TMC:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও সংসদীয় সমষ্টিৰ উপ- নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক- বিৰোধী প্ৰতিটো দলে নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছে ৷ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে নিৰ্বাচনলৈ মাজত তিনিটা সপ্তাহ থকা অৱস্থাত মঙলবাৰে তৃণমূল কংগ্ৰেছে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ দলটোৰ ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত এক সংবাদমেল যোগে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি শ্বেৰমান আলী আহমেদে ৷ নগাঁৱত তৃণমূল কংগ্ৰেছৰ প্রার্থী হ’ব আব্দুল ছালাম ৷ ছালাম ধিং কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৷
ADVERTISEMENT































