উপাধি প্ৰদান।বিহু সন্মিলনৰ সোনালী জয়ন্তী মহোৎসৱ প্ৰথম নিশাই সদৰি কৰে বিহু সমিতিৰ স্থায়ী সভাপতি তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পুলিন লহ কৰে৷
ADVERTISEMENT
কালি সন্ধিয়া স্থায়ী কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভাত উক্ত সিদ্ধান্ত লোৱা বুলি সভাপতি গৰাকীয়ে ৰাজহুৱা ভাবে সদৰি কৰে৷
প্ৰয়াত শিল্পী গৰাকীক মৰনোত্তৰ ভাবে সংগীত সম্ৰাট উপাধি প্ৰদান কৰাত সকলো ৰাইজে সমৰ্থন কৰিছে৷






























