Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

publisher by publisher
August 26, 2026
in Assam, News
Reading Time: 1 min read
0
সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

MysteriousDeath :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া (৩৪)ই কালি পুৱতি নিশা চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লয়। যোৱা ২৩ আগষ্টত বানবিধ্বস্ত বিহুবৰৰ এজন বৃদ্ধ লোকৰ সহায়ৰ বাবে গৈ পৰৱৰ্তী সময়ত নিশা ঘৰলৈ মটৰ চাইকেলৰে উভতি আহিছিল মানসজ্যোতি। সেই সময়ত অগাপিছাকৈ আহি থকা মানসজ্যোতিৰ সতীর্থসকলে তেওঁ বহু দেৰিলৈকে উভতি নহা দেখি বিচাৰ-খোচাৰ কৰে।

ADVERTISEMENT

পৰৱৰ্তী সময়ত তেওঁলোকে মানসক তেজৰে তুমুৰলি অৱস্থাত চন্টক বিহুবৰৰ মাজৰ ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে। সংকটজনক অৱস্থাত ততালিকে মানসক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু আজি পুৱতি নিশা চিকিৎসাধীন অবস্থাতে কৰুণ মৃত্যুক আঁকোৱালি লয় বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতিয়ে।

উল্লেখ্য যে বিগত ১৯ জুলাইত দিখৌ নদীৰ প্রলয়ংকৰী বানে বিধ্বস্ত কৰি তোলা চন্টক, বিহুবৰ, শিমলুগুৰি আদি অঞ্চলত দিন-ৰাতি একাকাৰ কৰি বানবিধ্বস্ত লোকক সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ কৰি অহা মানৱদৰদী যুৱক তথা বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতিৰ এই অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্র নাজিৰা, শিমলুগুৰি, চন্টক বিহুবৰ অঞ্চলত। নিজৰ পৰিয়াল বানৰ কৱলত পৰাৰ পাছতো সামাজিক দায়িত্ব পালন কৰি বানপীড়িত লোকৰ কাষত থিয় দিয়া মানসে বানত মৃত্যুবৰণ কৰা লোকৰ শেষকৃত্যৰ লগতে সকাম তথা মাংগলিক কাৰ্যতো সহায় কৰিছিল।

শিমলুগুৰিৰ নিকটৱৰ্তী আদাবাৰী সন্দিকৈ গাঁৱৰ প্রয়াত নন্দী চেতিয়া আৰু যমুনা চেতিয়াৰ কনিষ্ঠ পুত্ৰ আছিল প্রয়াত মানসজ্যোতি।ইফালে, বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা মানসজ্যোতিৰ এই কৰুণ মৃত্যুক সহজভাবে ল’ব পৰা নাই স্থানীয় লোকে।

উল্লেখ্য যে প্রলয়ংকৰী বানৰ পাছৰে পৰা আৰ্তজনৰ কাষত থিয় হোৱা মানসে শেহতীয়াকৈ বিহুবৰ অঞ্চলত চুবুৰীয়াৰ অত্যাচাৰৰ বলি হোৱা এজন দুৰ্ভগীয়া ৯৫ বছৰীয়া বৃদ্ধৰ ন্যায়ৰ বাবে সতীৰ্থৰ স’তে আগভাগ লৈছিল। বানপানীত কেঁচাঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ সুযোগ লৈ চুবুৰীয়া এঘৰ লোকে বৃদ্ধজনৰ মাটি দখল কৰাৰ অভিযোগ উঠাৰ পাছতে দুৰ্ভগীয়া বৃদ্ধজনৰ পক্ষত থিয় হৈছিল বীৰ লাচিত সেনাৰ অন্যান্য সদস্যৰ স’তে মানসজ্যোতি।

চুবুৰীয়াৰ অত্যাচাৰত আনকি বৃদ্ধজনে কাষৰে এটা পেট্ৰ’ল পাম্পত আশ্রয় ল’বলগীয়া হোৱাত বীৰ লাচিত সেনাই স্থানীয় লোকৰ সহযোগত বাঁহৰে এটা ঘৰ সাজি দিছিল। পৰৱৰ্তী সময়ত বৃদ্ধজনক দুপৰ নিশা কোনো লোকে আক্ৰমণ কৰি চিকিৎসাধীন কৰা কাৰ্যৰো তীব্ৰ বিৰোধ কৰিছিল বীৰ লাচিত সেনাই।

সেই বৃদ্ধজনৰ খবৰ লৈ দেওবাৰে নিশা ঘৰলৈ মটৰ চাইকেলৰে আহি থকা অৱস্থাত ৰহস্যজনকভাৱে ৰাজপথৰ কাষত মানসজ্যোতিক সংকটজনক অৱস্থাত পোৱা বিষয়টোৱে এয়া সাধাৰণ পথ দুর্ঘটনা নে পৰিকল্পিত আক্রমণ তাক লৈ বিভিন্নজনৰ মনত সন্দেহৰ আৱতাৰণা ঘটিছে। প্রশাসনক সমগ্র বিষয়টো তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় বাইজে।

বানবিধ্বস্ত লোকৰ মাজত বিভিন্ন সা-সামগ্রী বিতৰণ স্থানীয় নামঘৰসমূহত ধর্মগ্রন্থৰ লগতে সাহায্য বিতৰণত আগভাগ লোৱা মানসজ্যোতিৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

October 12, 2026
‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ
India

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

October 12, 2026
বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d