Golaghat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:গোলাঘাট জিলা আৰক্ষীয়ে জিলা খনত ড্ৰাগছ নির্মূলৰ বাবে তৎপৰ হৈ পৰিছে ৷ আৰক্ষীয়ে জিলা খনৰ ভিন্ন স্থানত অৰ্তকিতে অভিযান চলাই আটক কৰে প্ৰায় ৩০ টা ড্রাগছ সৰবৰাহকাৰীক। মঙলবাৰে ধৃত ৩০ টা ড্রাগছ বেপাৰীক ৰাজপথেৰে খোজ কঢ়াই আদালতলৈ লৈ যায় ৷
ADVERTISEMENT































