Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল

সঞ্চালকে পূর্ব নির্ধাৰিত প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি কৰিছিল

publisher by publisher
August 28, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

ATDC Scam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:তথাকথিত সাক্ষাৎকাৰ ব্যৱস্থাৰে তথা সম্পূর্ণ বেআইনীভাবে ২০১০-১২ত অসম পর্যটন উন্নয়ন নিগমত পর্যটন বিষয়াৰ আঠটা পদ পূৰণ কৰা হৈছিল। এই উল্লেখৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বৃহস্পতিবাৰে উক্ত নিযুক্তি কেলেংকাৰিক লৈ বিশেষ আদালতত দাখিল কৰে বৃহৎ অভিযোগনামা। আঠ হেজাৰ পৃষ্ঠাৰ এই অভিযোগ নামাত নিযুক্তি কেলেংকাৰিক লৈ তদানীন্তন সঞ্চালক মনালিছা গোস্বামীৰ লগতে নিযুক্তিপ্রাপ্ত আঠজন বিষয়াক অভিযুক্ত কৰা হৈছে।

ADVERTISEMENT

অভিযোগনামাৰ পাতে পাতে সন্নিৱিষ্ট হৈছে নিযুক্তিৰ নামত চলা প্রহসনৰ তথ্য। এই তথ্যতে উল্লেখ হৈছে যে নির্দিষ্ট প্রার্থীসকলৰ নিযুক্তি নিশ্চিত কৰিবলৈ সমস্ত দায়িত্ব সঞ্চালিকা মনালিছা গোস্বামীয়ে লৈছিল। সেইবাবে নিযুক্তিৰ সকলো নীতি-নিয়মক অংগুষ্ঠ দেখুৱাই গোস্বামীয়ে নিজেই একাধিক পদৰ দায়িত্ব চম্ভালিছিল।

উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলত এই কেলেংকাৰি সংঘটিত হৈছিল। অভিযোগ অনুসৰি উৎকোচৰ ধনৰ নদী বোৱাই আৰু ৰাজনৈতিক প্রভাৱৰে সংশ্লিষ্ট প্রার্থীকেইজনে এই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। তেনে ৰাজনৈতিক প্রভাৱৰ বাবেই কেলেংকাৰিত লিপ্ত থকাৰ পাছতো পাঁচজন পর্যটন বিষয়াৰ বিৰুদ্ধে আজিলৈকে তদন্তকাৰী দলে কোনো ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে। অথচ একে অভিযোগতে তিনিজনক গ্ৰেপ্তাৰ কৰা হয়। ধৃত বিষয়া কেইজন হ’ল প্ৰাঞ্জল বৰা, অনন্যা বৰঠাকুৰ আৰু নয়নমণি পামেগাম।

ইয়াৰ বিপৰীতে কেৱল সোধপোছ কৰিয়েই তদন্তকাৰী দলে দায়িত্ব সামৰা পাঁচজন অভিযুক্ত হ’ল হিৰণ শইকীয়া, মাধৱ দাস, গৌতম গগৈ, ছেইমীন মান্নান আৰু মেহজুবিন বেগম। অভিযোগ অনুসৰি বিভিন্ন ৰাজনীতিককে ধৰি প্রভাৱশালী পক্ষৰ হস্তক্ষেপত এই কেইজনে আজিও সুৰক্ষা লাভ কৰি থাকিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তদাৰীক শাখাই সংশ্লিষ্ট পাঁচজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাত অনুমতি বিচাৰি মুখ্যমন্ত্ৰীক আবেদন দাখিল কৰিছে। এই আবেদনত সংশ্লিষ্ট বিষয়াকেইজন কি ধৰণৰ নিযুক্তি কেলেংকাৰিত লিপ্ত হৈ আছে সেই তথ্য উল্লেখ কৰা হৈছে।

অভিযোগনামাত এই উল্লেখো কৰা হৈছে যে মৌখিক পৰীক্ষাৰ সময়তো তদানীন্তন সঞ্চালক গৰাকীয়ে নিয়ম উলংঘা কৰি পৰীক্ষা নিয়ন্ত্ৰকৰ পদটোৱেই পূৰণ নকৰিলে। তাৰ পৰিৱৰ্তে নিজেই সর্বেসর্বা হৈ পৰে। এই ক্ষমতাবে সঞ্চালক গৰাকীয়ে নির্দিষ্ট প্রার্থীসকলৰ একাংশৰ নম্বৰ বৃদ্ধি কৰে। উদাহৰণস্বৰূপে অনন্যা বৰঠাকুৰে মৌখিকত লাভ কৰা নম্বৰ পৰিমাণ আছিল ১৪। অথচ তেওঁৰ সেই নম্বৰ কাটি ১৮ কৰা হৈছিল। আন এঠাইত বৰঠাকুৰে লাভ কৰিছিল পাঁচ নম্বৰ। সেই নম্বৰটো কাটি সাত নম্বৰ কৰা হৈছিল।

এনেদৰে প্ৰতিজন প্রার্থীৰ ক্ষেত্ৰত নম্বৰ বৃদ্ধি কৰি নিযুক্তি লাভৰ পথ প্রশস্ত কৰা হৈছিল। উল্লেখ্য যে এই কেলেংকাৰিৰ তদন্ত তদাৰীক শাখাটোৱে ২০২৫ত আৰম্ভ কৰিছিল। অভিযুক্তসকলকে ধৰি অসম পর্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ কে’বাজনো বিষয়া-কর্মচাৰীক তদন্তকালত সোধপোছ কৰা হয়। তদুপৰি নিগমৰ কার্যালয়তো তালাচী অভিযান চলিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: atdc scambreking newsChargesheet FiledCM Vigilancelatest newsRecruitment Scamspecial court
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d