Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চৌদি আৰৱৰ এখন বিশেষ প্ৰদূষণমুক্ত চহৰ

publisher by publisher
February 19, 2021
in News
Reading Time: 1 min read
0
চৌদি আৰৱৰ এখন বিশেষ প্ৰদূষণমুক্ত চহৰ
13
SHARES
131
VIEWS
ShareShareShareShare

RelatedPosts

তিনিটা দৈত্যকায় বান্ধ বান্ধিছে ছৌদি আৰবে আকর্ষিত হৈছে সমগ্ৰ বিশ্বৰ পৰ্যটক

চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

চহৰ মানেই হৈছে আমাৰ ওচৰত দেখা ইটাৰে সজা ঘৰ কাৰখানাৰ শব্দ, গাড়ীৰ ধোঁৱা,গাড়ীৰ শব্দ আৰু অসংখ্য লোকৰ ভিৰ কিন্তু আপুনি জানে নে যে চৌদি আৰৱে এখন চহৰ তৈয়াৰ কৰি আছে য’ত চহৰখনত সকলো সুবিধা আছে কিন্তু কোনো প্ৰদূষণ নহ’ব চহৰখনত লগতে ইয়াত নাথাকিব কোনো গাড়ী আৰু কোনো বাহন।এই চহৰখনৰ নাম ‘দ্য লাইন’ ।চহৰখন নিওম প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে।

ADVERTISEMENT

যাক কোৱা হৈছে ভৱিষ্যতৰ চহৰ । এইখন এখন সম্পূৰ্ণ কাৰ্বন মুক্ত চহৰ হ’ব। চহৰখন চৌদিৰ টাবুত লোহিত সাগৰৰ পাৰত গঢ়ি উঠিব এই চহৰ ২০১৭ চনত ঘোষণা কৰা হয় নিউওম উন্নয়ন প্ৰকল্পটো। চৌদিৰ যুৱৰাজ মহম্মদ বিন ছলমানে পৰিকল্পনা কৰিছে এই প্ৰকল্পটোৰ ।পৰিকল্পনাটো হৈছে তেলৰ উপৰিও চৌদি আৰৱৰ অৰ্থনীতিৰ অধিক দিশ উন্মোচন কৰা। যুৱৰাজে কৈছিল যে প্ৰকল্পটোৱে ভৱিষ্যতে চৌদি পৰ্যটন উদ্যোগ সম্প্ৰসাৰিত কৰিব।

নিওম প্ৰকল্পটো ১০ হেজাৰ বৰ্গ মাইল অঞ্চলত সম্প্ৰসাৰিত। তাৰ অধীনত তৈয়াৰী হোৱা দ্য লাইন চহৰৰ বিস্তৃত দূৰত্ব ১৭০ কিলোমিটাৰ ।এই চহৰখন এনেদৰে ডিজাইন কৰা হৈছে যাতে নগৰ জীৱনৰ সকলো লাভালাভ হাততে পায়। যিকোনো বস্তুৰ বাবে গাড়ীত উঠাৰ কোনো প্ৰয়োজন নহ’ব।বিদ্যালয়, চিকিৎসালয়, ৰেষ্টুৰেণ্ট, কফি দোকান, কিতাপৰ দোকানৰ পৰা কাৰ্যালয়লৈ, ঘৰৰ পৰা খোজ কাঢ়ি ১০ মিনিটৰ ভিতৰতে সকলো পোৱা যাৱ ।

চহৰখন নিৰ্মাণ কৰিবলৈ পাঁচ হেজাৰ কোটি ডলাৰ ব্যয় হ’ব। অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব এই চহৰখনৰ নিৰ্মাণৰ কাম । চহৰত কমেও ১০ লাখ মানুহ বাস কৰিব পাৰিব। ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ’ব এই চহৰখন। এইখন এখন তিনিটা স্তৰৰ চহৰ হ’ব। যাৰ শীৰ্ষত থকা স্তৰটো বসবাসৰ বাবে হ’ব। তাত কোনো বাহন চলাচল কৰিব নোৱাৰিব ।তাৰ নিম্ন স্তৰ মূলতঃ আন্তঃগাঁথনি ৰ উন্নতি আৰু গাড়ীৰ বাবে হ’ব, একেবাৰে তলত থকা স্তৰটোত চলিব ৰেল আৰু গাড়ী সমূহ ।

সেইবাবে চহৰখনৰ আকাৰ দীঘল হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰতিটো স্তৰত নিৰীক্ষণ ৰখা হ’ব।এই চহৰখন কেন্দ্ৰ কৰি তিনি লাখ ৮০হেজাৰ মানুহৰ কৰ্মসংস্থান হ’ব আৰু দেশৰ জিডিপিত কমেও ৮০০ কোটি ডলাৰ যোগ হ’ব। আশা কৰা হৈছে যে এই স্মাৰ্ট চিটিয়ে চৌদি পৰ্যটন ব্যৱসায় সম্প্ৰসাৰিত কৰাত সহায় কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NEOM citySaudi Arabia
publisher

publisher

Related Posts

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক
Assam

নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

September 5, 2026
শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত
Assam

দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d