Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এশ গৰু মাৰিলে বাঘৰো মৰণ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল অসম সচিবালয়ৰ এগৰাকী বিষয়াৰ ক্ষেত্ৰত ৷ সুৰা বিপনী আৰু আন বিভাগৰ অনুজ্ঞাপত্ৰৰ নামত প্রবঞ্চনাৰে প্ৰায় ১৪ লক্ষাধিক টকা সংগ্ৰহৰ অভিযোগত দেৱলীনা পাটোৱাৰী নামৰ বিষয়া গৰাকীক বৃহস্পতিবাৰে গড়চুক আৰক্ষীয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন পাটোৱাৰীৰ বিৰুদ্ধে গড়চুক থানাত ৰজু হৈছিল ৩ টাকৈ গোচৰ ৷ আটকাধীন পাটোৱাৰী অসম সচিবালয়ৰ নগৰ পৰিক্ৰমা বিভাগৰ শাখা বিষয়া ৷
ADVERTISEMENT































