Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

    জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

    পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে

ভয়াৱহ বানত সন্ধানহীন ভাৰতীয় লোকৰ সংখ্যা তিনিশলৈ বৃদ্ধি, তিব্বততো মৃতকৰ সংখ্যা দুই শতাধিকলৈ বৃদ্ধি, শুংসূত্রহীন লোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

publisher by publisher
August 28, 2026
in Flood, India, News
Reading Time: 1 min read
0
Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Nepal Flood Update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নেপালৰ বুধবাৰৰ ভয়াৱহ আকস্মিক বানত মৃতকৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি পোৱাটো নিশ্চিত কৰিলে দেশখনৰ চৰকাৰে। বর্তমানেও দেশী বিদেশী পর্যটকসহ কে’বা সহস্ৰাধিক লোক সন্ধানহীন হৈ থকাত মৃতকৰ সংখ্যা বৃদ্ধিৰো আশংকা আছে। তিব্বতৰ পৰা বৈ অহা ভোটেকোশী নৈয়ে সৃষ্টি কৰা এই প্রৱল বানত সন্ধানহীন সহস্রাধিক লোকৰ মাজত কমেও তিনিশ ভাৰতীয় লোকো আছে। আজি ভাৰ তৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি নেপলত বানত সন্ধানহীন সকলৰ মাজত ২৮৫ জন ভাৰতীয় লেক থকাটো নিশ্চিত কৰা হৈছে।

ADVERTISEMENT

এইসকলৰ মাজত বহু সংখ্যক প্রবাসী ভাৰতীয়ও আছে। আনসকলে কৈলাশ মানস সৰোবৰ যাত্ৰাত অংশ লোৱাৰ উদ্দেশ্যে নেপালত উপস্থিত হৈছিল। তেওঁলোকৰ মাজত পশ্চিমবংগৰো ৩২ জন আছে। আনহাতে, কালিৰ বানৰ ভয়াৱহতা সম্পৰ্কত নেপাল চৰকাৰে প্ৰকাশ কৰা অনুসৰি এই বানত সর্বাধিক ক্ষতিগ্রস্ত হোৱা ৰাসুয়া জিলাত মূল বজাৰ অঞ্চলো বিধ্বস্ত হয়। এফালৰ পৰা ঢাঁহি মুহি অহা বানৰ পানীয়ে মানুহ, জীৱ-জন্তু, অট্টালিকা, গছ-গছনি আদি উটুৱাই নিয়ে।

এই বানত ৰাজহুৱা সম্পদৰো বিস্তৰ ক্ষতিসাধন হয়। বহু সংখ্যক দলং আৰু পথৰো বিস্তৰ ক্ষতিসাধন কৰে বানে। মুঠতে এই বানত মুঠ চাৰিখনকৈ জিলা বিধ্বস্ত হয়। ইয়াৰে ৰাসুয়া জিলাত বানে সর্বাধিক ধ্বংসলীলা সাধন কৰে। তদুপৰি ৰাসুয়া জিলাৰ নিকটৱৰ্তী ধাদিং, নুৱাকট আৰু চিতাৱন জিলাতো বানত অবর্ণনীয় ক্ষতিসাধন হয়। বানৰ পানীয়ে জিলাসমূহৰ কে’বা সহস্র লোকক উটুৱাই নিয়ে।

ইপিনে, ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি বানত ক্ষতিগ্রস্ত নেপালৰ লোকসকলৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ দুখন বিমানে ৪৮ টন সাহায্য সামগ্রী নিছে। এই সাহায্য সামগ্ৰীসমূহৰ মাজত আঠ টনৰো অধিক খাদ্য সামগ্ৰী আৰু ঔষধ আছে। তদুপৰি ভাৰতে দেশখনলৈ বুজন পৰিমাণৰ সৌৰ চাকিও প্ৰেৰণ কৰিছে। আজিও বায়ুসেনাৰ এখন চি-১৭ বিমানে সাহায্য সামগ্রী লৈ নেপাললৈ উৰা মাৰে।

উল্লেখ্য যে ভোটেকোশী নৈয়ে সৃষ্টি কৰা এই ভয়াৱহ বানত তিব্বতৰো বিস্তৰ ক্ষতিসাধন হয়। চীন চৰকাৰে প্ৰকাশ কৰা অনুসৰি তিব্বতত বানত ডুবি দুই শতাধিক লোকৰ মৃত্যু হৈছে। একেদৰে তিব্বততো দুই শতাধিক ভাৰতীয় পর্যটক আৰু তীর্থযাত্রী আবদ্ধ হৈ আছে। তদুপৰি পাৰ্বত্য অঞ্চলটোত এই বানত কমেও ৫৫৮ জন লোক সন্ধানহীন হৈ আছে।

আনহাতে, ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্রকাশ কৰা অনুসৰি নেপালৰ বানত সন্ধানহীন হোৱা সকলৰ স’তে সংযোগ স্থাপনৰ চেষ্টা চলি আছে। এই তিনি শতাধিক ভাৰতীয় লোক দেশৰ বিভিন্ন ৰাজ্যৰ। ইয়াৰে ৭৩ জন ভাৰতীয় নাগৰিক নেপালৰ ত্রিশূলী-১ শক্তি প্ৰকল্পত কৰ্মৰত হৈ আছিল। অৱশ্যে এইবাৰ কৈলাশ মানস সৰোবৰ যাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতৰ পৰা কিমান লোক গৈ নেপালত উপস্থিত হৈছিল তাৰ সঠিক তথ্য পোহৰলৈ অহা নাই।

তাৰ মাজতো চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তামিলনাডুৰ পৰাই দুটা গোটত ৮৬ জন লোক গৈছিল। ইয়াৰে এটা গোটত ৩৭ জন আৰু আনটো গোটত ৪৯ জন লোক আছিল। একেদৰে পশ্চিমবংগৰ পৰা ৩২ জন লোক গৈছিল বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। এই লোকসকলে সম্রাট ট্রেভেলছ নামৰ এটা সংস্থাৰ সহযোগত নেপাললৈ যাত্ৰা কৰিছিল। পশ্চিমবংগৰ সন্ধানহীন এই লোকসকলৰ নাম তালিকাও ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে।

ইয়াৰে চাৰিজন হ’ল কলকাতাৰ। ইপিনে, দেশৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি ৰিচা টুৰছ নামৰ আন এটা সংস্থাৰ জৰিয়তেও ৬১ জন ভাৰতীয় লোক নেপাললৈ গৈছিল। একেদৰে কেৰালাৰ পৰাও ৩৩ জন ভাৰতীয় লোকে মানস সৰোবৰ যাত্ৰাত অংশ লোৱাৰ উদ্দেশ্যে নেপালত উপস্থিত হৈছিল। এই সকলো সম্প্রতি সন্ধানহীন হৈ আছে। অৱশ্যে ইয়াৰ মাজতে জীৱন্তে ২১ জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে সদৰী কৰে। এই ২১ জন লোক হ’ল তামিলনাডুৰ। উদ্ধাৰ কৰাৰ পাছত এই ২১ জন লোকে কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসলৈ যাত্ৰা কৰে। তৎসত্ত্বেও তিনি শতাধিক সন্ধানহীন ভাৰতীয় লোকৰ স’তে সংযোগ স্থাপন সম্ভৱ হোৱা নাই বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

নেপালৰ পৰিস্থিতি বর্তমানে জটিল হৈ থকাত ইংগিত দি জয়ছোৱালে কয়, ‘এই কঠিন পৰিস্থিতিত নেপালৰ স’তে কান্ধত কান্ধ মিলাই আমি আগবাঢ়িছো। দেশখনলৈ সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ আমি প্রস্তুত।’ অৱশ্যে বানত ক্ষতিগ্রস্ত অঞ্চলসমূহৰ বাট-পথ তথা টেলিফোন লাইন বিধ্বস্ত হোৱাৰ বাবে উদ্ধাৰ অভিযান বাধাগ্রস্ত হৈছে বুলিও জয়ছোৱালে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযানত নেপালৰ উদ্ধাৰকাৰীসকলৰ স’তে ভাৰতীয় উদ্ধাৰকাৰীয়ে সহযোগিতাৰে কাম কৰি আছে। এই ক্ষেত্ৰত কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে নেপাল চৰকাৰলৈ সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াইছে বুলিও জয়ছোৱালে সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsHEAVY LOSTindian govtlatest newsnepal floodrescure teamtibet flood
publisher

publisher

Related Posts

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

October 11, 2026
মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
India

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে
India

জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

October 11, 2026
পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক
India

পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

October 11, 2026
শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী
India

শ্বাসৰুদ্ধকৰ পৰিৱেশত উত্তাল ৰাজধানী

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d