Nagaon Theft:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও চহৰৰ ইটাচালী আৰক্ষী জালত দুই গভাইত চোৰ৷ নগাঁও চহৰ আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত দিনক দিনে বৃদ্ধি পাই অহা চুৰি কাৰ্যক লৈ ৰাইজ উদ্বিগ্ন হৈ পৰাৰ মাজতে ইটাচালী আৰক্ষী জালত পৰে দুই কুখ্যাত চোৰ৷বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে কাটিমাৰি আৰু গৰৈমাৰীত অভিযান চলাই গুলজাৰ হুছেইন আৰু জুয়েলাৰীৰ মালিক চাহজাহান মিৰ টক কৰিবলৈ সক্ষম হয়৷ধৃত চোৰ দুটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪৯.৪৭ গ্ৰাম সোণ ৷
ADVERTISEMENT































