Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত

    Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

    শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

    সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

    Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Nepal Home Minister Sudhan Gurung resigns:নেপালৰ গৃহমন্ত্রী ছুডান গুৰুঙৰ পদত্যাগ

দুর্নীতিৰ অভিযোগ উদ্থাপিত হোৱাৰ বাবে পদত্যাগ নেপালী গৃহমন্ত্ৰী গৰাকীৰ

publisher by publisher
April 22, 2026
in International, News
Reading Time: 1 min read
0
Nepal Home Minister Sudhan Gurung resigns:নেপালৰ গৃহমন্ত্রী ছুডান গুৰুঙৰ পদত্যাগ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Nepal Home Minister Sudhan Gurung resigns:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অঘটন ৷ মন্ত্ৰিত্ব লাভৰ ২৬ দিনতে দুর্নীতিৰ অভিযোগ উদ্থাপিত হোৱাৰ বাবেই পদত্যাগ কৰিলে হিমালয়ান ৰাষ্ট্ৰ খনৰ গৃহমন্ত্রী ছুডান গুৰুঙে ৷ ছুডান গুৰুঙৰ বিৰুদ্ধে বিতৰ্কিত ব্যৱসায়ী দীপক ভট্টৰ সৈতে ব্যৱসায়িক অংশীদাৰিত্ব আৰু ক্ষুদ্ৰ বীমা কোম্পানীত প্ৰশ্নবোধক বিনিয়োগৰ অভিযোগ উত্থাপিত হৈছিল।

ADVERTISEMENT

উল্লেখ্য যে গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি গ্ৰহণ কৰা গুৰুঙে নিজৰ ব্যক্তিগত বিনিয়োগক লৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। ব্যাপক প্ৰতিবাদৰ পিছত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয় ।

স্মতৰ্ৱ্য যে গৃহমন্ত্ৰী ছুডান গুৰুঙৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তি ৰখা আৰু প্ৰশ্নবোধক বিত্তীয় লেনদেনত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিতৰ্কিত ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিৰ সৈতে গুৰুঙৰ সংস্পৰ্শলৈ অহা বুলি বিৰোধী আৰু প্ৰতিবাদকাৰীৰ দাবী। নেপালী সংবাদ মাধ্যমেও এনে নথি-পত্ৰৰ উদ্ধৃতি দি তেওঁৰ পদত্যাগৰ আহ্বানত ইন্ধন যোগাইছিত। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনসমূহেও এই বিষয়টোক লৈ সঘনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বিগত এটা পষেকত।

আনহাতে পদত্যাগ ঘোষণা কৰি গুৰুঙে ফেচবুক পোষ্টত লিখিছে, “মই ছুডান গুৰুঙে চলিতবৰ্ষৰ ২৬ মাৰ্চৰ পৰাই গৃহমন্ত্ৰী হিচাপে নিজৰ কৰ্তব্য অতি আন্তৰিকতাৰে পালন কৰি আহিছো। শেহতীয়াকৈ মোৰ স্থিতি আৰু আনুষংগিক বিষয় সন্দৰ্ভত নাগৰিকে উত্থাপন কৰা প্ৰশ্ন, মন্তব্য, জনসাধাৰণৰ উদ্বেগক মই অতি গুৰুত্বসহকাৰে লৈছো।”

কোনো ক্ষমতা জনসাধাৰণৰ আস্থাতকৈ ডাঙৰ নহয়.কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে জনসাধাৰণৰ আস্থা সৰ্বোচ্চ হ’ব লাগিব। তেওঁ কয়, “মোৰ বাবে যিকোনো পদতকৈ নৈতিকতা অধিক গুৰুত্বপূৰ্ণ, আৰু জনসাধাৰণৰ আস্থাতকৈ ডাঙৰ কোনো ক্ষমতা নাই। সুশাসন, স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী কৰা আজিৰ ‘জেনেৰেচন জেড’ আন্দোলনেও একেটা বাৰ্তা প্ৰেৰণ কৰিছে: জনজীৱন পৰিষ্কাৰ হ’ব লাগিব আৰু নেতৃত্ব জবাবদিহি হ’ব লাগিব।”

গুৰুঙে বহল ৰাজনৈতিক প্ৰেক্ষাপট আৰু দেশে বিগত সময়ত কৰা ত্যাগৰ কথাও উল্লেখ কৰি কয় যে প্ৰশ্ন উত্থাপন হ’লে জবাবদিহিতা প্ৰয়োজনীয়। গুৰুঙে কয় যে যেতিয়া মোৰ ৪৬ জন ভাই-ভনীৰ তেজ আৰু বলিদানৰ ওপৰত নিৰ্মিত চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হয়, তেতিয়া একমাত্ৰ উত্তৰ হ’ল নৈতিকতা।

মনকৰিবলগীয়া যে বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত চলি থকা চৰকাৰখনত দ্বিতীয়টো মন্ত্ৰী পদৰ পদত্যাগৰ ঘটনা । ইয়াৰ পূৰ্বে ৯ এপ্ৰিলত প্ৰধানমন্ত্ৰী শ্বাহে শ্ৰম, নিয়োগ, আৰু সামাজিক সুৰক্ষা মন্ত্ৰী দীপক কুমাৰ শ্বাহক পদৰ পৰা অপসাৰণ কৰে। ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে তেওঁক “দলৰ আচৰণ বিধি আৰু অনুশাসন উলংঘা” কৰাৰ বাবে মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰাৰ পৰামৰ্শ দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল। দলৰ সভাপতি ৰবি লামিচানেৰ আনুষ্ঠানিক পত্ৰৰ পিছতে প্ৰধানমন্ত্ৰী শ্বাহে অপসাৰণ কৰে দীপক কুমাৰ শ্বাহক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nepal Home Minister Sudhan Gurung resigns
publisher

publisher

Related Posts

চাহৰ কাপ হাতত লৈ কিশোৰৰ সৰল হাঁহি এতিয়া সকলোৰে পৰিচিত
India

August 26, 2026
Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
Assam

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

August 26, 2026
শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’
Assam

শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

August 26, 2026
সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু
Assam

সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

August 26, 2026
Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ
Assam

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

August 26, 2026
ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট
Assam

ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d