Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NSA Ajit Doval Saudi Visit:ছৌদি আৰব ভ্ৰমণৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰে বৈঠক ছৌদিৰ বৈদেশিক মন্ত্রী ফৈছাল বিন ফাৰহানৰ

শক্তি মন্ত্ৰী আব্দুলজিজ বিন ছালমান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মুছাইদ বিন মহম্মদ আল আইবানৰেও বৈঠক ডোভালৰ

publisher by publisher
April 20, 2026
in News
Reading Time: 1 min read
0
NSA Ajit Doval Saudi Visit:ছৌদি আৰব ভ্ৰমণৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰে বৈঠক ছৌদিৰ বৈদেশিক মন্ত্রী ফৈছাল বিন ফাৰহানৰ
1
SHARES
9
VIEWS
ShareShareShareShare

NSA Ajit Doval Saudi Visit:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দেওবাৰে চৰকাৰী ভ্ৰমণসূচীৰে ৰিয়াদত উপস্থিত হোৱাৰ পিছত সোমবাৰে ছৌদি আৰবৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰে।

ADVERTISEMENT

বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৈঠক ছৌদিৰ বৈদেশিক মন্ত্রী ফৈছাল বিন ফাৰহান,শক্তি মন্ত্ৰী আব্দুলজিজ বিন ছালমান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মুছাইদ বিন মহম্মদ আল আইবানৰে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। ভাৰত আৰু ছৌদিৰ মাজত শক্তি সহযোগিতা বৃদ্ধি আৰু অঞ্চলটোৰ মূল উন্নয়নৰ বিষয়ে আলোচনা কৰে। ৷ উল্লেখ্য যে ডোভালৰ এই ভ্ৰমণে পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত ভাৰত আৰু চৌদি আৰৱৰ মাজত ক্ৰমবৰ্ধমান কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে।

RelatedPosts

CCTOA: জনজাতি সকলৰ যৌথ মঞ্চ CCTOA ক আলোচনাৰ বাবে আমন্ত্ৰণ ৰাজ্য চৰকাৰৰ

আনহাতে ৰিয়াদস্থিত ভাৰতীয় উচ্চায়ুক্তই সোমবাৰে এক বিবৃতিত কয় যে আলোচনাত পাৰস্পৰিক সহযোগিতা, আঞ্চলিক নিৰাপত্তাৰ চিন্তা, পাৰস্পৰিক লাভালাভকে ধৰি বহুতো বিষয় সামৰি লোৱা হৈছে।

উল্লেখ্য যে এন এছ এ অজিত ডোভালে দেওবাৰে উপসাগৰীয় শক্তিশালী ৰাষ্ট্ৰ ছৌদিৰ ৰাজধানী ৰিয়াদ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰী  ড: চৌদ আল-ছাতীয়ে উস্ম আদৰণি জনায়।

মনকৰিবলগীয়া যে ইয়াৰ ১৭ এপ্ৰিলত ডোভালে ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা পৰিষদৰ সচিব ৰুষ্টাম উমাৰভৰ সৈতে দীঘলীয়া কথা-বতৰা পাতিছিল। এই বৈঠকত পূব ইউৰোপত চলি থকা সংঘাতৰ মাজত নতুন দিল্লী আৰু কিয়ভৰ মাজত চলি থকা কৌশলগত আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালৰ মতে, ইউক্ৰেইনৰ সৈতে হোৱা আলোচনাত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু ৰাছিয়া-ইউক্ৰেইন বিবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আলোচনা আৰু কূটনীতিৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতে ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াইছে। এই আলোচনাসমূহে ভাৰতৰ সক্ৰিয় কূটনৈতিক দৃষ্টিভংগীক প্ৰতিফলিত কৰে, যিয়ে আঞ্চলিক আৰু বিশ্বব্যাপী নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰে আৰু মূল আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NSA Ajit Dovalofficial discationSaudi Visit
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d