Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

দুবছৰ পলমকৈ দাখিল কৰা প্ৰতিবেদনক লৈ বিতৰ্কৰ সূত্রপাত

publisher by publisher
August 25, 2026
in India, National, News
Reading Time: 1 min read
0
PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

দুবছৰ পলমকৈ দাখিল কৰা প্ৰতিবেদনক লৈ বিতৰ্কৰ সূত্রপাত

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্ৰধানমন্ত্ৰীৰ জৰুৰীকালীন সাহায্য পুঁজি (পিএম কেয়াৰ ফাণ্ড)ৰ শেহতীয়া হিচাপ-নিকাচৰ প্রতিবেদন প্রকাশৰ পাছতে দেশজুৰি এক নতুন বিতৰ্কৰ সূচনা হৈছে। চলিত বৰ্ষৰ ১৮ আগষ্টত পিএম কেয়াৰ পুঁজিৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি ২০২০ৰ মাৰ্চত গঠন হোৱাৰে পৰা এই পুঁজিত অভিলেখ সংখ্যক ধন জমা হৈছে। ২০২৩-২৪ আৰু ২০২৪-২৫ৰ বাবে প্রকাশ পোৱা এই হিচাপ পৰীক্ষাৰ তথ্যই বিভিন্নজনৰ চকু কপালত তুলিছে।

ADVERTISEMENT

এই মর্মে পুঁজিত ২০২৫ৰ ৩১ মার্চলৈ জমা হৈছে ৮,৪৫২ কোটি টকা। ২০২৩-২৪ৰ বিত্তীয় বৰ্ষৰ সামৰণিত এই ধনৰ পৰিমাণ আছিল ৭,১৭৩ কোটি। সামগ্রিকভাৱে এই কৰপাছ পুঁজিৰ ২০২৩-২৪ৰ পৰা ২০২৪-২৫লৈ ১,২৭৯.৯ কোটি বৃদ্ধি হৈছে। এই হিচাপ প্রতিবেদন অনুসৰি ২০২২-২৩ত পুঁজিৰ ধন আছিল ৬,২৮৩ কোটি।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ কেয়াৰ পুঁজিত ২০২৪-২৫ বর্ষত লাভ কৰা ঘৰুৱা দানৰ পৰিমাণ ৪৭৯.০৪ কোটি আৰু একেটা বর্ষতে বিদেশৰ পৰা লাভ কৰা বৰঙণিৰ পৰিমাণ ৯২.৮৩ লাখ টকা। ইপিনে, ২০২৩-২৪ত এই পৰিমাণ আছিল ঘৰুৱা দান ৬৮১.৮ কোটি টকা আৰু বিদেশৰ পৰা অহা দান ১.১৩ কোটি টকা; অর্থাৎ উক্ত বছৰতকৈ পৰৱৰ্তী বৰ্ষত বৰঙণিৰ পৰিমাণ কিছু হ্রাস পাইছে।

ইপিনে, ২০২৪-২৫ৰ ৭১৭ত কোটি টকাৰ ভিতৰত ৬৬৪১.৫৬ কোটি ফিক্সড ডিপ’জিট কৰি ৰখা হয় আৰু ৫৩১.৪৬ কোটি টকা বেংকৰ জমা শিতানত ৰখা হয়। ইয়াৰ ফলত লাভ কৰা সুতৰ আয়ৰ পৰিমাণ হৈছে ৪৭৫ কোটি। আনহাতে, ৩২৪ কোটি টকা বিভিন্ন ৰূপায়ণকাৰী সংস্থাই আদায় দিছে।

অৱশ্যে পিএম কেয়াৰ পুঁজি নদন-বদন ৰূপত প্রস্ফুটিত হ’লেও ইয়াৰ ব্যয়ৰ পৰিমাণ দেখি বিভিন্ন মহলৰ চকু কপালত উঠিছে। এই পর্যন্ত পুঁজিৰ কেৱল ০.০১ শতাংশহে ব্যয় কৰা হৈছে। ২০২৪-২৫ৰ এই ব্যয়ৰ হিচাপ অনুসৰি শিশুৰ আঁচনিৰ বাবদ ৮৭.৮৫ লাখ ব্যয় কৰা হৈছে। ইপিনে, ২০২৩-২৪ত ব্যয়ৰ পৰিমাণ আছিল ১৫.৩৭ কোটি টকা। ২০২৪-২৫ত মুঠ ৮৪৫২ কোটি টকাৰ ভিতৰত মাত্র ৮৭.৮৫ লাখ ব্যয় হোৱাটোহে প্রশ্ন উত্থাপন কৰে যে কিয় এই বৃহৎ ধনৰাশি অব্যৱহৃত ৰূপত পেলাই থোৱা হ’ল। পুঁজি গঠনৰ নিৰ্ধাৰিত লক্ষ্যত এই ধন কিয় ব্যৱহাৰ কৰা নহ’ল। ২০২০ৰ ২৮ মার্চত এই পুঁজি গঠন কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ক অতিমাৰী বুলি ঘোষণা কৰাৰ কিছুদিন পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই পুঁজি গঠন কৰে।

প্রধানমন্ত্রীয়ে কৈছিল যে যিকোনো জৰুৰীকালীন আৰু দুর্দশাৰ পৰিস্থিতিৰ বাবে এই ধন ব্যয় কৰাই ইয়াৰ মূল লক্ষ্য। ক’ভিড-১৯ অতিমাৰীকে ধৰি এনে জৰুৰীকালীন দুর্দশাগ্রস্ত অৱস্থাৰ ক্ষতিগ্রস্তক সকাহৰ বাবে এই ধন ব্যয় কৰা হ’ব বুলি কোৱা হৈছিল যদিও সম্প্রতি ইয়াৰ স্বচ্ছতাক লৈ প্রশ্ন উত্থাপন হৈছে।

স্বচ্ছতাৰ হকে অহৰহ যুঁজ দি থকা কমোদৰ (অৱসৰপ্ৰাপ্ত) নৌ সেনা বিশেষজ্ঞ লোকেশ বাত্রাই যৎসামান্য পুঁজি ব্যৱহাৰৰ সন্দৰ্ভত ইয়াৰ ঘোষিত লক্ষ্যলৈ প্রশ্ন উত্থাপন কৰি তেওঁৰ প’ৰ্টেলত উত্থাপন কৰে। এই পুঁজিত পুঞ্জীভূত হৈ থকা হেজাৰ হেজাৰ কোটি টকাৰ ব্যৱহাৰ আৰু ইয়াৰ গোপনীয়তাক লৈ সমালোচনা মুখৰ হৈছে দেশৰ এইজন পৰিচিত তথ্যজনাৰ অধিকাৰ কর্মী তথা প্রাক্তন নৌ সেনা বিষয়াই। তেওঁ নিজস্ব প’ৰ্টেলত লিখিছে যে পুঁজিৰ লক্ষ্যৰ কথা মনত ৰাখি ই এক গুৰুত্বপূৰ্ণ প্রশ্ন যে কিয় আঠ হেজাৰ কোটিতকৈ অধিক ধন জমা হ’বলৈ দিয়া হ’ল। অতি সামান্য ধন কিয় ব্যয় কৰা হ’ল। তেওঁ লিখিছে, ‘কিছুমান ক্ষেত্রত দেখা গৈছে যে এককালীন অনুদানসমূহ প্রধানমন্ত্রী বাষ্ট্রীয় সাহায্য পুঁজিলৈ দিয়া হৈছে।’ ‘কমনরেলথ হিউমেন ৰাইটছ’-ভাৰতৰ সঞ্চালক ভেংকটেশ নায়কে কয় যে হিচাপ পৰীক্ষণৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সময় সন্দেহজনক। তেওঁ কয় যে সংসদৰ সদ্যসমাপ্ত বর্ষাকালীন অধিবেশনৰ পূৰ্বে ইয়াক মোকলাই দিলে বোধ হয় বিৰোধীয়ে সংসদক এই বিষয়ক লৈ প্রশ্ন কৰিব পাৰিলেহেঁতেন। তেওঁ কয় যে এই পুঁজি ৰাজহুৱা দাতব্য ন্যাস নহয়। পুঁজিৰ নামত নাগৰিক শব্দ ব্যৱহাৰ কৰা হৈছে।

সেয়েহে ৰাইজৰ প্ৰতিনিধিয়ে চৰকাৰক ২০২৪-২৫ত পুঁজিৰ যৎসামান্য ব্যয়ৰ বিষয়ে প্রশ্ন কৰিব পাৰিলেহেঁতেন। উল্লেখ্য যে ২০২০ৰ ৩১ মাৰ্চত এই একাউন্টটোৰ প্ৰথম প্ৰতিবেদন প্রকাশ কৰা হৈছিল। ইয়াত ব্যয়ৰ কোনো উল্লেখ নাছিল। কেৱল ৩০৭৬ কোটি টকাৰ কৰপাছ পুঁজিৰ কথাই উল্লেখ আছিল। এই পুঁজিত ২.৫ লাখ টকা প্রধানমন্ত্রী নিজেই দান দিছিল। ২০২১-২২ত প্রকাশ কৰা দ্বিতীয় হিচাপ-নিকাচৰ প্ৰতিবেদন অনুসৰি আবণ্টনৰ পৰিমাণ দেখুওৱা হৈছিল ৩৯৭৬ কোটি আৰু কৰপাছৰ মূল্যৰ পৰিমাণ ৭০১৩ কোটি। ২০২১-২২ত ব্যয়ৰ পৰিমাণ আছিল ৩৭১৬ কোটি আৰু সামৰণিৰ জমা ধনৰ পৰিমাণ হৈছে ৫৪১৪ কোটি। ২০২২-২৩ৰ হিচাপ-নিকাচৰ প্রতিবেদন অনুসৰি ৪৩৯ কোটি ব্যয় কৰা হয় আৰু বছৰত বিত্তীয় বৰ্ষৰ সামৰণিৰ জমা ধনৰ পৰিমাণ ৬২৮৩ কোটি।

২০২২-২৩ বিত্তীয় বর্ষ পর্যন্ত লেনদেনৰ প্ৰতিবেদন অনুসৰি এই ধনসমূহ বিতৰণ কৰা হৈছিল কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী হাস্পতালৰ ভেন্টিলেটৰ আদিৰ দৰে সামগ্রী ক্রয়, প্রব্রজিত শ্রমিকৰ কল্যাণ আৰু অস্থায়ী হাস্পতাল-পৰীক্ষাগাৰ নিৰ্মাণ তথা ক’ভিড-১৯ৰ প্ৰতিষেধক ক্রয় আদিৰ বাবে। ২০২২ৰ ৩০ মে’ত প্রধানমন্ত্রীয়ে ঘোষণা কৰে যে এই পুঁজিৰ ধন শিশুসকলৰ বাবে পিএম কেয়াৰ আঁচনিলৈ আবণ্টন দিয়া হ’ব। ক’ভিড-১৯ত পিতৃ-মাতৃহাৰা হোৱা সন্তান, উচ্চ শিক্ষাৰ বাবে ঋণ, দৈনন্দিন প্রয়োজনীয় সামগ্ৰীৰ বাবে প্রতি মাহে চাৰি হেজাৰ টকা, ২৩ বছৰ বয়স প্রাপ্ত হ’লে ১০ লাখ টকা আদায় আৰু আয়ুষ্মান ভাৰত আঁচনিৰ বাবদ এই ধন আবণ্টন দিয়া হ’ব। এই মর্মে উক্ত আঁচনিৰ বাবে ৪৬ কোটি টকা ব্যয় কৰা হয়।

এতিয়া প্রশ্ন উঠিছে যে ২০২৪-২৫ত বিভিন্ন সংস্থাই চৰকাৰক ঘূৰাই দিয়া ৩২৪ কোটি টকা সন্দৰ্ভত বিতং তথ্য কিয় ৰাজহুৱা কৰা প্ৰতিবেদনত দাখিল কৰা হোৱা নাই। ইয়াকে লৈ বাট্রাই প্রশ্ন কৰিছে। তেওঁ কয় যে এই ঘূৰাই দিয়া ধন সন্দর্ভত কোনে এই বৃহৎ পৰিমাণৰ ধন ঘূৰাই দিলে আৰু কিয় দিলে বা কি উদ্দেশ্যে দিলে সেই বিষয়ে কোনো বিতং উল্লেখ নাই। তেওঁ আঙুলিয়াই দিয়ে যে হিচাপ-নিকাচৰ প্ৰতিবেদনত হিচাপ-নিকাচ পৰীক্ষকে এটা ১৬ পৃষ্ঠাৰ বিশেষ টোকাৰ কথা উল্লেখ কৰিছে।

ইয়াত ধনৰ সবিশেষ তথ্য সন্নিবিষ্ট থাকে। কিন্তু এই মূল পৃষ্ঠাকেইখন চৰকাৰে ৱেবছাইটত আপলোড নকৰি ৰাইজৰ চকুৰ পৰা আঁতৰাই ৰাখিছে। তেওঁ প্রশ্ন কৰে কিয় এই প্রতিবেদন দুবছৰ পলম কৰা হ’ল? আৰু তাৰ পাছত ৰাজহুৱা কৰা খিনিক হিচাপ-নিকাচৰ প্রতিবেদন বুলি ক’ব নোৱাৰি। কেৱল আয় আৰু ব্যয়ৰ প্ৰতিবেদনহে ৰাজহুৱা কৰা হৈছে বুলি বাত্রাই কয়। বিত্তীয় প্রতিবেদনৰ লগত হিচাপ-নিকাচ পৰীক্ষকৰ পৰ্যবেক্ষণ উল্লেখ থকা বিশেষ টোকা এই প্রতিবেদনত নাই। আনহাতে, পিএম কেয়াৰ পুঁজি প’র্টেল মর্মে প্রতি তিনি বছৰৰ পাছত হিচাপ-নিকাচ পৰীক্ষক সলনি কৰিব লাগে। কিন্তু শেষৰজন অডিটৰক চাৰিটা বিত্তীয় বৰ্ষৰ বাবে ৰখা হ’ল।’

লক্ষ্যণীয়ভাবে পুঁজিৰ উৎস ৰাজহুৱা কৰা দাবী দোহাৰি থকা হৈছে। নায়কে কয় যে কোনে কিমান টকা দান দিলে আৰু কিহৰ বাবে এই ধন ব্যয় কৰা হ’ল সেই কথা জনা ৰাইজৰ অধিকাৰ আছে। তেওঁ কয়, ‘উদাহৰণস্বৰূপে এই কথা কোৱা হৈছে যে শিশুসকলৰ বাবে ৮৭ লাখ টকা ব্যয় কৰা হ’ল। হিতাধিকাৰীৰ বিতং তথ্য আৰু কিমান ধন কি শিতানত আবণ্টন দিয়া হ’ল সেই কথাত কিয় ৰাজহুৱা কৰা হোৱা নাই।’

এই পুঁজিক লৈ বিতৰ্কৰ উদ্ভৱ হোৱাৰ মূল কাৰণ হৈছে যে আৰম্ভণিৰে পৰাই স্বচ্ছতাৰ অভাৱ। এই অভিযোগ স্বচ্ছতাৰ হকে কাম কৰি থকা সমাজকর্মীসকলে অহৰহ কৰি আহিছে। এই সন্দর্ভত প্রশ্ন উঠিছে যে কিয় পিএম কেয়াৰ পুঁজি তথ্য জনাৰ অধিকাৰ আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে। চৰকাৰৰ যুক্তি হ’ল যে এই পুঁজি এক ৰাজহুৱা দাতব্য ন্যাস, ই কোনো চৰকাৰী বিভাগ বা পৰিষদ নহয়।

যাৰ বাবে ইয়াক আৰটিআইৰ বাহিৰত ৰখা হৈছে। ইয়াৰ পৰিৱৰ্তে এটা পক্ষৰ যুক্তি হ’ল যে ন্যাসৰ ঠিকনা প্ৰধানমন্ত্ৰীৰ কার্যালয় আৰু ইয়াত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে চৰকাৰী আন্তঃগাঁথনি ব্যৱহাৰ কৰা হৈছে। চৰকাৰী ব্যৱস্থাৱলীৰ জৰিয়তে এই পুঁজি ব্যৱহাৰ কৰা হৈছে। বিভিন্ন সক্রিয় কর্মীয়ে আঙুলিয়াই দিয়ে যে ৰাজহুৱা খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানে কর্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি আদায় দিছে, যি ৰাইজৰ ধন।

মনকৰিবলগীয়া যে পিএম কেয়াৰ আৰটিআইৰ অধীনলৈ আনিব লাগে নে নালাগে তাকে লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ বিচাৰাধীন হৈ আছে। প্রধানমন্ত্রীক অধ্যক্ষরূপে লৈ গঠন কৰা পুঁজি ২০১০ৰ বিদেশী ধন নিয়ন্ত্রণ আইন আৰু আয়কৰ আইনৰ আওতাৰ পৰাও বেহাই দিয়া হৈছে। তদুপৰি ব্যক্তিগত কোম্পানী বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে আগবঢ়োৱা কর্প’ৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) ব্যয় হিচাপে আগবঢ়োৱা অৱদানকো কোম্পানী আইন ২০১৩ৰ অধীনত এই পুঁজিৰ বাবে আওতাৰ বাহিৰলৈ নিয়া হৈছে।

চলিত বৰ্ষৰ সংসদৰ বাজেট অধিবেশনত এই পুঁজিক লৈ আগবঢ়োৱা দান আৰু ইয়াৰ ব্যয় তথা কার্যকলাপক লৈ স্বচ্ছতাৰ অভাৱৰ বিষয়টো চর্চালৈ আহে। পিএমঅ’ অর্থাৎ প্রধানমন্ত্রীৰ কাৰ্যালয়ে লোকসভালৈ প্ৰেৰণ কৰা এক বার্তাত কয় যে সংসদত পুঁজিক লৈ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। সংসদৰ প্ৰক্ৰিয়া আৰু কাৰ্য বিধিৰ উদ্ধৃতি দি পিএমঅ’ই লোকসভাৰ সচিবালয়লৈ এই প্ৰেৰণ কৰা পত্ৰক লৈ বিতৰ্ক আৰু সন্দেহৰ প্ৰশ্নৰ সূচনা হয়। সম্প্রতি ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই পিএম কেয়াৰ পুঁজিক লৈ বিভিন্ন প্রশ্ন উত্থাপন কৰি থকাৰ সময়তে ৰাজহুৱা হৈছে শেহতীয়া হিচাপ-নিকাচৰ প্ৰতিবেদন। চিজেপিৰ অভিযোগ অনুসৰি পিএম কেয়াৰ পুঁজিত স্বচ্ছতাৰ অভাৱ।

তেওঁলোকে কয় যে এই সম্পর্কে বিতং তথ্য ৰাজহুৱা হ’ব লাগে।’ উল্লেখ্য যে অসমৰ শেহতীয়া বিধ্বংসী বানপানীকে ধৰি দেশৰ বিভিন্ন ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীৰ এই জৰুৰীকালীন পুঁজিৰ বিশেষ সহায়ক হোৱাকৈ ব্যৱহাৰ নোহোৱাৰ বিষয়ে বিভিন্নজনে প্রশ্ন উত্থাপন কৰি আহিছে। এই সময়তে সমাজকর্মী তথা নৌসেনা বিষয়া বাট্টাৰ নতুন বিস্ফোৰণে পুনৰবাৰ পিএম কেয়াৰক কাঠগড়াত থিয় কৰালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: latest newsPM Care FundPM Narendra ModiPublic Reaction
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d