Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে মন্ত্ৰী বিমল বৰাই

publisher by publisher
August 26, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Beer Lachit Sena:বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition: 16 Sept 2026

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

Beer Lachit Sena:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানস জ্যোতি চেতিয়াৰ এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰৰ পৰা উত্তাল হৈ আছে শিৱসাগৰ ৷ বীৰ লাচিত সেনাৰ শীৰ্ষ নেতা শৃংখল চলিহাই মানসজ্যোতি চুতীয়াৰ দুৰ্ঘটনাজনিত মৃত্যুক পৰিকল্পিত হত্যা বুলি অভিহিত কৰি ইয়াৰ উচিত বিচাৰ লাগিব ৷ অন্যাৰ্থাই বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷

ADVERTISEMENT

আনহাতে বীৰ লাচিত সেনাৰ এই দাবীৰ প্ৰতি সহাৰী জনাই ৰাজ্য চৰকাৰে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা সদৰী কৰে সংবাদ মাধ্যমত ৷

আনহাতে ৰাজ্য চৰকাৰৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণাৰ পিছতে বুধবাৰে শিৱসাগৰৰ বিহুবৰলৈ ৰাওনা হয় ফৰেণছিকৰ দল ৷ একেদৰে আইজিপি কংকন জ্যোতি শইকীয়াও ৰাওনা হয় বিহুবৰলৈ ৷

ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বিহুবৰ আৰক্ষী থানাত বিএনএছৰ 10/26 u/s 103(1)/3(5) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্যে এই গোচৰমৰ্মে শিৱসাগৰৰ এছএছপি পাপৰী পাপৰি চেতিয়াৰ নেতৃত্বত প্ৰাৰম্ভিক তদন্ত আৰম্ভ হৈছে ৷

উল্লেখ্য যে বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া (৩৪)ই সোমবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লৈছিল । যোৱা ২৩ আগষ্টত বানবিধ্বস্ত বিহুবৰৰ এজন বৃদ্ধ লোকৰ সহায়ৰ বাবে গৈ পৰৱৰ্তী সময়ত নিশা ঘৰলৈ মটৰ চাইকেলৰে উভতি আহিছিল মানসজ্যোতি। সেই সময়ত অগাপিছাকৈ আহি থকা মানসজ্যোতিৰ সতীর্থসকলে তেওঁ বহু দেৰিলৈকে উভতি নহা দেখি বিচাৰ-খোচাৰ কৰে।

পৰৱৰ্তী সময়ত তেওঁলোকে মানসক তেজৰে তুমুৰলি অৱস্থাত চন্টক বিহুবৰৰ মাজৰ ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে। সংকটজনক অৱস্থাত ততালিকে মানসক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু মঙলবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আঁকোৱালি লয় বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতিয়ে।

আনহাতে মানসৰ নশ্বৰদেহ শিমলুগুৰি আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ বীৰ লাচিত সেনাৰ শীৰ্ষ নেতা শৃংখল চলিহা সহ বিভিন্ন নেতাই মানসৰ নশ্বৰদেহত সংগঠনৰ পতাকাৰে ঢাকি দি এই ঘটনাৰ উচিত দাবী কৰি পৰিবেশ উত্তাল কৰি তোলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d