Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

অসাধু চক্ৰৰ দৌৰাত্ম্যুত ৰাজ্যত মূল্যবৃদ্ধিৰ তাণ্ডৱ

publisher by publisher
August 25, 2026
in Bussiness, Health, India, National, News
Reading Time: 1 min read
0
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

অসাধু চক্ৰৰ দৌৰাত্ম্যুত ৰাজ্যত মূল্যবৃদ্ধিৰ তাণ্ডৱ

ADVERTISEMENT

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বজাৰত চেনিৰ পাছত এইবাৰ পিঁয়াজৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি – পাইছে। সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাইমাত্র ১০ দিনৰ ভিতৰত পিঁয়াজৰ খুচুৰা মূল্য বজাৰত ৫০ শতাংশলৈ বৃদ্ধি হৈছে। সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱা এই মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা দীঘলীয়া সময়লৈ অব্যাহত থাকিব বুলি নিশ্চিত কৰিছে পিঁয়াজৰ বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে। ৰাজ্য চৰকাৰৰ বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ নিশকতীয়া ৰূপ, যোগান বিভাগ আৰু অসাধু ব্যৱসায়ীৰ গোপন মিতিৰালিক’লা বেপাৰীৰ দৌৰাত্ম্য আদিৰ পৰিণামস্বৰূপে অসমত মূল্যবৃদ্ধি সদায়ে দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত কে’বাগুণ অধিক হৈ আহিছে।

পিঁয়াজৰ সাম্প্ৰতিক বজাৰ মূল্যও এনে কাৰণতে অসমত অধিক হৈছে। গুৰুতৰ বিষয়টো হ’ল যে অসমৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ মূল্য ৰাষ্ট্ৰীয় গড় মূল্যৰ তুলনাত ২০ টকাৰো অধিক। আজিৰ দিনটোত প্রতি কিলোগ্রাম পিঁয়াজৰ ৰাষ্ট্ৰীয় গড় খুচুৰা মূল্য হ’ল ৪৩.৫৩ টকা। আনহাতে, পাইকাৰী এই পৰিমাণ ৩৫.৫৮ টকা। ইয়াৰ বিপৰীতে আজিৰ দিনটোত অসমত পিঁয়াজৰ খুচুৰা মূল্য প্রতি কিলোগ্রামত বজাৰভেদে ৬৫ টকা পর্যন্ত বৃদ্ধি হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পিঁয়াজৰ চাহিদা বজাৰত সৰ্বাধিক। নাছিকৰ টিকটিকীয়া ৰঙা পিঁয়াজৰ চাহিদা অধিক। নাছিকৰ পিঁয়াজৰে এতিয়া বজাৰত সৰ্বাধিক মূল্য। তদুপৰি দেশৰ কে’বাখনো ৰাজ্যত পিঁয়াজ উৎপাদন হয়; কিন্তু নাছিকৰ পিঁয়াজৰ চাহিদাই সর্বাধিক।

অসমত পিঁয়াজৰ বৃহৎ পাইকাৰী ব্যৱসায়ী আনন্দ জৈনে কয় যে নাছিকৰ বাদেও আন যিবোৰ স্থানৰ পৰা পিঁয়াজৰ আমদানি অসমলৈ কৰা হয়, সেইবোৰৰো মূল্য বৃদ্ধি হৈছে। ক’বলৈ গ’লে এতিয়া খুচুৰা হিচাপত কোনো এবিধ পিঁয়াজৰ মূল্যই প্রতি কিলোগ্রামত ৬০ টকাৰ তলত নাই। এই মূল্যবৃদ্ধিৰ গতি অক্টোবৰৰ তৃতীয় সপ্তাহলৈ অব্যাহত থকাটো প্রায় নিশ্চিত বুলি ব্যৱসায়ীজনে সদৰী কৰে। ইপিনে, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে পিঁয়াজৰ বজাৰ সম্প্ৰতি নিয়ন্ত্ৰণত থকা নাই।

কাৰণ চাহিদাৰ বিপৰীতে যোগান হ্রাস হৈছে। এই হ্ৰাসৰ কাৰণ উৎপাদনত ব্যাঘাত জন্মা বুলি বিষয়াজনে উল্লেখ কৰে। তাৰ ওপৰঞ্চি যোগান হ্ৰাসৰ সুযোগ একাংশ ব্যৱসায়ীয়ে গ্ৰহণ কৰাটো নুই কৰিব নোৱাৰি বুলি মন্তব্য কৰি সূত্ৰটোৱে দায়সৰাৰ চেষ্টা চলায়। কেন্দ্ৰীয় চৰকাৰে ফলপ্রসূ কোনো ব্যবস্থা নল’লে পিঁয়াজৰ মূল্যই এইবাৰ গুৰুতৰ ৰূপ ধাৰণ কৰাটো নিশ্চিত বুলি লগতে সূত্ৰটোৱে উল্লেখ কৰে।

গুৰুতৰ বিষয়টো হ’ল যে পিঁয়াজৰ মূল্য অসমত ৰাষ্ট্ৰীয় গড় মূল্যৰ তুলনাত অত্যধিক হৈছে কিদৰে? যোগান বিভাগৰ সূত্ৰটোৱে উল্লেখ কৰে যে অসমৰ ক্ষেত্ৰত পৰিবহণ ব্যয় বৃদ্ধি হোৱাটো এটা কাৰণ। সেই বুলি ন্যূনতম ২০ টকালৈকে পৰিবহণ ব্যয় হঠাৎ বৃদ্ধি হোৱাৰ আঁৰৰ ৰহস্য কি? এই প্রশ্নৰ সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে সূত্ৰটোৱে।

এনেবোৰ ঘটনাই যোগান বিভাগ আৰু ক’লা ব্যৱসায়ী চক্ৰৰ অসাধু বুজাবুজি অধিক স্পষ্ট কৰি তোলে। ফলস্বৰূপে অসমত সদায়ে নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থা চলি আহিছে। দৰাচলতে বজাৰৰ নিয়ন্ত্রণ ক’লা বেপাৰীৰ হাততহে। ইয়াৰ পৰিণামস্বৰূপে সাধাৰণ জনতাৰ বিপর্যয় কে’বাগুণে বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: latest newslocal marketNashikOnion prices rise
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d