Burmese cigarettes seized in Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে অৰ্তকিতে চলোৱা এক অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বার্মিজ চিগাৰেট ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে এএছ০৩-এচি৭৭০০ ট্ৰাক এখনত তালাচী চলাই প্ৰায় ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ তাপস সাহা নামৰ লোকজনক আটক কৰে ৷
ADVERTISEMENT
































