Indo-Bangla Border:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সংগোপনে গঢ়ি উঠিছে এটা বৃহৎ চুৰি চক্ৰৰ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা ম’বাইল সীমান্ত পাৰ কৰি বাংলাদেশৰ বজাৰত বিক্ৰী কৰা হয় ৷ এই সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ ফটাশিল- আমবাৰী থানাত ম’বাইল চুৰি সন্দৰ্ভত ইতিপূৰ্বে ৰজু হোৱা গোচৰৰ আঁত ধৰি আৰক্ষীৰ এটা দলে ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণৰ ২৮ নং গেটত অৰ্তকিতে অভিযান চলাই ৫০ টা চুৰি ম’বাইল সহ ১০ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT






























